• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সপ্তম মহলাত ভয়ংকৰ অগ্নিকাণ্ড, প্ৰাণ ৰক্ষাৰ বাবে জপিয়ালে দুই সন্তানে, পিছে পিছে পিতৃ, তিনিও নিহত

সপ্তম মহলাত ভয়ংকৰ অগ্নিকাণ্ড, প্ৰাণ ৰক্ষাৰ বাবে জপিয়ালে দুই সন্তানে, পিছে পিছে পিতৃ, তিনিও নিহত

1 year ago
আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

21 minutes ago
চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

46 minutes ago
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত

কাইলৈৰ পৰা ৩ ৰাশিৰ আহিব পাৰে বিপদ, শীঘ্ৰে কৰক এই কাম!

3 hours ago
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

3 hours ago
REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

REEL চোৱাৰ অভ্যাসে মাতিব বিপদ, ক্ষতি কৰিব আপোনাৰ শৰীৰত!

3 hours ago
চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

চুম্বন কৰি পাহৰি গ’ল সকলো! আজিও চৰ্চাত বলীউডৰ এইগৰাকী অভিনেত্ৰী

4 hours ago
বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

বিপাশাৰ সৈতে ৰোনাল্ডোৰ ঘনিষ্ঠতা! সেই নিশা কি ঘটিছিল দুয়োৰে মাজত?

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, মেষ ৰাশিৰ লগতে ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব ধন!

6 hours ago
ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

ছানস্ক্ৰীণ প্ৰয়োগ কৰাৰ পিছতো ক’লা পৰিছে নেকি? জানক কেনেকৈ দূৰ কৰিব

7 hours ago
‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

‘চুপা চুপি’ৰ যাদু! এটাৰ পিছত আনটো Suspense এ বলিয়া কৰিছে দৰ্শকক

7 hours ago
জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

জীৱনলৈ আহিব ডাঙৰ সুযোগ, যদি পালন কৰে গীতাৰ এই ৭ টা উক্তি!

9 hours ago
কেনে যাব আজিৰ দিনটো, বৃষ ৰাশিৰ জয়জয়-ময়ময় , কৰ্কট, বৃশ্চিক, মকৰ ৰাশিৰ লোকে ভুলতো নকৰিব এই কাম

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জানো আহক আজিৰ ৰাশিফল

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সপ্তম মহলাত ভয়ংকৰ অগ্নিকাণ্ড, প্ৰাণ ৰক্ষাৰ বাবে জপিয়ালে দুই সন্তানে, পিছে পিছে পিতৃ, তিনিও নিহত

editor by editor
June 10, 2025
in বিবিধ, ভাৰত
0
সপ্তম মহলাত ভয়ংকৰ অগ্নিকাণ্ড, প্ৰাণ ৰক্ষাৰ বাবে জপিয়ালে দুই সন্তানে, পিছে পিছে পিতৃ, তিনিও নিহত
0
SHARES
701
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সপ্তম মহলাত ভয়ংকৰ অগ্নিকাণ্ড, প্ৰাণ ৰক্ষাৰ বাবে জপিয়ালে দুই সন্তানে, পিছে পিছে পিতৃ, তিনিও নিহত

দিল্লীৰ এটা এপাৰ্টমেণ্টত ব্যাপক অগ্নিকাণ্ড। আজি ১০ জুন তাৰিখে পুৱা দ্বাৰকা ছেক্টৰ-১৩ত অৱস্থিত বহুমহলীয়া অট্টালিকা ‘ছাবাদ এপাৰ্টমেণ্ট’ৰ এটা ফ্লেটত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে এক উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়।

অট্টালিকাৰ ওপৰৰ মহলাত অৱস্থিত এটা ফ্লেটত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ লেলিহান শিখা দেখি সেই সময়ত তাত উপস্থিত থকা এহাল ভাতৃ-ভগ্নীৰ লগতে প্ৰাণ ৰক্ষাৰ বাবে সেই অগ্নিকাণ্ডৰ মাজৰ পৰা তললৈ জপিয়াই দিয়ে। পাছে পাছে দুই সন্তানৰ লগতে পিতৃয়েও জপিয়াই দিয়ে।

কিন্তু প্ৰাণ ৰক্ষাৰ বাবে জপিয়াই যদিও ৰক্ষা নপৰে প্ৰাণ। পিতৃ-পুত্ৰ-পুত্ৰী তিনিওৰে মৃত্যু হয়।

অগ্নিনিৰ্বাপক বাহিনীয়ে ফোন লাভ কৰাৰ পিছতে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰৰ কাম আৰম্ভ কৰে। এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত এপাৰ্টমেণ্ট বিল্ডিঙৰ ওপৰৰ মহলাত তীব্ৰ জুই জ্বলি থকা দেখা গৈছে।

ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীৰ ৮ খন অগ্নিনিৰ্বাপক বাহিনীৰ নিবিদা সেই স্থানলৈ প্ৰেৰণ কৰে। ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণৰ চেষ্টা আৰম্ভ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Delhi FireFire Break OutMassive fire
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?
প্ৰযুক্তি

আপোনাৰ বাহনৰ ‘মাইলেজ’ কমিছে নেকি? পূৰ্বতকৈ বৃদ্ধি হৈছে নেকি মেৰামতিৰ ব্যয়?

June 18, 2026
চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল
বিশ্ব

চৰকাৰী চাকৰিয়ালে ব্যৱহাৰ কৰিব নোৱাৰিব SMART PHONE. যাব পাৰে চাকৰি, হ’ব পাৰে জে’ল

June 18, 2026
মে’ মাহত ঘৰ সলনি কৰিব ৬ গ্ৰহই, ভাৱিব নোৱাৰা উন্নতি আহিব বৃষসহ এই ৫ৰাশিৰ জীৱনত
জীৱনশৈলী

কাইলৈৰ পৰা ৩ ৰাশিৰ আহিব পাৰে বিপদ, শীঘ্ৰে কৰক এই কাম!

June 18, 2026
কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?
জীৱনশৈলী

কোনখন দেশত সৰ্বাধিক লিচু উৎপাদন কৰা হয়?

June 18, 2026
Next Post
মেঘালয় অনাৰ পূৰ্বে সোনমৰ অন্য স্বাস্থ্য পৰীক্ষাৰ লগতে গৰ্ভাৱস্থা পৰীক্ষাও সম্পন্ন

মেঘালয় অনাৰ পূৰ্বে সোনমৰ অন্য স্বাস্থ্য পৰীক্ষাৰ লগতে গৰ্ভাৱস্থা পৰীক্ষাও সম্পন্ন

আৰ্দ্ৰা নক্ষত্ৰলৈ আহিব সূৰ্য, ঋতুমতী হ’ব ধৰিত্ৰী, সৌভাগ্যক হাতৰ মুঠিতে পাব এই ৫ৰাশিয়ে

আৰ্দ্ৰা নক্ষত্ৰলৈ আহিব সূৰ্য, ঋতুমতী হ’ব ধৰিত্ৰী, সৌভাগ্যক হাতৰ মুঠিতে পাব এই ৫ৰাশিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.