• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাহৰ শেষ দিনত বৈধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, ভাগ্য উজ্বলিব এই ৫ৰাশিৰ জাতকৰ

মাহৰ শেষ দিনত বৈধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, ভাগ্য উজ্বলিব এই ৫ৰাশিৰ জাতকৰ

11 months ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

36 minutes ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

1 hour ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

3 hours ago
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

4 hours ago
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

4 hours ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

5 hours ago
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

6 hours ago
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

6 hours ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

7 hours ago
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

7 hours ago
উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

উজনিত ভয়ংকৰ হৈছে বান পৰিস্থিতি, বৃদ্ধি পাইছে মৃতকৰ সংখ্যা!

8 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাহৰ শেষ দিনত বৈধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, ভাগ্য উজ্বলিব এই ৫ৰাশিৰ জাতকৰ

মাহৰ শেষ দিনত বৈধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, ভাগ্য উজ্বলিব এই ৫ৰাশিৰ জাতকৰ

editor by editor
August 30, 2025
in জীৱনশৈলী
0
মাহৰ শেষ দিনত বৈধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, ভাগ্য উজ্বলিব এই ৫ৰাশিৰ জাতকৰ
0
SHARES
775
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ৩১ আগষ্ট ২০২৫ দেওবাৰে চন্দ্ৰই দিনজুৰি বৃশ্চিক ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ভাদৰ শুক্লা অষ্টমী তিথি৷ কাইলৈ পালিত হ’ব ৰাধাষ্টমী৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব বৈধৃতিযোগ আৰু বিষকুম্ভ যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব অনুৰাধা নক্ষত্ৰ আৰু জ্যেষ্ঠা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত দেওবাৰ হৈছে সূৰ্যদেৱৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কেইটামান ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মিথুন ৰাশি

কাইলৈ ৩১ আগষ্টত ৰাধাষ্টমী মিথুন ৰাশিৰ জাতকৰ বাবে অত্যন্ত শুভ দিন হব৷ আপোনাৰ বুদ্ধিত বিৰোধীসকল পৰাজিত হব৷ আইনী গোচৰত জয় পাব৷ পিতৃ আৰু মাতৃৰ সৈতে সম্পৰ্ক উন্নত হব৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ থাকিব৷ নতুন ঘৰ বা বাহন ক্ৰয় কৰিব পাৰে৷ কাৰ্যালয়ত ভাল পৰিবেশ থাকিব৷

কন্যা ৰাশি

বৈধৃতি যোগৰ প্ৰভাৱত দেওবাৰে সকলো কামতে সাফল্য পাব কন্যা ৰাশিৰ জাতকে৷ ব্যৱসায়ীয়ে আৰ্থিক লাভ কৰিব পাৰে৷ ভায়েক বা ভনীয়েকৰ সৈতে সম্পৰ্ক পূৰ্বতকৈ উন্নত হব৷ ঘৰৰ সকলোৱে মিলি কোৱালিটি টাইম কটাব৷ ধৰ্মীয় বিষয়ৰ প্ৰতি আকৰ্ষণ বাঢ়িব কন্যা ৰাশিৰ জাতকৰ৷ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াশুনাত থকা বাধা দূৰ হব৷

বৃশ্চিক ৰাশি

কাইলৈ বৈধৃতি যোগৰ শুভ প্ৰভাৱ থাকিব বৃশ্চিক ৰাশিৰ জাতকৰ ওপৰত৷ পাবলগীয়া টকা এই সময়ত লাভ কৰিব৷ নিজৰ কথা আৰু আচৰণেৰে সকলোকে আকৰ্ষণ কৰিব পাৰিব৷ ব্যৱসায়ত উন্নতি কৰাৰ যোগ আছে৷ পঢ়াশুনাৰ বাবে বিদেশ যাত্ৰা কৰিব পাৰে৷ অন্যৰ সহায় লাভ কৰিব৷ শহুৰেকৰ ঘৰৰ সৈত সম্পৰ্ক ভাল হব৷

মকৰ ৰাশি

সূৰ্যদেৱৰ কৃপা দেওবাৰে বৰ্ষিত হব মকৰ ৰাশিৰ জাতকৰ ওপৰত৷ সম্পত্তি লাভ কৰিব পাৰে৷ আৰ্থিক লাভৰ বাবে কাইলৈ দিনটো বিশেষভাৱে মঙ্গলজনক৷ সম্পত্তিত বিনিয়োগ কৰিলে আপুনি লাভৱান হব৷ ঘৰলৈ বিশেষ অতিথিৰ আগমন হব পাৰে৷ নতুন চাকৰিত ইণ্টাৰভিউৰ বাবে মাতিব পাৰে৷ দাম্পত্য জীৱনত সুখ বাঢ়িব৷

মীন ৰাশি

কাইলৈ ৩১ আগষ্টত লক্ষ্মীৰ আশীৰ্বাদত ভাগ্য খুলিব মীন ৰাশিৰ জাতকৰ৷ সমাজত আপোনাৰ খ্যাতি আৰু জনপ্ৰিয়তা বাঢ়িব৷ স্বাস্থ্য সংক্ৰান্তিয় কোনো সমস্যা থাকিলে এইবাৰ তাৰ পৰা মুক্তি পাব৷ কোনো দামী দ্ৰব্য কিনিব পাৰে৷ অবিবাহিতসকলে বিবাহৰ কথা পাক্কা কৰিব পাৰে৷ সেই কাৰণেই ঘৰত সুখৰ পৰিবেশ থাকিব৷ সেই কাৰণেই ঘৰত সুখৰ পৰিবেশ থাকিব৷ বন্ধুৰ পৰা বিশেষ কোনো সাহায্য পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?
জীৱনশৈলী

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

July 22, 2026
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!
জীৱনশৈলী

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

July 22, 2026
ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!
জীৱনশৈলী

ডিঙিত মাছৰ কাঁইট লাগিলে নকৰিব আওকাণ, বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

July 22, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

কৰ্কট ৰাশিৰ লগতে এই ৫ ৰাশিৰ লোক হওক সাৱধান, এটা ভুলে মাতিব ডাঙৰ বিপদৰ!

July 22, 2026
Next Post
হাস্পতালত ৰোগী চাই থাকোতেই চিকিৎসকৰ হাৰ্টএটেক, ৩৯ বছৰ বয়সতেই শেষ হ’ল কাৰ্ডিয়াক ছাৰ্জনৰ জীৱন

হাস্পতালত ৰোগী চাই থাকোতেই চিকিৎসকৰ হাৰ্টএটেক, ৩৯ বছৰ বয়সতেই শেষ হ’ল কাৰ্ডিয়াক ছাৰ্জনৰ জীৱন

নতুন সপ্তাহত থাকিব ধনলক্ষ্মী যোগ, মা লক্ষ্মী নিজেই আহিব এই ৫ৰাশিৰ ঘৰলৈ

নতুন সপ্তাহত থাকিব ধনলক্ষ্মী যোগ, মা লক্ষ্মী নিজেই আহিব এই ৫ৰাশিৰ ঘৰলৈ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.