• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছলমান খানে ব্ৰেইন এনিউৰিজমত ভুগিছে, কিমান ভয়ানক এই ৰোগ? ইয়াৰ উপসৰ্গ কি?

ছলমান খানে ব্ৰেইন এনিউৰিজমত ভুগিছে, কিমান ভয়ানক এই ৰোগ? ইয়াৰ উপসৰ্গ কি?

1 year ago
প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

3 minutes ago
প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

প্লাষ্টিকৰ বটলত প্ৰাণ পাই উঠিছে ঈশ্বৰ পুত্ৰ

47 minutes ago
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

1 hour ago
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

2 hours ago
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

3 hours ago
এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

এই ৫ ৰাশিৰ জীৱনত আহিব পাৰে ডাঙৰ পৰিৱৰ্তন

4 hours ago
জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

জুবিন দাৰ সংগীত জীৱনৰ প্ৰাৰম্ভিক সময়ৰ কাহিনী, যোৰহাটৰ সেই বিশেষ ঘৰটো…

4 hours ago
নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

নিমিষতে কেনেকৈ পাব ৫০ হাজাৰ টকাৰ Loan?

5 hours ago
পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

পুৱা, দুপৰীয়া আৰু ৰাতিৰ আহাৰত কি কি খায় মোদীয়ে?

6 hours ago
এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

এই ৰাশিৰ লোকৰ বাবে আজি বিশেষ দিন

7 hours ago
কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

কেতিয়া নিজকে জয়মতী বুলি ভাবিছিল কণ্ঠশিল্পী ববিতা শৰ্মাই?

16 hours ago
খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

খাকী পোছাকত লাগিল দাগ! ব্যৱসায়ীক অপহৰণ কৰি ১৪ লাখ টকা লুটাৰ অভিযোগ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ছলমান খানে ব্ৰেইন এনিউৰিজমত ভুগিছে, কিমান ভয়ানক এই ৰোগ? ইয়াৰ উপসৰ্গ কি?

ছলমান খানে ব্ৰেইন এনিউৰিজমত ভুগিছে, কিমান ভয়ানক এই ৰোগ? ইয়াৰ উপসৰ্গ কি?

editor by editor
June 24, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ছলমান খানে ব্ৰেইন এনিউৰিজমত ভুগিছে, কিমান ভয়ানক এই ৰোগ? ইয়াৰ উপসৰ্গ কি?
0
SHARES
867
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নেটফ্লিক্সত দ্যা গ্ৰেট ইণ্ডিয়ান কপিল শৰ্মা শ্ব’ৰ নতুন চিজনৰ প্ৰথম অতিথি হৈ আহিছিল ছলমান খান৷ তাতেই অনুৰাগীলৈ ছলমানে দিছে এক দুঃখবৰ৷ ৫৯ বছৰ বয়সীয়া অভিনেতাগৰাকীয়ে জনাইছে যে নানান জটিল ৰোগৰ সৈতে যুঁজ কৰি আছে তেওঁ৷ জটিল ৰোগ লৈয়েই কাম কৰি আছে তেওঁ৷

ব্ৰেন এনিউৰিজমৰ দৰে এক বিৰল ৰোগত ভূগিছে ছলমানে৷ তেওঁ কয়, প্ৰতিদিনে মোৰ হাঁঙ ভঙা বিষ৷ মোৰ ট্ৰাইজেমিনেল নিউৰলজিয়া আছে, ব্ৰেইন এনিউৰিজম আঠে আৰু আছে এ ভি মেলফৰমেছন৷ সকলোবোৰৰ মাজতে মই কাম চলাই গৈছো৷ স্বাভাৱিকভাৱেই এই খবৰ পোহৰলৈ অহাৰ পিছত চিন্তা বাঢ়িছে অনুৰাগীমহলৰ৷

