• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতত বিক্ৰি হ’ল টেছলাৰ প্ৰথম বাহন! এই ৰাজ্যৰ পৰিবহন মন্ত্ৰীয়ে ক্ৰয় কৰিলে টেছলাৰ প্ৰথম বাহন, দাম কিমান এই বাহনৰ?

ভাৰতত বিক্ৰি হ’ল টেছলাৰ প্ৰথম বাহন! এই ৰাজ্যৰ পৰিবহন মন্ত্ৰীয়ে ক্ৰয় কৰিলে টেছলাৰ প্ৰথম বাহন, দাম কিমান এই বাহনৰ?

10 months ago
ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

43 minutes ago
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

2 hours ago
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

15 hours ago
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

16 hours ago
মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

মেছিৰ এখন ভৰিৰ দাম প্ৰায় ৭,৭৪০ কোটি টকা, ৰোনাল্ডো-নেইমাৰৰ ভৰিৰ মূল্য কিমান

17 hours ago
৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

৯ জুলাইত খামেনেইৰ অন্ত্যেষ্টিক্ৰিয়া, প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ

17 hours ago
যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

যুদ্ধ হ’ব নেকি ভাৰত-পাকিস্তানৰ? হতাশাত প্ৰলাপ বকিছে পাক প্ৰতিৰক্ষামন্ত্ৰীয়ে!

18 hours ago
ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

ত্ৰিকোণীয় প্ৰেম আৰু এটা হ*ত্যাকাণ্ড, ৪ বাৰকৈ হ*ত্যাৰ অপচেষ্টা চলাইছিল বাগদত্তাই

19 hours ago
কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

কাৰ অকাল মৃ*ত্যুৱে সলনি কৰিছিল থালাপতি বিজয়ৰ জীৱন?

20 hours ago
নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

নাবালক ছাত্ৰৰ সৈতে শা*ৰীৰিক সম্পৰ্ক কৰি বিপদত শিক্ষয়িত্ৰী

21 hours ago
নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

নগা বাবাসকলে কিয় উ*লংগ হৈ থাকে?

22 hours ago
আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

আপোনাৰ সন্তানক কিমান বয়সত মোবাইল ফোন দিব?

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতত বিক্ৰি হ’ল টেছলাৰ প্ৰথম বাহন! এই ৰাজ্যৰ পৰিবহন মন্ত্ৰীয়ে ক্ৰয় কৰিলে টেছলাৰ প্ৰথম বাহন, দাম কিমান এই বাহনৰ?

ভাৰতত বিক্ৰি হ’ল টেছলাৰ প্ৰথম বাহন! এই ৰাজ্যৰ পৰিবহন মন্ত্ৰীয়ে ক্ৰয় কৰিলে টেছলাৰ প্ৰথম বাহন, দাম কিমান এই বাহনৰ?

editor by editor
September 5, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
ভাৰতত বিক্ৰি হ’ল টেছলাৰ প্ৰথম বাহন! এই ৰাজ্যৰ পৰিবহন মন্ত্ৰীয়ে ক্ৰয় কৰিলে টেছলাৰ প্ৰথম বাহন, দাম কিমান এই বাহনৰ?
0
SHARES
7.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত টেছলাৰ নতুন শ্ব’ৰুম অপেন কৰাৰ এমাহ সম্পূৰ্ণ হৈছে৷ এমাহৰ ভিতৰতেই লঞ্চো কৰা হৈছে টেছলাৰ নতুন মডেল Y, সেই নতুন মডেলৰ বাহনখনেই প্ৰথমবাৰৰ বাবে ভাৰতত বিক্ৰি কৰিছে টেছলাই৷ সম্প্ৰতি এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ANIয়ে৷ ভিডিঅ’ত দেখা গৈছে মহাৰাষ্ট্ৰৰ পৰিবহনমন্ত্ৰী প্ৰতাপ চাৰনায়কে মুম্বাইৰ বান্দ্ৰা কুৰলা কমপ্লেক্সৰ টেছলা এক্সপেৰিয়েন্স চেণ্টাৰৰ পৰা তেওঁ Y মডেলৰ বাহনখন ক্ৰয় কৰিছে৷ ১৫ জুলাইত উদ্বোধন হৈছিল এই মডেল৷ দেশত প্ৰথম বিক্ৰী হৈছে এলন মাস্কৰ সংস্থাৰ বাহন৷

কিমান দাম বাহনখনৰ?

