• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দাম কমিব স্কচ, হুইস্কি, বৈদ্যুতিক বাহনৰ! ঐতিহাসিক ভাৰত-ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ, বাৰ্ষিক ৩৪ বিলিয়ন ডলাৰৰ বাণিজ্য বৃদ্ধিৰ সম্ভাৱনা

দাম কমিব স্কচ, হুইস্কি, বৈদ্যুতিক বাহনৰ! ঐতিহাসিক ভাৰত-ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ, বাৰ্ষিক ৩৪ বিলিয়ন ডলাৰৰ বাণিজ্য বৃদ্ধিৰ সম্ভাৱনা

1 year ago
আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

46 minutes ago
২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

২০ টা কণী, ৯ টা লোকেল মুৰ্গী! অসমীয়া খাদ্যসম্ভাৰৰ প্ৰেমত দ্য গ্ৰেট খালী?

1 hour ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

3 hours ago
৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

৯ লাখ টকাৰ বৃত্তি পোৱাৰ সোণালী সুযোগ! কেনেকৈ কৰিব আবেদন?

16 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

17 hours ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

17 hours ago
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!

প্ৰস্ৰাৱত অধিক ফেন? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগ

18 hours ago
মাহেকীয়াত Pain Killer সেৱনে মাতৃ হোৱাৰ সপোন শেষ কৰে নেকি?

মাহেকীয়াৰ পূৰ্বে অত্যাধিক বগাস্ৰাৱ? এয়া স্বাভাৱিক নে চিন্তাৰ বিষয় জানক

18 hours ago
কিয় চাকৰি কৰা যুৱতী পচন্দ কৰে পুৰুষে? আঁৰত আছে ৫ টা কাৰণ

পুৰুষৰ তুলনাত এইটো বস্তু বেছি থাকে নাৰীৰ! জানি হ’ব আচৰিত

19 hours ago
২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

২৭ নে ২৮ আগষ্টত ৰাখীবন্ধন? জানক এই দিনটোৰ ইতিহাস আৰু মহত্ব

20 hours ago
কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

কি ৰঙৰ মানিবেগে ভাগ্য সলনি কৰে? বাস্তু মতে শুভ ৰং জানি লওক

20 hours ago
প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

প্ৰতিমাহে ৫০০০ টকাৰ SIP ৰে ১০ বছৰত উপাৰ্জন কৰক লাখ লাখ টকা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দাম কমিব স্কচ, হুইস্কি, বৈদ্যুতিক বাহনৰ! ঐতিহাসিক ভাৰত-ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ, বাৰ্ষিক ৩৪ বিলিয়ন ডলাৰৰ বাণিজ্য বৃদ্ধিৰ সম্ভাৱনা

দাম কমিব স্কচ, হুইস্কি, বৈদ্যুতিক বাহনৰ! ঐতিহাসিক ভাৰত-ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ, বাৰ্ষিক ৩৪ বিলিয়ন ডলাৰৰ বাণিজ্য বৃদ্ধিৰ সম্ভাৱনা

