• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰ মঙলৰ সংযোগত মহালক্ষ্মী ৰাজযোগ, আজিৰ পৰাই কঁপাল ফুলিছে এই ৩ৰাশিৰ, পূৰণ হ’ব ঘৰ বাহন ক্ৰয়ৰ সপোন

চন্দ্ৰ মঙলৰ সংযোগত মহালক্ষ্মী ৰাজযোগ, আজিৰ পৰাই কঁপাল ফুলিছে এই ৩ৰাশিৰ, পূৰণ হ’ব ঘৰ বাহন ক্ৰয়ৰ সপোন

1 year ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

জৰায়ুৰ সংক্ৰমণক নকৰিব আওকাণ, এটা ভুলেই মাতিব বিপদ!

10 hours ago
অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

অসংযত অৱস্থাত বিপাশা! নৈশ পাৰ্টিত পৰপুৰুষৰ সৈতে কি কৰিছিল?

10 hours ago
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

11 hours ago
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?

নিশা সঘনাই প্ৰস্ৰাৱৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি জানক

11 hours ago
ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট, কৰ্তন হ’ব পাৰে আপোনাৰ ৰেচন কাৰ্ড!

12 hours ago
প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

প্ৰথমবাৰৰ বাবে কাগজ-কলমেৰে নহয় লোকপিয়ল, নাগৰিকসকলে কিদৰে কৰিব স্ব-গণনা?

13 hours ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

শীঘ্ৰে কৰক, নহ’লে নাপাব LPG Cylinder, এটা ভুলে ৰাজসাহায্যৰ পৰাও কৰিব পাৰে বঞ্চিত!

13 hours ago
নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

নতুনকৈ প্ৰেম বিচাৰি পালে ললিত মোদী! কণিকাৰ সৈতে এয়া কি?

14 hours ago
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!

শাওনৰ সোমবাৰে ভুলতো নকৰিব এই কাম, ক্ষুদ্ধ হ’ব মহাদেৱ!

15 hours ago
৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

৩ আগষ্টত অশ্লেষা নক্ষত্ৰত প্ৰৱেশ কৰিব সূৰ্য, ভাগ্য উজলিব ৩ ৰাশিৰ!

16 hours ago
সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

সাত সাগৰ ১৩ নদীৰ সিপাৰে সোণ হৈ জিলিকিল ভাৰতৰ জেচমিন

17 hours ago
DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

DA-ৰ ডাঙৰ সিদ্ধান্ত, দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলে উপহাৰ পাব নেকি?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চন্দ্ৰ মঙলৰ সংযোগত মহালক্ষ্মী ৰাজযোগ, আজিৰ পৰাই কঁপাল ফুলিছে এই ৩ৰাশিৰ, পূৰণ হ’ব ঘৰ বাহন ক্ৰয়ৰ সপোন

চন্দ্ৰ মঙলৰ সংযোগত মহালক্ষ্মী ৰাজযোগ, আজিৰ পৰাই কঁপাল ফুলিছে এই ৩ৰাশিৰ, পূৰণ হ’ব ঘৰ বাহন ক্ৰয়ৰ সপোন

editor by editor
June 9, 2025
in জীৱনশৈলী
0
চন্দ্ৰ মঙলৰ সংযোগত মহালক্ষ্মী ৰাজযোগ, আজিৰ পৰাই কঁপাল ফুলিছে এই ৩ৰাশিৰ, পূৰণ হ’ব ঘৰ বাহন ক্ৰয়ৰ সপোন
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষ শাস্ত্ৰমতে প্ৰতিটো গ্ৰহই কিছু সময়ৰ অন্তৰে অন্তৰে নিজৰ স্থান পৰিবৰ্তন কৰে৷ যাৰ শুভ আৰু অশুভ প্ৰভাৱ পৰে ১২ ৰাশিৰ ওপৰত৷ আকৌ কেতিয়াবা কেতিয়াবা গ্ৰহৰ সংযোগত তৈয়াৰ হয় ৰাজযোগো৷ ঠিক তেনে এক ৰাজযোগেই তৈয়াৰ হৈছে ৯ জুনত৷ এই যোগক কোৱা হয় মহালক্ষ্মী ৰাজযোগ৷

