• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শাওন মাহ আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰলৈ আনক এই ৫ সামগ্ৰী, শিৱৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

শাওন মাহ আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰলৈ আনক এই ৫ সামগ্ৰী, শিৱৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

8 months ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

54 minutes ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

3 hours ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

3 hours ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

4 hours ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

4 hours ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

19 hours ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

20 hours ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

20 hours ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

22 hours ago
কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

কোৰিয়ান ‘লাভ গেম’ৰ বলি গাজিয়াবাদৰ তিনি ভগ্নী! জানক কি আছে এই খেলত?

22 hours ago
সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ

সৌভাগ্য উজলি উঠিব, ফেব্ৰুৱাৰীত একাধিক ৰাজযোগত আৰ্থিক ভাগ্য তুংগত উঠিব এই ৪ৰাশিৰ

23 hours ago
৬ ফেব্ৰুৱাৰীত গঠন হ’ব শুক্ৰাদিত্য ৰাজযোগ, ৪ৰাশিৰ জীৱনলৈ আহিছে শুভ সময়

৬ ফেব্ৰুৱাৰীত গঠন হ’ব শুক্ৰাদিত্য ৰাজযোগ, ৪ৰাশিৰ জীৱনলৈ আহিছে শুভ সময়

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, February 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শাওন মাহ আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰলৈ আনক এই ৫ সামগ্ৰী, শিৱৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

শাওন মাহ আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰলৈ আনক এই ৫ সামগ্ৰী, শিৱৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

editor by editor
June 25, 2025
in জীৱনশৈলী
0
শাওন মাহ আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰলৈ আনক এই ৫ সামগ্ৰী, শিৱৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পঞ্জিকা মতে সূৰ্যই কৰ্কট ৰাশিত প্ৰৱেশ কৰিলেই আৰম্ভ হয় শাওন মাহ৷ আগন্তুক ১৬ জুলাইত সূৰ্যই মিথুন ৰাশি এৰি কৰ্কট ৰাশিত গোচৰ কৰিব৷ পঞ্জিকা অনুসৰি ১৮ জুলাইত আৰম্ভ হব শিৱৰ প্ৰিয় শাওন মাহ৷ বৈদিক পঞ্জিকা অনুসৰি শাওন মাহৰ আৰম্ভ হব আগন্তুক ১১ জুলাইৰ পৰা৷ শাস্ত্ৰই কৈছে যে শাওন মহাদেৱৰ প্ৰিয় মাহ৷ শিৱভক্তসকলে এই মাহত বলবম কৰাৰ ওপৰিও সোমবাৰসমূহত উপবাসেও থাকে৷ জানি থওক শাওন মাহ আৰম্ভ হোৱাৰ পূৰ্বেই ঘৰত কি কি সামগ্ৰী আনিব?

ত্ৰিশূল

ত্ৰিশূল হৈছে শিৱৰ প্ৰতীক৷ মহাদেৱৰ হাতত ত্ৰিশূল থাকে৷ সেয়ে শিৱৰ প্ৰিয় মাহ শাওনত এটা ৰূপৰ বা তামেৰে তৈয়াৰি ত্ৰিশূল অৱশ্যেই ঘৰলৈ আনক৷ ধাৰণা কৰা হয় ভোলেনাথৰ ত্ৰিশূলে আপোনাকে আৰু আপোনাৰ পৰিয়ালৰ সকলোকে অশুভ শক্তিৰ হাতৰ পৰা ৰক্ষা কৰিব৷

পাৰদ শিৱলিংগ

পাৰদ, ৰূপ একেলগে মিহলাই যি শিৱলিংগ তৈয়াৰ হয় তাক কোৱা হয় পাৰদ শিৱলিংগ৷ শাওন আৰম্ভ হোৱাৰ পূৰ্বে ঘৰলৈ এটা পাৰদ শিৱলিংগ আনক৷ প্ৰচলিত বিশ্বাস অনুসৰি ঘৰত পাৰদ শিৱলিংগ থাকিলে মহাদেৱ প্ৰসন্ন হয় আৰু আপোনাৰ মনৰ সমস্ত ইচ্ছা পূৰণ কৰে৷

ৰুদ্ৰাক্ষ

ৰুদ্ৰাক্ষ হৈছে মহাদেৱৰ প্ৰতীক৷ পবিত্ৰ মাহত শাওনৰ ৰুদ্ৰাক্ষ লৈ আহিলে অত্যন্ত শুভ বুলি ধাৰণা কৰা হয়৷ শাওন মাহত ৰুদ্ৰাক্ষৰ মালা আপুনি ডিঙিত ধাৰণ কৰিব পাৰে৷ ইয়াৰ ফলত জীৱনত উন্নতি হয় আৰু সকলো কামতে সাফল্য লাভ কৰিব৷

গংগাজল

সকলো হিন্দু ধৰ্মাৱলম্বীৰ ঘৰত গংগাজল ৰখাটো অত্যন্ত জৰুৰী৷ শাওন মাহত আপোনাৰ ঘৰত অৱশ্যেই গংগাজল ৰাখিব৷ শাওন মাহৰ প্রথম দিন অথৱা শাওনৰ প্ৰথম সোমবাৰে ঘৰত গংগাজল আনক৷ ইয়াৰ ফলত সংসাৰলৈ সুখ আৰু সমৃদ্ধি আহিব৷

ৰূপৰ খাৰু

মহাদেৱৰ ভৰিত ৰূপৰ খাৰু থাকে৷ শাওন মাহৰ ৰূপৰ খাৰু লৈ অহা অত্যন্ত শুভ আৰু ইয়াৰ ফলত শিৱৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?
জীৱনশৈলী

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

February 5, 2026
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?
জীৱনশৈলী

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

February 5, 2026
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ
জীৱনশৈলী

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

February 5, 2026
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?
জীৱনশৈলী

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

February 5, 2026
Next Post
সফল উৎক্ষেপণ! ১২বাজি ১ মিনিটত শুভাংশুক লৈ উৰিল ড্ৰেগণ, ৰাকেশ শৰ্মাৰ ৪১ বছৰ পাছত দ্বিতীয়গৰাকী ভাৰতীয় নভোশ্চৰ মহাকাশলৈ

সফল উৎক্ষেপণ! ১২বাজি ১ মিনিটত শুভাংশুক লৈ উৰিল ড্ৰেগণ, ৰাকেশ শৰ্মাৰ ৪১ বছৰ পাছত দ্বিতীয়গৰাকী ভাৰতীয় নভোশ্চৰ মহাকাশলৈ

সূৰ্য-চন্দ্ৰ-বৃহস্পতিৰ ত্ৰিগ্ৰহী যোগত অৰ্থৰ ট্ৰিপল চেঞ্চুৰি! আজি তিনিগুণ বাঢ়িব অৰ্থসম্পদ

সূৰ্য-চন্দ্ৰ-বৃহস্পতিৰ ত্ৰিগ্ৰহী যোগত অৰ্থৰ ট্ৰিপল চেঞ্চুৰি! আজি তিনিগুণ বাঢ়িব অৰ্থসম্পদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.