• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এক ফুল দৌ মালি! এগৰাকী পাত্ৰীকেই বিবাহ কৰালে দুই ভাতৃয়ে, কাৰণ জানিলে অবাক হ’ব আপুনি

এক ফুল দৌ মালি! এগৰাকী পাত্ৰীকেই বিবাহ কৰালে দুই ভাতৃয়ে, কাৰণ জানিলে অবাক হ’ব আপুনি

1 year ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

59 minutes ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

1 hour ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

3 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

3 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

4 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

4 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

5 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

6 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

6 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

7 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এক ফুল দৌ মালি! এগৰাকী পাত্ৰীকেই বিবাহ কৰালে দুই ভাতৃয়ে, কাৰণ জানিলে অবাক হ’ব আপুনি

এক ফুল দৌ মালি! এগৰাকী পাত্ৰীকেই বিবাহ কৰালে দুই ভাতৃয়ে, কাৰণ জানিলে অবাক হ’ব আপুনি

editor by editor
July 25, 2025
in জীৱনশৈলী
0
এক ফুল দৌ মালি! এগৰাকী পাত্ৰীকেই বিবাহ কৰালে দুই ভাতৃয়ে, কাৰণ জানিলে অবাক হ’ব আপুনি
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুই ভাতৃ মিলি বিবাহ কৰাইছে এগৰাকী মহিলাক৷ কোনো চাপত পৰি নহয়, স্বেচ্ছাই মনৰ সুখেৰে এই সিদ্ধান্ত লৈছে তিনিওগৰাকীয়ে৷ হৈ চৈ আৰম্ভ হৈছে এই বিবাহক লৈ৷ ঘটনাটো হিমাচল প্ৰদেশৰ শিলাই গাওঁত৷ জানিব পৰামতে তিনিদিনীয়াকৈ ধুমধামেৰে তেওঁৰ বিবাহ সম্পন্ন হৈছে৷ ১৫ জুনত বিবাহপাশত আৱদ্ধ হৈছে তিনিওগৰাকী৷ হিমাচল প্ৰদেশৰ হাত্তি জনজাতিৰ এই বিবাহক লৈ আৰম্ভ হৈছে চৰ্চা৷ দুই ভাতৃ প্ৰদীপ আৰু কপিল নেগি দুজনে মিলি বিবাহ কৰাইছে সুনীতা চৌহান নামৰ এগৰাকী যুৱতীক৷

তিনিওজনৰ এই বিবাহৰ ভিডিঅ’ ভাইৰেল হৈছে নেটদুনীয়াত৷ জনা গৈছে চৰকাৰী চাকৰি কৰে প্ৰদীপে৷ অন্যহাতে কপিল বিদেশত কৰ্মৰত৷ সুনীতাই কয়, তেওঁ নিজ ইচ্ছাৰেই এই বিবাহৰ সিদ্ধান্ত লৈছে৷ তিনিওজনৰ যি বন্ধন তৈয়াৰ হৈছে সেই সেই বন্ধনক তেওঁ যথেষ্ট সন্মান কৰে৷ বিদেশত থাকিলেও এই বিবাহবন্ধনক সন্মান কৰিব বুলি জনাইছে কপিলে৷

শিলাই গাওঁত এনে বিবাহ অৱশ্যে নতুন নহয়৷ জোড়িদাৰা নামৰ এই প্ৰথা দীৰ্ঘদিন ধৰি চলি আহিছে হাত্তি জনজাতিৰ মাজত৷ এই বিবাহক মান্যতা দিয়ে হিমাচল প্ৰদেশৰ ৰেভেনিউ আইনেও৷ বিগত ৬ বছৰত এনে পাঁচখন বিবাহ অনুষ্ঠিত হৈছে৷ অতীতত এনে বিবাহ খুবেই প্ৰচলিত হলেও বৰ্তমান হাত্তি জনজাতিৰ মাজত এই বিবাহ কমি আহিছে৷ তিনিবছৰ পূৰ্বে হাত্তি জনজাতিক তফছিলি জাতিৰ পৰিচয়ো দিয়া হৈছে৷ তেতিয়াৰ পৰা বৰ্তমানলৈ এইখনেই পুনৰ অনুষ্ঠিত হোৱা এক যুৱতী দুই পুৰুষৰ বিবাহ৷

কেন্দ্ৰীয় হাত্তি সমিতিৰ সাধাৰণ সচিব কুন্দন সিং শাস্ত্ৰীৰ মতে, প্ৰাচীনকালত এনে বিবাহৰ প্ৰচলন কৰা হৈছিল যাতে খেতিৰ মাটি বহুতৰে মাজত ভাগ নহয়৷ ইয়াৰোপৰি ককায়েক ভায়েকৰ মাজত বিবাদ যাতে নাহে তাৰবাবে এই ধৰণৰ সিদ্ধান্ত লোৱা হৈছিল৷ হাজাৰ বছৰৰো বেছি সময় ধৰি এই বিবাহৰ প্ৰথা চলি আহিছে হাত্তি সমাজত৷ আধুনিক সময়ত এই বিবাহ কমি আহিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন
জীৱনশৈলী

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

October 7, 2026
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত
জীৱনশৈলী

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

October 7, 2026
Next Post
শাওনৰ সোমবাৰে সেনাপতি মঙ্গলৰ ঘৰ সলনি, ৩ ৰাশিৰ জীৱনত খুলিব সৌভাগ্যৰ দ্বাৰ

শাওনৰ সোমবাৰে সেনাপতি মঙ্গলৰ ঘৰ সলনি, ৩ ৰাশিৰ জীৱনত খুলিব সৌভাগ্যৰ দ্বাৰ

২৮ বছৰ বয়সত PPF একাউণ্ট খুলি ৫৩ বছৰ বয়সত পাব ১ কোটি টকা! প্ৰতিমাহত পাব ৬০ হাজাৰ টকা, জানক হিচাপ

২৮ বছৰ বয়সত PPF একাউণ্ট খুলি ৫৩ বছৰ বয়সত পাব ১ কোটি টকা! প্ৰতিমাহত পাব ৬০ হাজাৰ টকা, জানক হিচাপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.