চেৰিব্ৰেল এনিউৰিজমৰ আন এক নাম ব্ৰেইন এনিউৰিজম৷ আকৌ ইয়াক ইন্ট্ৰাক্ৰনিয়েল এনিউৰিজমো কোৱা হয়৷ ইয়াত মস্তিষ্কৰ ৰক্তনলীৰ দেৱাললৈ অস্বাভাৱিক দুৰ্বলতা আহে বা ফুলি যায়৷ ই এটা বেলুনৰ দৰে দেখাত যি তেজেৰে পূৰ্ণ হৈ থাকে৷ মস্তিষ্কৰ ৰক্তনলীৰ দুৰ্বলতাৰ কাৰণে ই ফাটিও যাব পাৰে, এই বেলুন ফাটিলেই মস্তিষ্কত ৰক্তক্ষৰণ ঘটে৷ এই ৰক্তক্ষৰণ অত্যন্ত গুৰুতৰ আৰু মৃত্যুৰ কাৰণ পৰ্যন্ত হব পাৰে৷

চিকিৎসকৰ মতে মস্তিষ্কৰ ধমনীৰ দেৱাল পাতল আৰু দুৰ্বল হৈ গলে এনিউৰিজমে দেখা দিব পাৰে৷ বহু সময়ত মস্তিষ্কৰ এনিউৰিজম লৈয়ো জন্মগ্ৰহণ কৰে৷ ই জন্মসূত্ৰে ধমনীৰ দেৱালৰ অস্বাভাৱিকতাৰো কাৰণেও হব পাৰে৷ ধমনীৰ দুৰ্বলতা অবিহনেও অতিৰিক্ত ধূমপান আৰু এলকহলত আসক্তি, উচ্চ ৰক্তচাপ, জেনেটিক ত্ৰুটিও ব্ৰেইন এনিউৰিজমৰ কাৰণ হব পাৰে৷

সাধাৰণতে এনিউৰিজম যিমানদেৰীলৈকে নাফাটে বা ডাঙৰ হৈ নাযায় তেতিয়ালৈকে ধৰা নপৰে৷ স্নায়ু বা টিছুত চাপ সৃষ্টি কৰিলেহে এই লক্ষণে দেখা দিয়ে৷ এনিউৰিজম ফাঁটি গলে কেইবাটাও উপসৰ্গই দেখা দিব পাৰে৷ এইক্ষেত্ৰত আকস্মিক আৰু তীব্ৰ মূৰৰ বিষ, বমি বমি ভাৱ আৰু ডিঙি বিষ শৰীৰত অশান্তিয়ে দেখা দিয়ে৷ এনিউৰিজমৰ আকাৰ, অৱস্থান আৰু ফাটি যোৱাৰ আশংকাৰ ওপৰত চিকিৎসাৰ ধৰণ নিৰ্ভৰ কৰে৷ চিকিৎসাৰ জৰিয়তে এনিউৰিজম সৰু কৰিব পাৰি যাৰ ফলত ফাটি যোৱাৰ আশংকা কমে৷ ইয়াৰোপৰি ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিবলৈ ঔষধ দিয়া হয়৷ ডাঙৰ হৈ ফাটি গলে এনিউৰিজমৰ অস্ত্ৰোপচাৰ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত
ৰাজনীতি

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ষিক কুণ্ডলীয়ে দিছে এই সংকেত

September 17, 2026
১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়
বিনোদন

১৬ বছৰ বয়সতে স্তনপানৰ কৰিছিল অভিনয়

September 17, 2026
প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক
অপৰাধ

প্ৰেমিকৰ উন্নত ভৱিষ্যতৰ বাবে প্ৰেমিকাই লুটিলে বেংক

September 17, 2026
মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?
ভাৰত

মোদীক লৈ কি ভৱিষ্যদ্বাণী কৰিছিল ধীৰুভাই আম্বানীয়ে?

September 17, 2026
Next Post
ষ্টুডেণ্ট ভিছাক লৈ কঠোৰ মাৰ্কিন প্ৰশাসন, বিদেশী ছাত্ৰ-ছাত্ৰীক কি কি নতুন চৰ্ত দিলে আমেৰিকাই?

ষ্টুডেণ্ট ভিছাক লৈ কঠোৰ মাৰ্কিন প্ৰশাসন, বিদেশী ছাত্ৰ-ছাত্ৰীক কি কি নতুন চৰ্ত দিলে আমেৰিকাই?

মাত্ৰ ১ মাহতে লিভাৰত জমা থকা চৰ্বি দূৰ হ’ব! কৰক এই ৫ কাম, সুস্থ হ’বই খাটাং

মাত্ৰ ১ মাহতে লিভাৰত জমা থকা চৰ্বি দূৰ হ’ব! কৰক এই ৫ কাম, সুস্থ হ’বই খাটাং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.