• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাগ্ৰস্থ বিমানৰ যাত্ৰীতালিকা প্ৰকাশ, এই বিমানত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও

আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাগ্ৰস্থ বিমানৰ যাত্ৰীতালিকা প্ৰকাশ, এই বিমানত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও

1 year ago
NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

5 minutes ago
আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

39 minutes ago
আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

1 hour ago
CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

2 hours ago
CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

CJPৰ আন্দোলনক লৈ বিস্ফোৰক অভিযোগ অভিনেত্ৰী আকাংক্ষা পুৰীৰ

3 hours ago
ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?

ছোনম ৱাংচুকৰ অনশন ভংগৰ পিছতে প্ৰতিবাদকাৰীলৈ অভিজিত দীপকেৰ কি নতুন বাৰ্তা?

4 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

4 hours ago
সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

সঁচাকৈয়ে সাপে গাখীৰ খায় নেকি?

17 hours ago
কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

কেতিয়া শেষ হ’ব কলিযুগ? কোনখন পুৰাণত লুকাই আছে ইয়াৰ ৰহস্য

17 hours ago
নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

নতুন EPS নীতিত আপোনাৰ কিমান বাঢ়িব পেঞ্চন?

18 hours ago
ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

ভয়াৱহ ৰোগৰ সংক্ৰমণ, এইখন দেশত এহেজাৰতকৈও অধিক লোকৰ মৃ*ত্যু

18 hours ago
‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

‘মোক জোৰকৈ চুমা খাইছিল, তাৰ পিছত সোধাইছিল প্ৰচণ্ড চৰ’

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাগ্ৰস্থ বিমানৰ যাত্ৰীতালিকা প্ৰকাশ, এই বিমানত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও

আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাগ্ৰস্থ বিমানৰ যাত্ৰীতালিকা প্ৰকাশ, এই বিমানত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও

editor by editor
June 12, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা, দুৰ্ঘটনাগ্ৰস্থ বিমানৰ যাত্ৰীতালিকা প্ৰকাশ, এই বিমানত আছিল গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও
0
SHARES
457
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুজৰাটৰ মেঘানিনগৰত বিমান দুৰ্ঘটনা৷ আহমেদাবাদ বিমানবন্দৰৰ নিচেই কাষতেই ভাঙি পৰিল এয়াৰ ইণ্ডিয়াৰ যাত্ৰীবাহী বিমান৷ দেশৰ অসামৰিক বিমান পৰিবহন নিয়ন্ত্ৰক সংস্থা ডি জি চি এ জনাইছে যে বিমানখনত মুঠ ২৪২ জন যাত্ৰী আছিল৷ ইয়াৰে ২৩২ জন যাত্ৰী আৰু ১০ গৰাকী ত্ৰুৰ সদস্য৷ বিমানৰ দুই পাইলটৰ নাম আছিল কেপ্টেইন সুমিত সবৰৱাল আৰু ফাৰ্ষ্ট অফিচাৰ ক্লাইভ কুন্দৰ৷  বোয়িং সংস্থাৰ বি ৭৮৭ ড্ৰিমলাইনাৰ বিমান আছিল এইখন৷ এই ধৰণৰ এখন বিমানত সৰ্বোচ্চ ২৯০ৰ পৰা ৩০০ গৰাকী যাত্ৰী থাকিব পাৰে৷

এ আই ১৭১ নম্বৰৰ এই বিমানখন দুপৰীয়া ১ বাজি ১০ মিনিটত আহমেদাবাদ বিমানবন্দৰৰ পৰা উৰা মাৰিছিল৷ উৰণৰ কিছু ক্ষণৰ মাজতেই লোকালয়ৰ মাজতেই বিমানখন ভাঙি পৰে৷ ভাঙি পৰাৰ পাছতেই বিমানখনত জুই লাগে৷ ঘটনাস্থললৈ লগে লগেই ৰাওনা হয় উদ্ধাৰকাৰী দল আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল৷ আহতসকলক উদ্ধাৰ কৰি স্থানীয় ছিভিল হাস্পতাললৈ লৈ যোৱা হৈছে৷ কিন্তু কেনেকৈ এই বিমান দুৰ্ঘটনাত পতিত হ’ল এতিয়াও সেই কথা স্পষ্ট হোৱা নাই৷

ইতিমধ্যেই দুৰ্ঘটনাস্থলৰ আশেপাশে থকা সমস্ত ৰাস্তা বন্ধ কৰি দিয়া হৈছে৷ চলিছে উদ্ধাৰকাৰ্যও৷ স্থানীয় সূত্ৰৰ খবৰ অনুসৰি বিমানখন উৰাৰ কিছু ক্ষণৰ ভিতৰতেই বিমানখন ভাঙি পৰে৷ ফলত বিমানখন বেছি উচ্চতালৈ উঠিব পৰা নাছিল৷ ফলত ক্ষয়ক্ষতিৰ পৰিমাণো আৰু বৃদ্ধি পোৱাৰ আশংকা কৰিছে উদ্ধাৰকাৰী দলে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ
অপৰাধ

NEETৰ ছাত্ৰীক দলবদ্ধভাৱে ধ*ৰ্ষণ

July 24, 2026
আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ
ভাৰত

আমেৰিকা-কানাডাৰ পৰা অনলাইনযোগে যন্তৰ-মন্তৰৰ প্ৰতিবাদস্থলীলৈ বুজন পৰিমানৰ খাদ্যৰ অৰ্ডাৰ

July 24, 2026
আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য
জীৱনশৈলী

আজিৰে পৰা জিলিকিব এই ৫ ৰাশিৰ ভাগ্য

July 24, 2026
CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ
বিনোদন

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

July 24, 2026
Next Post
অভিশপ্ত বৃহস্পতিবাৰ! বিমানখনে খুন্দা মাৰিছিল চিকিৎসকৰ হোষ্টেলত, থিতাতেই নিহত ৫০গৰাকী জুনিয়ৰ চিকিৎসক

অভিশপ্ত বৃহস্পতিবাৰ! বিমানখনে খুন্দা মাৰিছিল চিকিৎসকৰ হোষ্টেলত, থিতাতেই নিহত ৫০গৰাকী জুনিয়ৰ চিকিৎসক

ৰাজাক শেষ কৰাৰ পূৰ্বে কামাখ্যালৈ গৈ পূজা আগবঢ়াইছিল সোণমে, ৰাজাকো লৈ গৈছিল কামাখ্যা মন্দিৰলৈ, কি কাৰণত কামাখ্যা দৰ্শন কৰিছিল জানিলে আচৰিত হ’ব আপুনি

ৰাজাক শেষ কৰাৰ পূৰ্বে কামাখ্যালৈ গৈ পূজা আগবঢ়াইছিল সোণমে, ৰাজাকো লৈ গৈছিল কামাখ্যা মন্দিৰলৈ, কি কাৰণত কামাখ্যা দৰ্শন কৰিছিল জানিলে আচৰিত হ’ব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.