• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিশপ্ত বৃহস্পতিবাৰ! বিমানখনে খুন্দা মাৰিছিল চিকিৎসকৰ হোষ্টেলত, থিতাতেই নিহত ৫০গৰাকী জুনিয়ৰ চিকিৎসক

অভিশপ্ত বৃহস্পতিবাৰ! বিমানখনে খুন্দা মাৰিছিল চিকিৎসকৰ হোষ্টেলত, থিতাতেই নিহত ৫০গৰাকী জুনিয়ৰ চিকিৎসক

1 year ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

28 minutes ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

58 minutes ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

1 hour ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

2 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

4 hours ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

4 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

5 hours ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

6 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

6 hours ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

6 hours ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

7 hours ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অভিশপ্ত বৃহস্পতিবাৰ! বিমানখনে খুন্দা মাৰিছিল চিকিৎসকৰ হোষ্টেলত, থিতাতেই নিহত ৫০গৰাকী জুনিয়ৰ চিকিৎসক

অভিশপ্ত বৃহস্পতিবাৰ! বিমানখনে খুন্দা মাৰিছিল চিকিৎসকৰ হোষ্টেলত, থিতাতেই নিহত ৫০গৰাকী জুনিয়ৰ চিকিৎসক

editor by editor
June 12, 2025
in জীৱনশৈলী
0
অভিশপ্ত বৃহস্পতিবাৰ! বিমানখনে খুন্দা মাৰিছিল চিকিৎসকৰ হোষ্টেলত, থিতাতেই নিহত ৫০গৰাকী জুনিয়ৰ চিকিৎসক
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আহমেদাবাদ আদানী গোষ্ঠী পৰিচালিত বিমানবন্দৰৰ কাষতেই ভাঙি পৰিছে বিমানখন৷ বিমানখনৰ দুৰ্ঘটনাক লৈ শোকপ্ৰকাশ কৰিছে গৌতম আদানীয়ে৷

বিমানখনে উৰণৰ পাছতেই যান্ত্ৰিক বিজুতি ঘটে৷ বিমানখনে গৈ লোকালয়ৰ মাজত থকা চিকিৎসক হোষ্টেলত খুন্দা মাৰে৷ লগে লগেই সমগ্ৰ এলেকা কলা ধোঁৱাই আৱৰি ধৰে৷ এই দুৰ্ঘটনাত ৫০গৰাকী জুনিয়ৰ চিকিৎসকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে৷ আহত হৈছে প্ৰায় ১৫ গৰাকী জুনিয়ৰ চিকিৎসক৷

বিমানখনত থকা বিমানকৰ্মীৰ তালিকাও প্ৰকাশ কৰিছে এয়াৰ ইণ্ডিয়াই৷ এয়াৰ ইণ্ডিয়াৰ তথ্যমতে বিমানত থকা যাত্ৰী বাচি থকাৰ সম্ভাৱনা তেনেই ক্ষীণ৷ বিমানখনত ১০গৰাকীকৈ ক্ৰুৰ মেম্বাৰ আছিল৷ বিমানত আছিল ফাৰ্ষ্ট অফিচাৰ ক্লাইভ কুন্দৰ, কেপ্টেইন সুমিত ছভৰোৱাল, অপৰ্ণা মহাদিক, শ্ৰদ্ধা ধাৱান, দীপক পাঠক, ইৰফান শ্বেখ, নানথেম সিংসেন, মৈথিলি পেটেল আৰু মণীষা থাপা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!
জীৱনশৈলী

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

October 6, 2026
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!
জীৱনশৈলী

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

October 6, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…
জীৱনশৈলী

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

October 6, 2026
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা
জীৱনশৈলী

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

October 6, 2026
Next Post
ৰাজাক শেষ কৰাৰ পূৰ্বে কামাখ্যালৈ গৈ পূজা আগবঢ়াইছিল সোণমে, ৰাজাকো লৈ গৈছিল কামাখ্যা মন্দিৰলৈ, কি কাৰণত কামাখ্যা দৰ্শন কৰিছিল জানিলে আচৰিত হ’ব আপুনি

ৰাজাক শেষ কৰাৰ পূৰ্বে কামাখ্যালৈ গৈ পূজা আগবঢ়াইছিল সোণমে, ৰাজাকো লৈ গৈছিল কামাখ্যা মন্দিৰলৈ, কি কাৰণত কামাখ্যা দৰ্শন কৰিছিল জানিলে আচৰিত হ’ব আপুনি

হোষ্টেলত লাঞ্চ কৰিছিল MBBS ছাত্ৰসকলে, সেইসময়তেই বিল্ডিঙৰ ওপৰত পৰে বিমানখন, কথমপি প্ৰাণ ৰক্ষা এজন জুনিয়ৰ চিকিৎসকৰ, কি কৈছে চিকিৎসকৰ মাতৃয়ে?

হোষ্টেলত লাঞ্চ কৰিছিল MBBS ছাত্ৰসকলে, সেইসময়তেই বিল্ডিঙৰ ওপৰত পৰে বিমানখন, কথমপি প্ৰাণ ৰক্ষা এজন জুনিয়ৰ চিকিৎসকৰ, কি কৈছে চিকিৎসকৰ মাতৃয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.