• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শৰীৰত ৰাখিব নোৱাৰিব কোনো বস্ত্ৰ! ১১ দিন নগ্ন লৈ বিলাসী সমুদ্ৰভ্ৰমণৰ স্বাদ দিছে ‘দ্যা বিগ ন্যুড বোট’য়ে, মানিব লাগিব এইকেইটা চৰ্ত

শৰীৰত ৰাখিব নোৱাৰিব কোনো বস্ত্ৰ! ১১ দিন নগ্ন লৈ বিলাসী সমুদ্ৰভ্ৰমণৰ স্বাদ দিছে ‘দ্যা বিগ ন্যুড বোট’য়ে, মানিব লাগিব এইকেইটা চৰ্ত

8 months ago
বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

11 minutes ago
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

37 minutes ago
প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

1 hour ago
১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

2 hours ago
শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

3 hours ago
পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

পূজা কৰিলে কিয় ক’লা বস্ত্ৰ পৰিধান নকৰে? ভুল কৰাৰ পূৰ্বে সাৱধান!

3 hours ago
এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

এমাহতেই দুটাকৈ পূৰ্ণিমা, চন্দ্ৰৰ চমৎকাৰত ফুলি উঠিব ৫ৰাশিৰ কঁপাল, অৰ্থলাভৰ যোগ আছে কাৰ কাৰ?

5 hours ago
চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

চৰণেহে জানে মৰণৰ ঠাই, ডিচেম্বৰত বিবাহৰ দিন ধাৰ্য্য হৈছিল, কিন্তু কেদাৰনাথ মন্দিৰ দৰ্শনলৈ গৈ মন্দিৰৰ পৰা ৫০০ মিটাৰ নিলগত কৰুণ মৃত্যু পাপৰি ডেকাৰ

5 hours ago
২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

২০২৬ চনত সূৰ্যৰ আশীৰ্বাদ আছে ৩ৰাশিৰ জীৱনত, আপুনি তালিকাত আছেনে?

7 hours ago
মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

মই এগৰাকী মাতৃ মোৰ দৰে কোনো মাতৃৰ বুকু উকা নহওক, মই দোষীৰ ফাঁচী নহয় যাৱজ্জীৱন কাৰাদণ্ড বিচাৰো! কি কৈছে চন্দ্ৰনাথ ৰথৰ মাতৃয়ে?

7 hours ago
বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

8 hours ago
বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শৰীৰত ৰাখিব নোৱাৰিব কোনো বস্ত্ৰ! ১১ দিন নগ্ন লৈ বিলাসী সমুদ্ৰভ্ৰমণৰ স্বাদ দিছে ‘দ্যা বিগ ন্যুড বোট’য়ে, মানিব লাগিব এইকেইটা চৰ্ত

শৰীৰত ৰাখিব নোৱাৰিব কোনো বস্ত্ৰ! ১১ দিন নগ্ন লৈ বিলাসী সমুদ্ৰভ্ৰমণৰ স্বাদ দিছে ‘দ্যা বিগ ন্যুড বোট’য়ে, মানিব লাগিব এইকেইটা চৰ্ত

editor by editor
September 8, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, লেখা
0
শৰীৰত ৰাখিব নোৱাৰিব কোনো বস্ত্ৰ! ১১ দিন নগ্ন লৈ বিলাসী সমুদ্ৰভ্ৰমণৰ স্বাদ দিছে ‘দ্যা বিগ ন্যুড বোট’য়ে, মানিব লাগিব এইকেইটা চৰ্ত
0
SHARES
5.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এদিন দুদিনৰ বাবে নহয় এই যাত্ৰা ১১ দিনীয়া৷ ১১ দিনত গাত এটা সুঁতা পৰ্যন্ত থাকিব নোৱাৰিব৷ সকলোৱেই নগ্ন হৈ ফুৰিব লাগিব জাহাজত৷ ২৩০০ যাত্ৰীক লৈ সাগৰৰ পানীত ভাহিব বিলাসবহুল জাহাজখন৷ ক্ৰুজ বা বিলাসবহুল জাহাজক লৈ সমুদ্ৰৰে ফুৰিব পৰ্যটক কঢ়িওৱা অন্যতম এই প্ৰমোদতৰীখন৷ অন্যান্য ক্ৰুজৰ দৰে বিনোদন আৰু বিলাসিতাৰ সমস্ত উপকৰণ ইয়াত মজুত আছে৷ ইয়াৰ বিশেষত্ব হৈছে যাত্ৰীয়ে কোনোধৰণৰ পোছাক অবিহনেই সমগ্ৰ ভ্ৰমণ উপভোগ কৰিব লাগিব৷