দুদিন পূৰ্বে সিংহ ৰাশিত প্ৰৱেশ কৰিছে মঙলে৷ বিগত ৭ জুন শনিবাৰে নিশা ২ বাজি ১০ মিনিটত ৰঙা গ্ৰহ মঙলে সিংহ ৰাশিত প্ৰৱেশ কৰিছে৷ অন্যহাতে আজি চন্দ্ৰই মঙলৰ ৰাশি বৃশ্চিক ৰাশিত গোচৰ কৰিছে৷ ফলত চন্দ্রত মঙলৰ দৃষ্টি পৰাৰ কাৰণে মহালক্ষ্মী যোগ তৈয়াৰ হৈছে৷ আগন্তুক ১১ জুন পৰ্যন্ত এই যোগৰ প্ৰভাৱ থাকিব৷ আৰু এই ৰাজযোগৰ প্ৰভাৱত তিনি ৰাশিৰ জীৱনলৈ উন্নতিৰ সুযোগ আহিব৷

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতক জাতিকাৰ ওপৰত মহালক্ষ্মী ৰাজযোগৰ অনুকূল প্ৰভাৱ পৰিব৷ আয়ৰ নতুন উৎস বিচাৰি পাব৷ কাৰ্যালয়ত প্ৰমোছন পাব পাৰে৷ বিনিয়োগৰ ব্যৱসায়ত লাভৰ মুখ দেখিব৷ সন্তানৰ পৰীক্ষা সংক্ৰান্তীয় দুশ্চিন্তা কমিব৷ চাকৰি পৰিবৰ্তনৰ বাবে ভাল সময়৷

সিংহ ৰাশি

মহালক্ষ্মী ৰাজযোগ সিংহ ৰাশিৰ বাবে লাভজনক৷ বহুদিন ধৰি ৰৈ থকা কাম শেষ কৰিব পাৰিব৷ চাকৰিয়ালৰ বাবে এই সময় ভাল৷ ব্যৱসায়ত আৰু সুৰক্ষিত অনুভৱ কৰিব৷ আৰ্থিক পৰিস্থিতি উন্নত হব৷ পৰিয়ালত শান্তি বৰ্তি থাকিব৷ আধ্যাত্মিকতাত আগ্ৰহ বাঢ়িব৷

তুলা ৰাশি

চন্দ্ৰ মঙলৰ সংযোগত তুলা ৰাশিৰ ভাগ্যৰ চকা ঘূৰিব৷ পুৰণি ঋণৰ হাতৰ পৰা মুক্তি পাব৷ চৰকাৰী চাকৰি পোৱাৰ সুযোগ আহিব পাৰে৷ পুৰণি ঋণৰ হাতৰ পৰা মুক্তি পাব৷ কৰ্মসূত্ৰে বিদেশ ভ্ৰমণৰ যোগ আছে৷ পৈতৃক সম্পত্তিৰ পৰা প্ৰচুৰ অপ্ৰত্যাশিত আৰ্থিক লাভ হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

জৰায়ুৰ সংক্ৰমণক নকৰিব আওকাণ, এটা ভুলেই মাতিব বিপদ!

August 1, 2026
স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!
জীৱনশৈলী

স্বামীয়ে আপোনাৰ ওচৰলৈ আহিব নিবিচাৰে নেকি? তেন্তে সহায় কৰিব পাকঘৰৰ এই সামগ্ৰীয়ে!

August 1, 2026
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ ধৰি ৰাখিলে শৰীৰৰ কি কি ক্ষতি হ’ব পাৰে?
জীৱনশৈলী

নিশা সঘনাই প্ৰস্ৰাৱৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি জানক

August 1, 2026
পূৰণ হ’ব মনৰ ইচ্ছা, মাথোঁ ভোলেনাথক সন্তুষ্ট কৰক এইদৰে!
জীৱনশৈলী

শাওনৰ সোমবাৰে ভুলতো নকৰিব এই কাম, ক্ষুদ্ধ হ’ব মহাদেৱ!

August 1, 2026
Next Post
কেনেকৈ শেষ কৰা হৈছিল ৰাজা ৰঘুবংশীক? মেঘালয়ত ঘটা ঘটনাৰ অটোপছি ৰিপৰ্টত চাঞ্চল্যকৰ তথ্য

কেনেকৈ শেষ কৰা হৈছিল ৰাজা ৰঘুবংশীক? মেঘালয়ত ঘটা ঘটনাৰ অটোপছি ৰিপৰ্টত চাঞ্চল্যকৰ তথ্য

দৈনিক ৰাশিফল, সিদ্ধি যোগৰ লগতে সাধ্য যোগৰ কামাল, এই কেইটা ৰাশিৰ ওপৰত কৃপা বজংবলীৰ

দৈনিক ৰাশিফল, সিদ্ধি যোগৰ লগতে সাধ্য যোগৰ কামাল, এই কেইটা ৰাশিৰ ওপৰত কৃপা বজংবলীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.