• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভয়ংকৰ , গুজৰাটৰ আহমেদাবাদত বিমান দুৰ্ঘটনাত একেলগে ২৪২ যাত্ৰীৰ মৃত্যুৰ আশংকা

ভয়ংকৰ , গুজৰাটৰ আহমেদাবাদত বিমান দুৰ্ঘটনাত একেলগে ২৪২ যাত্ৰীৰ মৃত্যুৰ আশংকা

1 year ago
ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

ক’লৈ গ’ল দেৱাৰ্ষি-ৰিণিকাৰ এবছৰীয়া সন্তান?

2 hours ago
সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

সম্পত্তিকেন্দ্ৰিক বিবাদে শেষ কৰিলে এটা পৰিয়াল

3 hours ago
পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

পৰিয়ালকেন্দ্ৰিক বিবাদ, সম্পত্তিৰ লোভেই গুলীচালনাৰ কাৰণ!

3 hours ago
ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

ঘনকান্ত গগৈ নামৰ এজনে সংঘটিত কৰিলে বিলাস INNৰ গুলীচালনাৰ ঘটনা!

4 hours ago
গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

গুৱাহাটীৰ লাচিত নগৰত মৃ*ত্যুৰ কিৰীলি, আততায়ীৰ গু*লীত নিহত ৫

5 hours ago
এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

6 hours ago
শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

7 hours ago
হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

8 hours ago
পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

8 hours ago
প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

8 hours ago
২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

9 hours ago
আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভয়ংকৰ , গুজৰাটৰ আহমেদাবাদত বিমান দুৰ্ঘটনাত একেলগে ২৪২ যাত্ৰীৰ মৃত্যুৰ আশংকা

editor by editor
June 12, 2025
in বিবিধ, ভাৰত
0
ভয়ংকৰ , গুজৰাটৰ আহমেদাবাদত বিমান দুৰ্ঘটনাত একেলগে ২৪২ যাত্ৰীৰ মৃত্যুৰ আশংকা
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভয়ংকৰ , গুজৰাটৰ আহমেদাবাদত বিমান দুৰ্ঘটনাত একেলগে ২৪২ যাত্ৰীৰ মৃত্যুৰ আশংকা

গুজৰাটৰ পৰা আহিছে এক অতিকে ভয়ংকৰ তথা শিহৰণকাৰী দুৰ্ঘটনাৰ খবৰ। এয়াৰ ইণ্ডিয়াৰ যাত্ৰীবাহী বিমান বয়িং ৭৩৭ আজি ১২ জুন তাৰিখ বৃহস্পতিবাৰে বিয়লি গুজৰাটৰ আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হয়। যাৰ ভয়ংকৰ ছবি ইতিমধ্যে প্ৰকাশ পাইছে।

আহমেদাবাদৰ মেঘনীনগৰ অঞ্চলত দেখা গৈছে বিশাল জুইৰ শিখা। একে সময়তে দূৰৰ পৰা ক’লা ধোঁৱা দেখা যায়। দুৰ্ঘটনাৰ সময়ত বিমানখনত আছিল ২৪২ গৰাকী যাত্ৰী। ৰাজ্যখনৰ আৰক্ষীবিভাগৰ ফালৰ পৰা সদৰি এই তথ্য। কেউজন যাত্ৰীয়ে এই দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাৰ আশংকা কৰা হৈছে।

প্ৰাথমিক তথ্য অনুসৰি চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হৈছে এই কৰুণ দুৰ্ঘটনা। বিমানবন্দৰৰ সীমাৰ সমীপতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি অনুমান কৰা হৈছে।

https://x.com/priyankalathi1/status/1933083515387543927

যিখন প্ৰাৰম্ভিক ছবিখন ওলাইছে, তাত দেখা গৈছে যে বিমানখন উৰি গৈ টুকুৰা-টুকুৰ হৈ পৰিছে। সাহায্য আৰু উদ্ধাৰ অভিযান চলি আছে।

https://x.com/SHEKARREDDYBRS1/status/1933081694434930748

ছবিখনত দেখা যায় যে বিমানখনৰ এখন ডেউকা ভাঙি পৰি গৈছে। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে।

সম্প্ৰতি কিছু পৰিমাণে জুই নিয়ন্ত্ৰণ কৰা হৈছে। বিমানখনে বিমানবন্দৰৰ পৰা উৰা মৰাৰ পাছতে ১৫ কিলোমিটাৰ আঁতৰতে এই দুৰ্ঘটনা সংঘটিত হয়। লণ্ডনলৈ বুলি উৰা মাৰিছিল বিমানখনে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Air India FlightgujratGujrat Flight Crash
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে
অসম

এয়া অসমীয়া-বাঙালীৰ সংঘাত নহয়ঃ লীনা দলে

October 26, 2026
শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!
নিয়োগ

শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

October 26, 2026
হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?
ভাৰত

হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

October 26, 2026
পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!
প্ৰযুক্তি

পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

October 26, 2026
Next Post
গুজৰাটত সংঘটিত বিমান দুৰ্ঘটনাত বিমানখনত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী

গুজৰাটত সংঘটিত বিমান দুৰ্ঘটনাত বিমানখনত আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী

আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাগ্ৰস্থ বিমানৰ যাত্ৰীতালিকা প্ৰকাশ, এই বিমানত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও

আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাগ্ৰস্থ বিমানৰ যাত্ৰীতালিকা প্ৰকাশ, এই বিমানত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.