• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুবাৰকৈ কেঞ্চাৰত আক্ৰান্ত, দুয়োটা বৃক্ক বিকল, তথাপি বলীউডত হাঁহি মুখে কৰি গৈছে কাম

দুবাৰকৈ কেঞ্চাৰত আক্ৰান্ত, দুয়োটা বৃক্ক বিকল, তথাপি বলীউডত হাঁহি মুখে কৰি গৈছে কাম

1 year ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ কেনেদৰে পাৰ হ’ব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব সোণালী সুযোগ!

5 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

কেৰিয়াৰ, ধন আৰু সাফল্য আহিব জীৱনত, মাত্ৰ ৩০ বছৰ বয়সৰ পূৰ্বে কৰক এই কাম!

5 hours ago

প্ৰতি ছেকেণ্ডত প্ৰায় ৩.৬ মিটাৰ! পৃথিৱীৰ আটাইতকৈ বেগী মকৰাটোৰ বিষয়ে জানেনে?

6 hours ago
পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!

পুনৰ আকাশলংঘী সোণৰ মূল্য, ৰূপে গঢ়িলে নতুন অভিলেখ!

6 hours ago
কেতিয়া হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য? উত্তৰ দিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

কেতিয়া হ্ৰাস পাব পেট্ৰ’ল-ডিজেলৰ মূল্য? উত্তৰ দিলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

7 hours ago
সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

7 hours ago
PF ৰ ধন উলিয়াব খুজিছে নেকি? এই সহজ নিয়ম মানিলে নহয় TDS কৰ্তন!

EPFO Update: প্ৰভিডেণ্ট ফাণ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন, এইখিনি ধন জমা কৰিব লাগিব পিএফ একাউণ্টত!

8 hours ago
বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

বৈবাহিক জীৱনত কন্দল, এয়া বৃহস্পতি দুৰ্বল হোৱাৰ সংকেত নেকি?

8 hours ago
সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

সপোনত কোনো অদৃশ্য শক্তিয়ে কষ্ট দিছে নেকি? এয়া কিহৰ সংকেত জানক

9 hours ago
জীৱনলৈ আহিব দুঃসময়, যদি সলনি নকৰে এইকেইটা অভ্যাস

জীৱনলৈ আহিব দুঃসময়, যদি সলনি নকৰে এইকেইটা অভ্যাস

12 hours ago
প্ৰেমে নামানে বয়সৰ সীমা! ৭২ বছৰীয়া বৃদ্ধাৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল ২২ বছৰীয়া যুৱক

প্ৰেমে নামানে বয়সৰ সীমা! ৭২ বছৰীয়া বৃদ্ধাৰ সৈতে বিৱাহ পাশত আৱদ্ধ হ’ল ২২ বছৰীয়া যুৱক

13 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী কিমান সত্য? কেতিয়াৰ পৰা জনপ্ৰিয় হ’ল বাবা ভাংগা?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

দুবাৰকৈ কেঞ্চাৰত আক্ৰান্ত, দুয়োটা বৃক্ক বিকল, তথাপি বলীউডত হাঁহি মুখে কৰি গৈছে কাম

editor by editor
June 17, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিশ্ব, ভাৰত
0
দুবাৰকৈ কেঞ্চাৰত আক্ৰান্ত, দুয়োটা বৃক্ক বিকল, তথাপি বলীউডত হাঁহি মুখে কৰি গৈছে কাম
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুবাৰকৈ কেঞ্চাৰত আক্ৰান্ত, দুয়োটা বৃক্ক বিকল, তথাপি বলীউডত হাঁহি মুখে কৰি গৈছে কাম

বলীউডৰ এগৰাকী নাথ থকা অভিনেত্ৰী, যিয়ে কাম কৰা বাইৰ পৰা মাতৃ লৈকে এগৰাকী সৰলা নাৰীৰ পৰা এগৰাকী ভেম্প হোৱালৈকে সকলো ধৰণৰ চৰিত্ৰত কাম কৰি সুনাম বুটলিছে। এটা সময়ত আইটেম গাৰ্ল হিচাপেও নাম আছিল এই অভিনেত্ৰীৰ।