editor by editor
July 25, 2025
in জীৱনশৈলী, বাণিজ্য, বিশ্ব, ভাৰত
0
দাম কমিব স্কচ, হুইস্কি, বৈদ্যুতিক বাহনৰ! ঐতিহাসিক ভাৰত-ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ, বাৰ্ষিক ৩৪ বিলিয়ন ডলাৰৰ বাণিজ্য বৃদ্ধিৰ সম্ভাৱনা
0
SHARES
105
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বহু প্ৰতীক্ষিত এক ঐতিহাসিক পদক্ষেপ৷ ভাৰত আৰু ব্ৰিটেইনে অৱশেষত স্বাক্ষৰ কৰিলে দুই দেশৰ মুক্ত বাণিজ্য চুক্তি৷ এই চুক্তিৰ ফলত দুই দেশৰ মাজত পণ্য আৰু পৰিসেৱা লেনদেনৰ পৰিমাণ আগন্তুক দিনত বছৰত অতিৰিক্ত ৩৪ বিলিয়ন মাৰ্কিন ডলাৰ পৰ্যন্ত বাঢ়িব পাৰে বুলি আশা কৰা হৈছে৷
এই FTAৰ ফলত ভাৰতত তৈয়াৰী পোছাক, চামড়াৰ সামগ্ৰী, ঔষধ, বাহন আৰু কৃষিজ পণ্য ব্ৰিটেইনৰ বজাৰত শুল্কহীন বা কম শুল্কত প্ৰৱেশাধিকাৰ পাব৷ ইয়াৰোপৰি ব্ৰিটেইনৰ পৰা ভাৰতত বৈদ্যুতিক বাহন, প্ৰিমিয়াম হুইস্কি, উন্নত যন্ত্ৰপাতি আৰু আৰ্থিক পৰিসেৱা সাশ্ৰয়ী দামত আমদানি কৰা সম্ভৱ হব৷
চুক্তি স্বাক্ষৰ কৰিছে ভাৰতৰ বাণিজ্য আৰু শিল্পমন্ত্ৰী পীয়ুষ গোৱেল আৰু ব্ৰিটেইনৰ আন্তৰ্জাতিক বাণিজ্যমন্ত্ৰী কেমি বেডেনে৷ দুই দেশৰ মাজত দীৰ্ঘ ১৪ ৰাউণ্ড আলোচনাৰ পাছত এই চুক্তি বাস্তৱায়িত হৈছে যি দুই দেশৰ অৰ্থনীতিত নতুন দিগন্ত উন্মোচন কৰিব বুলি ধাৰণা কৰিছে বিশেষজ্ঞই৷
ভাৰতৰ পৰৰাষ্ট্ৰ মন্ত্ৰণালয়ে এক বিবৃত্তিত জনাইছে যে এই চুক্তি কেৱল অৰ্থনৈতিকেই নহয় কৌশলগত দিশৰ পৰাও দুই দেশৰ অংশীদাৰিত্বক আৰু মজবুত কৰিব৷ ইয়াৰ সৈতে এটা Make in India আৰু ভাৰতৰ বৈশ্বিক উৎপাদন কেন্দ্ৰ হিচাপে উত্থানক ত্বৰান্বিত কৰিব৷ এই চুক্তিত প্ৰতিক্ৰিয়া জনাই Institute of Chartered Accountants of India-ৰ পূৰ্বাঞ্চলৰ প্ৰাক্তন চেয়াৰমেনে কয়, ‘এই মুক্ত বাণিজ্য চুক্তিৰ ফলত ভাৰতৰ ৰপ্তানি উল্লেখযোগ্যভাৱে বাঢ়িব৷ ইয়াৰোপৰি ব্ৰিটেইন ভিত্তিক বৈদ্যুতিক বাহন আৰু স্কচ হুইস্কিৰ দাম ভাৰতীয় বজাৰত বহুতেই সস্তাও হব৷
এই চুক্তি কাৰ্যকৰ হলে দুই দেশৰ মাজত বিনিয়োগ প্ৰবাহ বাঢ়িব বুলি আশা কৰা হৈছে৷ যিয়ে নতুন কৰ্মসংস্থানৰ সুযোগ তৈয়াৰ কৰিব পাৰে৷ ইয়াৰোপৰি প্ৰযুক্তি স্থানান্তৰ, শিক্ষা আৰু পৰিবেশবান্ধৱ শিল্প খাতত সহযোগিতা বৃদ্ধিৰ পথ প্ৰশস্ত হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট
বাণিজ্য

আধাৰৰ ঠিকনা সলনি কৰিবলৈ নাই চিন্তা, ঘৰতে বহি কৰক অনলাইন আপডেট

August 24, 2026
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

August 24, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৪ ৰাশিৰ হাতলৈ আহিব ধন!

August 23, 2026
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?
জীৱনশৈলী

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

August 23, 2026
Next Post
অশ্লীল কনটেণ্টেৰে ভৰপুৰ, ভাৰতত নিষিদ্ধ উল্লু, ALTT-ৰ দৰে জনপ্ৰিয় ২৫ টা এপ

অশ্লীল কনটেণ্টেৰে ভৰপুৰ, ভাৰতত নিষিদ্ধ উল্লু, ALTT-ৰ দৰে জনপ্ৰিয় ২৫ টা এপ

এক ফুল দৌ মালি! এগৰাকী পাত্ৰীকেই বিবাহ কৰালে দুই ভাতৃয়ে, কাৰণ জানিলে অবাক হ’ব আপুনি

এক ফুল দৌ মালি! এগৰাকী পাত্ৰীকেই বিবাহ কৰালে দুই ভাতৃয়ে, কাৰণ জানিলে অবাক হ’ব আপুনি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.