এই বাহনখন ৰেগুলাৰ মডেল নে লং ৰেঞ্জ সেয়া এতিয়াও স্পষ্ট নহয়৷ টেছলাৰ RWD-ৰ দাম আৰম্ভ হৈছে ৫৯.৮৯ লাখ টকাৰ পৰা৷ অন্যহাতে লং ৰেঞ্জ RWD-ৰ দাম আৰম্ভ হয় ৬৭.৮৯ লাখ টকাৰ পৰা৷ এই দুই দামেই অনৰোড বা এক্স শ্বৰুম দাম৷ সংবাদ সংস্থা ব্লুমবাৰ্গৰ খবৰ অনুসৰি বৰ্তমান পৰ্যন্তত ভাৰতৰ পৰা ৬০০ বাহনৰ অৰ্ডাৰ লাভ কৰিছে টেছলাই৷ এলন মাস্কৰ সংস্থাৰ প্ৰত্যাশা আছিল ইয়াতকৈ বহু বেছি৷ কিন্তু টেছলাই প্ৰতিবছৰে ভাৰতত ৩৫০-৫০০ বাহন ৰপ্তানিৰ পৰিকল্পনা কৰিছে৷ এই হিচাপে ছাংহাইৰ পৰা ছেপ্টেম্বৰত দেশলৈ আহিছে প্ৰথম বেচৰ বাহনসমূহ৷

ভাৰতত ইভিৰ বজাৰ কেনে?

ভাৰতত ইভি বা ইলেক্ট্ৰিক ভেহিকলৰ বজাৰ এতিয়াও খুবেই সৰু৷ পৰিসংখ্যাই কৈছে এই বছৰ এপ্ৰিলৰ পৰা জুলাই মাহত বিক্ৰি হোৱা মুঠ বাহনৰ মাজত মাত্ৰ ৫শতাংশহে ইলেক্ট্ৰিক ভেহিকল৷ এই সময়ত বাহন বিক্ৰী দ্ৰুত হাৰত বৃদ্ধি পাইছে৷ এই সময়ৰ ভিতৰত ভাৰতত ইভি বাহনৰ বিক্ৰি ৯৩শতাংশ বাঢ়ি ১৫,৫০০ ইউনিট হৈছে৷

কি বিশেষত্ব টেছলাৰ Y মডেলৰ?

টেছলাৰ মডেল Yৰ দুটা নিৰ্দিষ্ট ভেৰিয়েণ্ট ভাৰতত উপলব্ধ৷ ইয়াৰ মাজতেই এটা  60kWh বেটাৰিসহ ৰিয়েৰ হুইল ড্ৰাইভ আৰু অন্যখন 75kWh বেটাৰিসহ লং ৰেঞ্জ৷ ষ্টেণ্ডাৰ্ড RWDৰ ৰেঞ্জ ৫০০ কিঃমিঃ৷ ইয়াৰোপৰি ৫.৯ ছেকণ্ডত ০ৰ পৰা ১০০ কিঃমিঃলৈ গতি উঠাব পাৰে৷ অন্যহাতে লং ৰেঞ্জ RWD য়ে ৫.৬ ছেকেণ্ডত স্প্ৰিণ্টত ৬২২ কিঃমিঃ পৰ্যন্ত ৰেঞ্জ প্ৰসাৰিত কৰে৷ দুটাৰেই সৰ্বোচ্চ গতি ২০১ কিঃমিঃ প্ৰতিঘণ্টা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z
বিশ্ব

ধ্বং*সস্তূপত পৰিণত ভেনিজুৱেলা, শতিকাৰ আটাইতকৈ সং*হাৰী ভূমিকম্পৰ A to Z

June 25, 2026
আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

আগন্তুক ২৪ ঘণ্টাত এইকেইটা ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

June 25, 2026
কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?
বিবিধ

কাইলৈ সবাতোকৈ পুণ্যদায়ক নিৰ্জলা একাদশী ব্ৰত, এই ব্ৰত পালন কৰিলে কি কি লাভ হ’ব?

June 24, 2026
আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন
প্ৰযুক্তি

আনুষ্ঠানিক ডিগ্ৰী অবিহনেই ১৯ বছৰ বয়সতেই মাহিলী ১ কোটি টকা উপাৰ্জন

June 24, 2026
Next Post
পূজাৰ পাছতেই গুৰু হংস ৰাজযোগত ঘূৰিব ভাগ্যৰ চকা, এই ৩ ৰাশিৰ হাতলৈ আহিব ধন

পূজাৰ পাছতেই গুৰু হংস ৰাজযোগত ঘূৰিব ভাগ্যৰ চকা, এই ৩ ৰাশিৰ হাতলৈ আহিব ধন

বিজেপিৰ ৪০শতাংশ মন্ত্ৰীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ, অন্যদলৰ মন্ত্ৰীসকলৰ কেনে দশা?

বিজেপিৰ ৪০শতাংশ মন্ত্ৰীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ, অন্যদলৰ মন্ত্ৰীসকলৰ কেনে দশা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.