• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সংসাৰত অশুভ শক্তিৰ আগমন? এইসমূহ ঘটনা ঘটিছে যদি সাৱধান হওক, কি কৈছে বাস্তুশাস্ত্ৰই?

সংসাৰত অশুভ শক্তিৰ আগমন? এইসমূহ ঘটনা ঘটিছে যদি সাৱধান হওক, কি কৈছে বাস্তুশাস্ত্ৰই?

10 months ago
বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

15 minutes ago
বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

2 hours ago
দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

3 hours ago
পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

3 hours ago
ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, ঠেং দাঙি আপুনিও নকৰিব কামটো!

ভগৱানে বচাব নোৱাৰিলে, লগাই দিয়া হ’ল আইনা, ঠেং দাঙি আপুনিও নকৰিব কামটো!

4 hours ago
মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

মেনোপজৰ পাছত পেলভিছত বিষ স্বাভাৱিক নহয়, কিমান বয়সৰ পৰা অভেৰিয়ান কেন্সাৰৰ স্ক্ৰিনিঙৰ দৰকাৰ?

6 hours ago
গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

গৰম অহাৰ লগে লগেই ঘামৰ দুৰ্গন্ধই অস্থিৰ কৰিছে? এই ৪ উপায়েৰে দূৰ কৰিব পাৰি ঘামৰ দুৰ্গন্ধৰ সমস্যা

8 hours ago
বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

বাঢ়িছে ভয়ংকৰ হাণ্টা ভাইৰাছৰ সংক্ৰমণ, হাণ্টা ভাইৰাছ কি? কি কি উপসৰ্গই দেখা দিয়ে এই ভাইৰাছৰ সংক্ৰমণত?

8 hours ago
সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

সন্তান নালাগে… ভাৰতীয়ৰ মাজত বাঢ়িছে সন্তান নিবিচৰা Couple-ৰ সংখ্যা! কিয় জানি থওক

9 hours ago
সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

সংগীক সুখ দিয়াত অপাৰগ? খাদ্য তালিকাত ৰাখক এইসমূহ খাদ্য, নিশাৰ ভিতৰতেই বাঢ়িব শৰীৰৰ ক্ষমতা

9 hours ago
শৰীৰত শক্তি বঢ়োৱাৰ পৰা কিডনি ষ্ট’নৰ সমস্যা দূৰ কৰালৈকে! প্ৰতিদিনে এগিলাচকৈ খাওক এই জুছ, দূৰ হ’ব শৰীৰৰ ৫ সমস্যা

শৰীৰত শক্তি বঢ়োৱাৰ পৰা কিডনি ষ্ট’নৰ সমস্যা দূৰ কৰালৈকে! প্ৰতিদিনে এগিলাচকৈ খাওক এই জুছ, দূৰ হ’ব শৰীৰৰ ৫ সমস্যা

10 hours ago
শৰীৰত এই ৬ সমস্যা আছে নেকি? দৈনিক কণী খালেই সমাধান হ’ব এইকেইটা সমস্যা

শৰীৰত এই ৬ সমস্যা আছে নেকি? দৈনিক কণী খালেই সমাধান হ’ব এইকেইটা সমস্যা

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সংসাৰত অশুভ শক্তিৰ আগমন? এইসমূহ ঘটনা ঘটিছে যদি সাৱধান হওক, কি কৈছে বাস্তুশাস্ত্ৰই?

সংসাৰত অশুভ শক্তিৰ আগমন? এইসমূহ ঘটনা ঘটিছে যদি সাৱধান হওক, কি কৈছে বাস্তুশাস্ত্ৰই?

editor by editor
July 24, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
সংসাৰত অশুভ শক্তিৰ আগমন? এইসমূহ ঘটনা ঘটিছে যদি সাৱধান হওক, কি কৈছে বাস্তুশাস্ত্ৰই?
0
SHARES
827
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আপুনি ঘৰত টাব থৈছে? টাবত থকা গছসমূহ হঠাতে শুকাবলৈ আৰম্ভ কৰিছে৷ ইলেকট্ৰিক লাইট আৰু অন্য বৈদ্যুতিন সৰঞ্জামসমূহো বাৰে বাৰে নষ্ট হৈ গৈছে? সতৰ্ক হওক, এইসমূহ ঘটনা মুঠেও স্বাভাৱিক নহয়৷ এইসমূহ কাকতালীয় বুলি উৰুৱাই নিদিব৷ বাস্তু বিশেষজ্ঞসকলে কৈছে এইসমূহ ঘটনাই আপোনাৰ ঘৰৰ গুৰুতৰ বাস্তু সমস্যাৰ ইংগিত দিছে৷ সাবধান নহলে ইয়াৰ পৰাই ডাঙৰ ক্ষতি হব পাৰে৷ জানি থওক কি কি ঘটনাই সংসাৰলৈ অশুভ শক্তিৰ প্ৰৱেশৰ ইংগিত দিয়ে?

