• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই মাহতেই নিজৰ ঘৰত মালব্য ৰাজযোগ গঠন কৰিব শুক্ৰই, চকুত লগা উন্নতি এই ৫ৰাশিৰ ভাগ্যত

এই মাহতেই নিজৰ ঘৰত মালব্য ৰাজযোগ গঠন কৰিব শুক্ৰই, চকুত লগা উন্নতি এই ৫ৰাশিৰ ভাগ্যত

8 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 days ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

2 days ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

2 days ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

2 days ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

2 days ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

2 days ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

3 days ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

3 days ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

3 days ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

3 days ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

3 days ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

3 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই মাহতেই নিজৰ ঘৰত মালব্য ৰাজযোগ গঠন কৰিব শুক্ৰই, চকুত লগা উন্নতি এই ৫ৰাশিৰ ভাগ্যত

এই মাহতেই নিজৰ ঘৰত মালব্য ৰাজযোগ গঠন কৰিব শুক্ৰই, চকুত লগা উন্নতি এই ৫ৰাশিৰ ভাগ্যত

editor by editor
June 12, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
এই মাহতেই নিজৰ ঘৰত মালব্য ৰাজযোগ গঠন কৰিব শুক্ৰই, চকুত লগা উন্নতি এই ৫ৰাশিৰ ভাগ্যত
0
SHARES
4.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জুন মাহৰ শেষত জ্যোতিষ গণনা অনুসৰি এক দুৰ্দান্ত যোগ গঠিত হব৷ ২৯ জুনত শুক্ৰই বৃষ ৰাশিত প্ৰৱেশ কৰিব৷ বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ নিজেই৷ অৰ্থাৎ নিজৰ ঘৰলৈ আহি শুভ গ্ৰহ শুক্ৰৰ পজিটিভ প্ৰভাৱ পৰিব৷ বৃষ ৰাশিত শুক্ৰৰ গোচৰৰ ফলত গঠিত হব মালব্য ৰাজযোগ৷ ২৬ জুলাই পৰ্যন্ত শুক্ৰই বৃষ ৰাশিতেই অৱস্থান কৰিব৷ ২৯ জুনৰ পৰা ২৬ জুলাই পৰ্যন্ত মালব্য ৰাজযোগৰ প্ৰভাৱত বৃহৎ সাফল্য অৰ্জন কৰিব পাঁচ ৰাশিৰ জাতকে৷ জানি থওক এই তালিকাত কোন কোন আছে?

বৃষ ৰাশি

বৃষ ৰাশিৰ প্ৰথম ঘৰত গোচৰ কৰিব শুক্ৰই৷ ইয়াৰ ফলত মালব্য ৰাজযোগৰ শুভ ফল লাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ ইয়াৰ ফলত সম্পদ আৰু সমৃদ্ধি লাভৰ যোগ আছে আপোনাৰ সন্মুখত৷ আৰ্থিকভাৱে এই সময় আপোনাৰ বাবে দুৰ্দান্ত হব৷ শিল্প আৰু সাহিত্যৰ ছাত্ৰ ছাত্ৰীসকলে বৃহৎ সাফল্য পাব৷ বিবাহৰ কথা আগুৱাব পাৰে৷ পৰিয়ালত সুখ শান্তি থাকিব৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ একাদশ ঘৰত গোচৰ কৰিব শুক্ৰই৷ মালব্য ৰাজযোগৰ প্ৰভাৱত নানান দিশৰ পৰা লাভৱান হব কৰ্কট ৰাশিৰ জাতক৷ এই সময়ত আপুনি সম্পতি লাভ কৰিব পাৰে৷ নতুন গাড়ী বা ঘৰ ক্ৰয়ৰ যোগ আছে৷ উত্তৰাধিকাৰ সূত্ৰেও সম্পত্তি লাভ কৰিব পাৰে৷ কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷ এই সময়ত আপোনাৰ আৰ্থিক পৰিস্থিতি বেছ মজবুত হব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ নৱম ঘৰত গোচৰ কৰিব শুক্ৰই৷ মালব্য ৰাজযোগৰ প্ৰভাৱত সকলো কামতেই সৌভাগ্যক কাষত পাব কন্যা ৰাশিৰ জাতকে৷ নিজৰ পৰিশ্ৰমৰ ফল পাব এই ৰাশিৰ জাতকে৷ যি কামতেই হাত দিব তাতেই সাফল্য লাভৰ যোগ আছে৷ নিজৰ লক্ষ্যৰ দিশৰ আৰু সহজে আগুৱাই যাব পাৰিব৷ প্ৰশাসনিক কামতো সাফল্য পাব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ পঞ্চম ঘৰত গোচৰ কৰিব শুক্ৰই৷ মালব্য ৰাজযোগৰ প্ৰভাৱত ২৯ জুনৰ পৰা ২৬ জুলাইৰ মাজত জীৱনৰ বহু সমস্যাৰ সমাধান কৰিব পাৰিব মকৰ ৰাশিৰ জাতকে৷ শিক্ষাক্ষেত্ৰত কোনো বাধা থাকিলে এই সময়ত দূৰ হব৷ প্ৰেমৰ সম্পৰ্ক আৰু মজবুত হব৷ সন্তানৰ কৃতিত্বত গৰ্বিত হব৷ সকলো মিলি পৰিস্থিতি আপোনাৰ অনুকূল হব৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ চতুৰ্থ ঘৰত গোচৰ কৰিব শুক্ৰই৷ মালব্য ৰাজযোগৰ প্ৰভাৱত যিকোনো কামতেই হাত দিলে তাতেই সাফল্য পাব কুম্ভ ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ মনৰ কোনো দীৰ্ঘদিনৰ ইচ্ছা পূৰণ হব পাৰে৷ ঘৰ, গাড়ী আৰু অন্য স্থাবৰ সম্পত্তি লাভৰ যোগ আছে৷ আত্মীয়সকলৰ সৈতে সম্পৰ্কত মাধুৰ্যতা আহিব৷ ব্যক্তিগত জীৱনত বৃহৎ সাফল্য লাভৰ যোগ আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
১০ লাখ টকা গোটাবলৈ SIPত কিমান বছৰ বিনিয়োগ কৰিব লাগিব? মাহিলী কিমান টকা জমা কৰিব লাগিব?

১০ লাখ টকা গোটাবলৈ SIPত কিমান বছৰ বিনিয়োগ কৰিব লাগিব? মাহিলী কিমান টকা জমা কৰিব লাগিব?

সকলো নিহত নহয়, ৰক্ষা পৰিছে এজনৰ জীৱন, বিমানৰ কোন চিটত যাত্ৰা কৰিছিল তেওঁ? কি কৈছে আৰক্ষী সূত্ৰই?

সকলো নিহত নহয়, ৰক্ষা পৰিছে এজনৰ জীৱন, বিমানৰ কোন চিটত যাত্ৰা কৰিছিল তেওঁ? কি কৈছে আৰক্ষী সূত্ৰই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.