• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মানচেষ্টাৰ টেষ্টৰ দুদিন পূৰ্বে ভাৰতীয় দলত দুটাকৈ আঘাত, দলৰ বাহিৰ নীতিশ-অৰ্শদীপ

মানচেষ্টাৰ টেষ্টৰ দুদিন পূৰ্বে ভাৰতীয় দলত দুটাকৈ আঘাত, দলৰ বাহিৰ নীতিশ-অৰ্শদীপ

1 year ago
শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

47 minutes ago
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

1 hour ago
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

2 hours ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

18 hours ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

19 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

20 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

21 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

21 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

22 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

23 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

23 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মানচেষ্টাৰ টেষ্টৰ দুদিন পূৰ্বে ভাৰতীয় দলত দুটাকৈ আঘাত, দলৰ বাহিৰ নীতিশ-অৰ্শদীপ

editor by editor
July 21, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
মানচেষ্টাৰ টেষ্টৰ দুদিন পূৰ্বে ভাৰতীয় দলত দুটাকৈ আঘাত, দলৰ বাহিৰ নীতিশ-অৰ্শদীপ
0
SHARES
210
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানচেষ্টাৰ টেষ্টৰ দুদিন পূৰ্বে ভাৰতীয় দলত দুটাকৈ আঘাত, দলৰ বাহিৰ নীতিশ-অৰ্শদীপ

ভাৰত-ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ থকা পাঁচখনীয়া টেষ্ট মেচৰ ইতিমধ্যে ৩ খন সম্পন্ন হৈছে। য’ত ২-১ৰ ব্যৱধানত আগবাঢ়ি আছে ইংলেণ্ড দল। এতিয়া পৰৱৰ্তী চতুৰ্থ মেচৰ ওপৰত দৃষ্টি ভাৰতৰ। শৃংখলাৰ চতুৰ্থখন টেষ্ট আৰম্ভ হব বুধবাৰৰ পৰা।

পাছে এই চতুৰ্থ মেচ আৰম্ভ হোৱাৰ দুদিন পূৰ্বে ভাৰতীয় দলটোৱে দুটা ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে। অল ৰাউণ্ডাৰ নীতিশ ৰেড্ডীক সমগ্ৰ শৃংখলাৰ পৰা বাহিৰ কৰা হৈছে আৰু বেগী বলাৰ অৰ্শদীপ সিঙক কেৱল পৰৱৰ্তী টেষ্টৰ পৰা বাদ দিয়া হৈছে।

বিচিচিআইয়ে প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে, ‘বাওঁ আঁঠুৰ আঘাতৰ বাবে বাকী দুখন টেষ্ট মেচৰ পৰা অল ৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডীক বাদ দিয়া হৈছে। আনহাতে চতুৰ্থখন টেষ্ট মেচত অৰ্শদীপ সিঙক ৰেষ্ট দিয়া হৈছে। বেকেনহামত অনুশীলনৰ সময়ত নেটত বলিং কৰি থকা অৱস্থাত বুঢ়া আঙুলিত আঘাত পাইছিল অৰ্শদীপে।

এতিয়া এই দুই খেলুৱৈৰ অনুপস্থিতিত চতুৰ্থ টেষ্টৰ বাবে ভাৰতীয় দল : শুভমান গিল (অধিনায়ক), ঋষভ পন্ত (উপ অধিনায়ক আৰু উইকেটকীপাৰ), যশস্বী জয়ছৱাল, কে এল ৰাহুল, সাই সুদৰ্শন, অভিমন্যু ইয়াশ্বৰন, কৰুণ নাইৰ, ৰবীন্দ্ৰ জাদেজা, ধ্ৰুৱ জুৰেল (উইকেটকীপাৰ), ৱাশ্বিংটন সুন্দৰ, শাৰদুল ঠাকুৰ, জাস্প্ৰিত বুমৰাহ, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ, আকাশ দীপ, কুলদীপ যাদৱ, অংশুল কামোজ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India England Testindian team
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু
বিনোদন

শ্ৰীলংকা ক্ৰিকেটত ভয়ংকৰ ঘটনা! ক্ৰিকেটাৰৰ প্ৰহাৰত প্ৰশিক্ষকৰ মৃ*ত্যু

August 14, 2026
Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!
বাণিজ্য

Ola-Uber-Rapido ৰাইডাৰে বিচাৰিব নোৱাৰিব অতিৰিক্ত ধন!

August 14, 2026
অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!
প্ৰযুক্তি

অৱশেষত ভাৰতৰ শৰণাপন্ন বাংলাদেশ!

August 14, 2026
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
Next Post
এই ৫ ৰাশিত সদায়ে বিৰাজমান মহাদেৱৰ কৃপা, শাওণমাহ অতিকে বিশেষ এই ৰাশিৰ

এই ৫ ৰাশিত সদায়ে বিৰাজমান মহাদেৱৰ কৃপা, শাওণমাহ অতিকে বিশেষ এই ৰাশিৰ

বলীউডৰ সেই বিশেষ বিবাহ, অতিথি আছিল মাথো ৩৭, খৰচ হৈছিল কিন্তু ৭৭ কোটি

বলীউডৰ সেই বিশেষ বিবাহ, অতিথি আছিল মাথো ৩৭, খৰচ হৈছিল কিন্তু ৭৭ কোটি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.