• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নক্ষত্ৰ সলাব কেতুৱে! প্ৰভাৱ পৰিব কুম্ভসহ ৩ ৰাশিত, লাকী ৰাশি কি কি?

নক্ষত্ৰ সলাব কেতুৱে! প্ৰভাৱ পৰিব কুম্ভসহ ৩ ৰাশিত, লাকী ৰাশি কি কি?

1 year ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

39 minutes ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

1 hour ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

2 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

2 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

3 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

3 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

4 hours ago
জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

5 hours ago
বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

5 hours ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

6 hours ago
বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ‘Time100 Next’ তালিকাত নাম অন্তৰ্ভুক্ত

বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ‘Time100 Next’ তালিকাত নাম অন্তৰ্ভুক্ত

6 hours ago
সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ

সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

নক্ষত্ৰ সলাব কেতুৱে! প্ৰভাৱ পৰিব কুম্ভসহ ৩ ৰাশিত, লাকী ৰাশি কি কি?

নক্ষত্ৰ সলাব কেতুৱে! প্ৰভাৱ পৰিব কুম্ভসহ ৩ ৰাশিত, লাকী ৰাশি কি কি?

editor by editor
July 2, 2025
in Uncategorized, জীৱনশৈলী, বিবিধ, লেখা
0
নক্ষত্ৰ সলাব কেতুৱে! প্ৰভাৱ পৰিব কুম্ভসহ ৩ ৰাশিত, লাকী ৰাশি কি কি?
0
SHARES
3.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰতিটো গ্ৰহই নিৰ্দিষ্ট সময়ৰ অন্তৰালত ৰাশি পৰিবৰ্তন কৰে৷ ইয়াৰ মাজতেই কিছু গ্ৰহৰ ৰাশি পৰিবৰ্তনে দিয়ে সুফল, কিছু গ্ৰহৰ ৰাশি পৰিবৰ্তনে জাতক জাতিকাৰ ওপৰত কুপ্ৰভাৱ পেলাব পাৰে৷ এইবাৰ ৬ জুলাইত কেতুৱে প্ৰৱেশ কৰিছে পূৰ্ব ফাল্গুনী নক্ষত্ৰত৷ তাতেই কেতু ২০ জুলাই পৰ্যন্ত থাকিব৷ তাৰ প্ৰভাৱ ১২ ৰাশিত পৰিব৷ কিছু গ্ৰহেও তাত লাভ পাব৷ লাকী ৰাশি কি কি?

বৃষ ৰাশি

এই সময়কালত হঠাৎ ধন আহিব হাতলৈ৷ আপোনাৰ পৰিশ্ৰম দেখি আপোনাৰ কৰ্মস্থলৰ চিনিয়ৰসকল সুখী হব৷ পাব পাৰে কোনো পুৰস্কাৰ৷ এই সময়ত ভাল পেছাগত জীৱন পাব পাৰে৷ আপোনাৰ দৰমহা বৃদ্ধি হব পাৰে এই সময়ত৷ ভাল বিত্তীয় পৰিস্থিতি আহিব পাৰে৷ আপোনাৰ কোনো প্ৰকল্প আপোনাৰ কামত লাগিব পাৰে৷ এই সময়ত আপোনাৰ পূৰ্বে ভাৱি ৰখা কোনো প্ৰকল্পৰ কাম আৰম্ভ কৰিব পাৰে৷ কোনো পুৰণি বিনিয়োগৰ পৰা লাভ পাব৷

কুম্ভ ৰাশি

৬ জুলাইৰ পৰা ভাল সময়ৰ মুখ দেখিব কুম্ভ ৰাশিৰ জাতক জাতিকাই৷ পঢ়ুৱৈসকলৰ মাজত সৃষ্টিশীলতা বাঢ়িব৷ শিল্পৰ সৈতে জড়িত ক্ষেত্ৰত যিসকলে কাম কৰিছে তেওঁলোকেও লাভ পাব৷ ধন সঞ্চয় হব৷ যদি দীৰ্ঘদিন ধৰি কোনো প্ৰজেক্টত কাম কৰে তেতিয়া তাৰ পৰা লাভ পাব৷ সমাজত আপোনাৰ কামৰ ভাল প্ৰভাৱ পৰিব৷ সম্পৰ্ক পূৰ্বতকৈ ভাল হ’ব৷

তুলা ৰাশি

এই সময়ত যিসকলে চাকৰিৰ সন্ধান কৰিছে তেওঁ চাকৰি পাব৷ আপোনাৰ ব্যক্তিত্বৰ দিশৰ পৰা ব্যৱসায়িক প্ৰয়াস কৰিলে লাভ পাব৷ এই সময়ত নতুন সুযোগ পাব পাৰে৷ আপোনাৰ ব্যৱসায়িক জীৱনত নতুন প্ৰগতি আহিব৷ আপুনি কোনো নতুন সম্পত্তি বা বাহন ক্ৰয় কৰিব পাৰে৷ আয়ৰ নতুন নতুন ৰাস্তা তৈয়াৰ হব৷ আপুনি ব্যৱসায়ী হলে মুনাফা পাবই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি
ভাৰত

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

October 1, 2026
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ
জীৱনশৈলী

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

October 1, 2026
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী
অপৰাধ

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

October 1, 2026
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ
বিনোদন

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

October 1, 2026
Next Post
সুখ আৰু সমৃদ্ধিৰে ভৰপুৰ হ’ব জুলাই মাহ, সমগ্ৰ মাহজুৰি দেৱী লক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিৰ ওপৰত

সুখ আৰু সমৃদ্ধিৰে ভৰপুৰ হ’ব জুলাই মাহ, সমগ্ৰ মাহজুৰি দেৱী লক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিৰ ওপৰত

কাইলৈ অৰ্থলাভৰ যোগ আছে এই ৫ৰাশিৰ, তালিকাত আপুনি আছেনে?

কাইলৈ অৰ্থলাভৰ যোগ আছে এই ৫ৰাশিৰ, তালিকাত আপুনি আছেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.