গছ শুকাই যোৱা

বাস্তুশাস্ত্ৰত গছ হৈছে জীৱন আৰু পজিটিভ এনাৰ্জিৰ প্ৰতীক৷ সঠিক কোনো কাৰণ অবিহনেই যদি গছ শুকাই যায় তেন্তে আপুনি উদ্বিগ্ন হোৱাৰ থল আছে৷ কাৰণ, ইয়াৰ অৰ্থ আপোনাৰ সংসাৰত নিগেটিভ এনাৰ্জিৰ প্ৰৱেশ ঘটিছে৷ সংসাৰত অশান্তি থাকিলে গছ শুকাই যায় বুলি জনাইছে বাস্তু বিশেষজ্ঞই৷ এই ঘটনা ঘটিলে উত্তৰ পূৰ্ব দিশত তুলসী গছ, মানি প্লাণ্ট বা এলোভেৰা গছ ৰোৱক৷ এই ঘটনা ঘটিলে উত্তৰ পূৰ্ব দিশত তুলসী গছ, মানি প্লেণ্ট বা এলোভেৰা গছ ৰোৱক৷ এই গছসমূহে নিগেটিভ এনাৰ্জি শুহি লয়৷ শুকান গছসমূহ লগে লগেই উঠাই দিব৷ গছত নিয়মিত পানী দিয়াও জৰুৰী৷

ইলেক্ট্ৰিক বাল্ব বেয়া হোৱা

বহু সময়ত দেখা যায়, বাৰে বাৰে ঘৰৰ টিউব বা বাল্ব বেয়া হোৱাটো বাস্তুশাস্ত্ৰই কৈছে এয়া আপোনাৰ সংসাৰত শক্তিৰ তাৰতম্য ঘটিছে৷ অৰ্থাৎ পজিটিভ এনাৰ্জিৰ পৰা নিগেটিভ এনাৰ্জি বাঢ়ি গৈছে৷ দক্ষিণ পশ্চিম দিশত থকা বৈদ্যুতিন সামগ্ৰীৰ অত্যধিক ব্যৱহাৰৰ ফলত এনে ঘটনা ঘটিব পাৰে৷ অৱশ্যে বেয়া ৱাৰিঙৰ কাৰণে এয়া হব পাৰে৷ ঘৰত কাজিয়া-অশান্তি আৰু নিগেটিভ চিন্তাভাৱনাৰ কাৰণেও এই ঘটনা ঘটে বুলি জনাইছে বাস্তু বিশেষজ্ঞই৷ এই সমস্যাৰ পৰা মুক্তি পাবলৈ ঘৰত ৱাৰিং চেক কৰি লওক৷ ইয়াৰ সৈতে ঘৰৰ দক্ষিণ দিশত গধুৰ সামগ্ৰী ৰাখক৷ সুগন্ধী মমবাতি আৰু সেউজীয়া পোহৰেৰে সন্ধিয়া ঘৰ উজলাই তোলক৷ উপকাৰ পাব৷

বৈদ্যুতিন সামগ্ৰী নষ্ট হোৱা

ফ্ৰিজ, টিভি, ৱাছিং মেছিনৰ দৰে বৈদ্যুতিন সামগ্ৰী বাৰে বাৰে নষ্ট হৈছে নেকি? ইয়াৰ কাৰণো হ’ব পাৰে বাস্তুদোষ৷ ঘৰৰ উত্তৰ পূৰ্ব দিশত গধুৰ বৈদ্যুতিন সামগ্ৰী থলে বাস্তুদোষৰ কাৰণে এই ঘটনা ঘটিব পাৰে৷ ৰান্ধনীশালত ছিংক আৰু গেছ ষ্টোভ কাষত থকাটোও বাস্তুমতে অশুভ৷ ঘৰৰ মূল দুৱাৰৰ সন্মুখত বৈদ্যুতিন সামগ্ৰী থলেও তাৰ প্ৰভাৱত এই ঘটনা ঘটিব পাৰে বুলি জনাইছে বাস্তু বিশেষজ্ঞই৷ ইয়াৰ পৰা মুক্তি পাবলৈ ঘৰৰ উত্তৰ পূৰ্ব দিশ সকলো সময়তে পৰিষ্কাৰ কৰি ৰাখক৷ জুইৰ সৈতে সম্পৰ্কিত সামগ্ৰী ঘৰত ৰাখক৷ বৈদ্যুতিন সামগ্ৰীৰ কাষত এটা বাটিত অলপ নিমখ ভৰাই থৈ দিয়ক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী
বিনোদন

বক্স অফিচত Bhooth Bangla-ই অৰ্জন কৰে ২০০ কোটি, কিন্তু বিতৰ্কত প্ৰডাকচন কোম্পানী

May 8, 2026
বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?
বিনোদন

বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ ‘মণি বৌ’ খ্যাত পাপৰি বৰাৰ ক্ষোভ, কোনে লগালে জগৰ?

May 8, 2026
দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!
জীৱনশৈলী

দামী প্ৰসাধন সামগ্ৰী এৰক, এই ঘৰুৱা পদ্ধতিয়ে আঁতৰাব মুখৰ দাগ!

May 8, 2026
পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!
জীৱনশৈলী

পুৰণি সামগ্ৰী নকৰিব ক্ৰয়, কঢ়িয়াই আনিব দুৰ্ভাগ্য!

May 8, 2026
Next Post
কিয় চন্দ্ৰক মূৰত ধাৰণ কৰে মহাদেৱে? শাওনতেই জানি থওক পুৰাণৰ অজানা কাহিনী

কিয় চন্দ্ৰক মূৰত ধাৰণ কৰে মহাদেৱে? শাওনতেই জানি থওক পুৰাণৰ অজানা কাহিনী

যৌ* মিলনৰ সন্মতিৰ বয়স ১৮ৰ পৰা কমাই ১৬ কৰা হওক, পকছো আইনত আপত্তি তুলি আবেদন ছুপ্ৰিম কৰ্টত

যৌ* মিলনৰ সন্মতিৰ বয়স ১৮ৰ পৰা কমাই ১৬ কৰা হওক, পকছো আইনত আপত্তি তুলি আবেদন ছুপ্ৰিম কৰ্টত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.