সকলোৱে তেখেতৰ চিনি পাই তেখেতৰ হাঁহিটোৰ বাবে। পাছে সেই হাঁহিৰ পাছত লুকাই আছে বহু দুখ। জীৱনৰ স্বাস্থ্যৰ ক্ষেত্ৰত বহু দুখ পাইছে এইগৰাকী অভিনেত্ৰীয়ে। এই অভিনেত্ৰী গৰাকী হৈছে অৰুণা ইৰাণী।

সকলোৱে হাঁহিমুখীয়া অভিনেত্ৰী বুলি জানিলেও পাছে বহু দুখ অৰুণা ইৰাণীৰ। শেহতীয়াকৈ এক বাৰ্তালাপত অৰুণা ইৰাণীয়ে দুবাৰকৈ স্তন কেন্সাৰত ভোগা বুলি প্ৰকাশ কৰে। প্ৰথমবাৰৰ বাবে এই ৰোগ ধৰা পৰাৰ সময়ত কোনো চিনেমাৰ কামত ব্যস্ত আছিল। সেয়ে সাৱধানতা অৱলম্বন কৰি লগে লগে অস্ত্ৰোপচাৰ কৰা হয়। ডাক্তৰে কেমোথেৰাপিৰ পৰামৰ্শ দিয়ে, কিন্তু চুলি সৰা আৰু মুখৰ ৰং সলনি হোৱাৰ ভয়ত অভিনয়ত ইয়াৰ প্ৰভাৱ পৰিব বুলি কেমোথেৰাপীৰ পৰা আঁতৰত থাকে।

কিন্তু যি সময়ত সমগ্ৰ বিশ্বই Covid ৰ আগমনত ভয় খাইছিল, তেতিয়া অৰুণা ইৰাণীৰ জীৱনত পুনৰ ঘূৰি আহিছিল কেন্সাৰ। এইবাৰ অৰুণা ইৰাণীয়ে নিজৰ সিদ্ধান্ত সলনি কৰে আৰু কেমোথেৰাপিৰ আশ্ৰয় লয়।

কেৱল কেন্সাৰেই নহয়, অভিনেত্ৰীগৰাকীয়ে ডায়েবেটিছৰ সৈতেও যুঁজিবলগীয়া হৈছিল, যাৰ বাবে তেওঁৰ দুয়োটা বৃক্ক বিকল হৈ পৰিছিল। তথাপি আজি তাই সম্পূৰ্ণ সুস্থতাৰে কাম কৰি গৈছে ৭০ বছৰৰ দেওনা পাৰ কৰা এইগৰাকী অভিনেত্ৰীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Aruna IraniIndian Actress
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ কেনেদৰে পাৰ হ’ব আপোনাৰ দিনটো? ২ ৰাশিয়ে পাব সোণালী সুযোগ!

July 2, 2026
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!
জীৱনশৈলী

কেৰিয়াৰ, ধন আৰু সাফল্য আহিব জীৱনত, মাত্ৰ ৩০ বছৰ বয়সৰ পূৰ্বে কৰক এই কাম!

July 2, 2026
শিক্ষা

প্ৰতি ছেকেণ্ডত প্ৰায় ৩.৬ মিটাৰ! পৃথিৱীৰ আটাইতকৈ বেগী মকৰাটোৰ বিষয়ে জানেনে?

July 2, 2026
সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!
জীৱনশৈলী

সোণৰ আঙুঠি পিন্ধোতে নকৰিব ভুল, পৰিব শনিৰ বক্ৰ দৃষ্টি!

July 2, 2026
Next Post
টেবলেট খালেই নিৰ্মূল হ’ব ব্লাডকেন্সাৰ! নতুন ঔষধ আনিছে এই দেশে, কিমান দাম হ’ব ভাৰতত এই ঔষধৰ?

টেবলেট খালেই নিৰ্মূল হ’ব ব্লাডকেন্সাৰ! নতুন ঔষধ আনিছে এই দেশে, কিমান দাম হ’ব ভাৰতত এই ঔষধৰ?

এই সপ্তাহত একে লাইনত চাৰি গ্ৰহ, চতুৰ্গ্ৰহী যোগত সাফল্যৰ চূড়াত উঠিব এই ৫ৰাশি

এই সপ্তাহত একে লাইনত চাৰি গ্ৰহ, চতুৰ্গ্ৰহী যোগত সাফল্যৰ চূড়াত উঠিব এই ৫ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.