• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দেৱগুৰু বৃহস্পতিৰ পূৰ্ণ উদয় হ’ব! অপেক্ষা মাত্ৰ কেইটামান দিনৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ জাতকৰ

দেৱগুৰু বৃহস্পতিৰ পূৰ্ণ উদয় হ’ব! অপেক্ষা মাত্ৰ কেইটামান দিনৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ জাতকৰ

12 months ago
ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

11 minutes ago
হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

হিন্দু ধৰ্ম ত্যাগ নকৰে মাৰ্কিন উপ ৰাষ্ট্ৰপতি জে ডি ভেন্সৰ পত্নীয়ে

1 hour ago
সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

সাগৰৰ কাষতেই কিয় বেছিকৈ হয় নাৰিকল গছ? নাজানেনে ইয়াৰ প্ৰকৃত কাৰণ?

2 hours ago
সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

2 hours ago
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

4 hours ago
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

5 hours ago
ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

ইংলেণ্ডত টীম ইণ্ডিয়াৰ ড্ৰেছিং ৰূম শ্বেয়াৰ কৰাৰ সৌভাগ্য নহ’ব বৈভৱৰ!

5 hours ago
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

6 hours ago
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

8 hours ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

21 hours ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

21 hours ago
মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দেৱগুৰু বৃহস্পতিৰ পূৰ্ণ উদয় হ’ব! অপেক্ষা মাত্ৰ কেইটামান দিনৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ জাতকৰ

দেৱগুৰু বৃহস্পতিৰ পূৰ্ণ উদয় হ’ব! অপেক্ষা মাত্ৰ কেইটামান দিনৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ জাতকৰ

editor by editor
July 3, 2025
in জীৱনশৈলী, ভাৰত
0
দেৱগুৰু বৃহস্পতিৰ পূৰ্ণ উদয় হ’ব! অপেক্ষা মাত্ৰ কেইটামান দিনৰ, ভাগ্য সলনি হ’ব এই ৩ৰাশিৰ জাতকৰ
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ শাস্ত্ৰত গুৰুক আধ্যাত্মিক, জ্ঞান, পূণ্যক কাৰক বুলি কোৱা হয়৷ ফলত বৃহস্পতিৰ যাত্ৰাত যদি কোনো ধৰণৰ পৰিবৰ্তন আহে তেতিয়া তাৰ প্ৰভাৱ সমগ্ৰ ৰাশিৰ ওপৰত পৰে৷ জ্ঞানৰ দাতা বৃহস্পতিয়ে ৭ জুলাইত পূৰ্ণৰূপে উদিত হব বৃহস্পতি৷ বৃহস্পতিৰ উদয়ৰ ফলত একাধিক ৰাশিৰ জাতক জাতিকা লাভাম্বিত হব৷ ফলত কেইবাটাও ৰাশিৰ আয় বৃদ্ধি পাব৷ কোন কোন ৰাশিৰ জাতক লাভাম্বিত হ’ব?

মিথুন ৰাশি

ভাগ্যৰ চকা ঘূৰিবলৈ আৰম্ভ হ’ব মিথুন ৰাশিৰ জাতকৰ৷ কাৰণ গুৰু গ্ৰহই আপোনাৰ লগ্নভাৱত সঞ্চৰণ কৰিব৷ এই সময়ত আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷ ইয়াৰোপৰি জীৱনসংগীৰ সহযোগিতাত ধনপ্ৰাপ্তিৰ যোগ আছে৷ কিছু সিদ্ধান্তই আপোনাক লাভাম্বিত কৰিব৷ ব্যৱসায়ীয়ে ভাল কিবা লাভ কৰিব পাৰে৷ চাকৰিয়ালে জীৱনত কোনো দায়িত্ব পাব পাৰে৷ আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷

বৃষ ৰাশি

গুৰুৰ উদয়ে আপোনাৰ বাবে সুখৰ সময় আনিব৷ হঠাৎ হাতলৈ কিছু ধন আহিব পাৰে৷ এই সময়ত টকা সঞ্চয় বা কম খৰচেৰে চলিব পাৰিব আপুনি৷ আয়ৰ দিশৰ পৰাও ভাল লাভ পাব পাৰে৷ বিনিয়োগৰ দিশৰ পৰাও লাভ পাব পাৰে৷ কৰোবাত বিনিয়োগ বা কোনো প্ৰকল্পত ধন বিনিয়োগ কৰিলেও লাভ পাব৷

কন্যা ৰাশি

বৃহস্পতি উদিত হোৱাত কেৰিয়াৰ আৰু ব্যৱসায়ত আগুৱাই যাব পাৰিব আপুনি৷ এই সময়ত নতুন কোনো চাকৰি লাভ কৰিব পাৰে৷ আপোনাৰ দৰমহা বৃদ্ধি পাব৷ কৰোবাত নতুন চাকৰিৰ অফাৰো পাব পাৰে৷ গুৰু উদিত হোৱাৰ ফলত আপোনাৰ কাৰ্যশৈলীত উজ্জ্বলতা বাঢ়িব৷ আপোনাৰ কামক লৈ আপোনাৰ কৰ্মস্থলত প্ৰশংসাৰ বন্যা ব’ব৷ নতুন কোনো উচ্চতা পাব আপুনি৷ আপোনাৰ আত্মবিশ্বাস বাঢ়িব৷ ব্যৱসায়ীয়ে ভাল ধন উপাৰ্জন কৰিব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?
জীৱনশৈলী

ঘৰুৱাভাৱে কেনেকৈ বৃদ্ধি কৰিব মুখমণ্ডলৰ উজ্বলতা?

June 25, 2026
সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান
প্ৰযুক্তি

সুখবৰ! ভাৰতত ওলাইছে সোণৰ বৃহৎ ভঁৰালৰ সন্ধান

June 25, 2026
‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা
ভাৰত

‘ঠাণ্ডা বতাহ’ বিচাৰি ১১ হাজাৰ ভল্টৰ বিদ্যুতৰ তাঁৰত সু*ৰাপায়ীৰ সুখনিদ্ৰা, সৌভাগ্যক্ৰমে প্ৰাণৰক্ষা

June 25, 2026
অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?
বিনোদন

অনুৰাগীক কি সুখবৰ দিলে দক্ষিণাত্যৰ জনপ্ৰিয় অভিনেত্ৰী ছামান্থাই?

June 25, 2026
Next Post
দৈনিক ৰাশিফল, স্বাতী নক্ষত্ৰত শিৱ যোগ, শুক্লা নৱমীত আজি কাৰ ভাগ্যত কি !

দৈনিক ৰাশিফল, স্বাতী নক্ষত্ৰত শিৱ যোগ, শুক্লা নৱমীত আজি কাৰ ভাগ্যত কি !

ট্ৰাম্পৰ জয়, আমেৰিকাৰ সংসদত গৃহীত ‘বিগ বিউটিফুল’

ট্ৰাম্পৰ জয়, আমেৰিকাৰ সংসদত গৃহীত 'বিগ বিউটিফুল'

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.