ৰে'ল বিভাগৰ হঠকাৰী সিদ্ধান্তত ক্ষোভ দল-সংগঠন, জনতাৰ । ৰাজ্যত চিৰদিনলৈ বন্ধ ১৩খনকৈ যাত্ৰীবাহী ৰে'ল। ক্ষোভ প্ৰকাশ অসম ৰে'ল যাত্ৰী সংস্থাৰো।