• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৫২ বছৰে মানি অহা অমিতাভৰ সেই চৰ্ত, যাৰ বাবেই এতিয়াও অটুট সম্পৰ্ক

৫২ বছৰে মানি অহা অমিতাভৰ সেই চৰ্ত, যাৰ বাবেই এতিয়াও অটুট সম্পৰ্ক

9 months ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

1 hour ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

2 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

3 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

3 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

4 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

4 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

6 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

6 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

6 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

7 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

8 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

৫২ বছৰে মানি অহা অমিতাভৰ সেই চৰ্ত, যাৰ বাবেই এতিয়াও অটুট সম্পৰ্ক

editor by editor
July 10, 2025
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
৫২ বছৰে মানি অহা অমিতাভৰ সেই চৰ্ত, যাৰ বাবেই এতিয়াও অটুট সম্পৰ্ক
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

৫২ বছৰে মানি অহা অমিতাভৰ সেই চৰ্ত, যাৰ বাবেই এতিয়াও অটুট সম্পৰ্ক

অমিতাভ বচ্চন আৰু জয়া বচ্চন বলীউডৰ অন্যতম প্ৰিয় দম্পতী। ৫২ বছৰে ধৰি সুখৰ সংসাৰ কৰি আছে বলীউডৰ এই দম্পতিহালে। আজিৰ দম্পতিয়ে অনুপ্ৰেৰণা লয় অমিতাভ-জয়াৰ পৰা। ১৯৭৩ চনত বিবাহ পাশত আৱদ্ধ হোৱা অমিতাভ-জয়াৰ আজিয়ো সম্পৰ্ক অটুত। পাছে এই সফলতাৰ আঁতৰৰ ৰহস্য কি!

যি সময়ত প্ৰায়ে বিবাহ বিচ্ছেদৰ কথা শুনিবলৈ পোৱা যায়, সেই সময়ত এইহাল দম্পতিয়ে পুত্ৰ-জী, নাতি-নাতিনীৰে সুখৰ সংসাৰ। পাছে এই সফল বিবাহিত জীৱনৰ আঁৰৰ কাৰণটো হ’ল অমিতাভে জয়াক দিয়া এটা চৰ্ত। যি আজিয়ো মানি আহিছে জয়া বচ্চনে।

অমিতাভ বচ্চন সফল তথা তাৰকা হোৱাৰ পূৰ্বেই ছুপাৰষ্টাৰ হৈ পৰিছিল জয়া বচ্চন। অমিতাভতকৈ পূৰ্বেই সফলতাৰ শিখৰত আৰোহন কৰিছিল জয়াই। কোৱা হয় যে জয়াৰ বাবেই অমিতাভে জীৱনৰ টাৰ্নিং পইণ্ট হিচাপে খ্যাত ছবিখন পাইছিল, যিয়ে নিশাটোৰ ভিতৰতেই ভাগ্য সলনি কৰিছিল অমিতাভৰ।

১৯৭৩ চনত মুক্তি পোৱা জঞ্জীৰ ছবিখন অমিতাভৰ কেৰিয়াৰৰ এক টাৰ্নিং পইণ্ট। এই খন জয়াৰ বাবেই পাইছিল অমিতাভে। ছবিখনত অমিতাভ আৰু জয়াৰ সফল যোৰ দেখা গৈছিল। এই ছবিখনৰ সফলতাৰ পিছত একে বছৰৰ ৩ জুনত বিবাহপাশত আবদ্ধ হৈছিল অনিবাথ-জয়া।

কিন্তু বিয়াৰ আগে আগে অমিতাভে জয়াক কৈছিল যে তেওঁ প্ৰতিদিনে কাম কৰা পত্নী নিবিচাৰে। এগৰাকী ঘৰ সম্ভালা পত্নীহে বিচাৰে। কাম কৰিলেও একেবাৰে বচা বচা কাম তথা নিৰ্বাচিত প্ৰজেক্ট লগতে ভাল মানুহৰ লগতহে কাম কৰা বিচাৰে।

জয়াই অমিতাভৰ এই চৰ্ত মানি লৈছিল আৰু তেনেদৰেই কৰিছিল। বিয়াৰ পিছত অমিতাভে ইখনৰ পাছত সিখন হিট ছবি কৰি থাকিল, কিন্তু জয়াই পৰিয়াল আৰু সন্তানৰ সৈতে অধিক সময় কটাবলৈ আৰম্ভ কৰিলে। তাৰে মাজে মাজে ছেগাচোৰোকাকৈ বচা বচা নিৰ্বাচিত চবিত কাম কৰে জয়া বচ্চনে।

অৱশ্যে আজিও দুয়োজনেই চিনেমাত সক্ৰিয়। শেহতীয়াকৈ জয়া বচ্চনক ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী ছবিত দেখা গৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Amitabh BachanBollywood CoupleJaya Bachan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!
জীৱনশৈলী

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

April 10, 2026
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?
ক্ৰীড়া

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

April 10, 2026
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?
বিনোদন

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

April 10, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!
জীৱনশৈলী

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

April 10, 2026
Next Post
সূৰ্যৰ বিশেষ প্ৰভাৱত ধনৰ লগতে সুভাগ্য আহিব ৫ ৰাশিৰ জীৱনলৈ

সূৰ্যৰ বিশেষ প্ৰভাৱত ধনৰ লগতে সুভাগ্য আহিব ৫ ৰাশিৰ জীৱনলৈ

দেশৰ হৈ টেনিছ খেলা ৰাধিকা যাদৱৰ ওপৰত পিতৃৰ ৫ জাঁই গুলি…

দেশৰ হৈ টেনিছ খেলা ৰাধিকা যাদৱৰ ওপৰত পিতৃৰ ৫ জাঁই গুলি...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.