সমুদ্ৰপথেৰে ক্ৰুজ-ভ্ৰমণ ইউৰোপ আৰু লেটিন আমেৰিকাৰ বহু দেশত জনপ্ৰিয়৷ কেৰিবিয়ান, বাহামা, মায়ামি আৰু মেক্সিকোৰ সমুদ্ৰত প্ৰতি বছৰে লাখ লাখ পৰ্যটকে ক্ৰুজ যাত্ৰা কৰে৷ সাধাৰণ জাহাজত কৰা ভ্ৰমণৰ তুলনাত ক্ৰুজ ভ্ৰমণ বহু বেছি বিলাসিতাপূৰ্ণ৷ বিলাসবহুল হোটেলৰ দৰে সকলো সুবিধা ইয়াত উপলব্ধ৷

নগ্নতা শব্দটিক বহুতেই নিষিদ্ধ বুলিয়েই ভাৱে৷ আৰু সেই নিষিদ্ধ বুলি ভৱা বিষয়টোক স্বাভাৱিক কৰাৰ বাবেই মূলত এই সমুদ্ৰযাত্ৰাৰ আয়োজন৷ সমগ্ৰ বিশ্বৰ সন্মুখত বিশেষ বাৰ্তা দাঙি ধৰিবলৈ বিশেষ নগ্ন ক্ৰুজ যাত্ৰা চলাইছে ভ্ৰমণ সংস্থা বেয়াৰ নেছেচিটিছে৷ নৰৱেজীয় পাৰ্ল ক্ৰুজত ‘দ্যা বিগ ন্যুড বোট’ নামেৰে সামুদ্ৰিক ভ্ৰমণৰ আয়োজন কৰি আহিছে সংস্থাটোৱে৷

এই ভ্ৰমণৰ উদ্দেশ্যই হৈছে নগ্নতা আৰু যৌনতা যে সমাৰ্থক নহয় তাৰ প্ৰচাৰ কৰা৷ মানুহৰ নগ্নতাৰ সৈতে যৌনতা আৰু লজ্জাৰ ধাৰণা ভিত্তিহীন৷ নগ্নতাক স্বাভাৱিক আৰু ইতিবাচকভাৱে গ্ৰহণ কৰাৰ বাৰ্তা দিবলৈকে এই উদ্যোগৰ আয়োজন কৰা হৈছে বুলি দাবী কৰে বেয়াৰ নেছেচিটিছে৷ প্ৰত্যেক বছৰেই ফেব্ৰুৱাৰী মাহত সমুদ্ৰত ভাহে বিলাসবহুল জাহাজখন৷

‘১৯৯০চনৰ পৰা আমি সামাজিক নগ্নতাৰ বিৰুদ্ধে বাধা ভাঙি ওলাই অহাৰ বাবে কাম কৰি আহিছো৷ সামাজিক নগ্নতা আৰু যৌন কাৰ্যকলাপ সমাৰ্থক নহয়৷ আমি এই ভুল ধাৰণা দূৰ কৰাৰ চেষ্টা কৰো৷ নগ্নতা স্বাভাৱিক বিষয় আৰু সৌন্দৰ্যৰ প্ৰতীক৷’ এটা বিবৃত্তিযোগে তেওঁলোকে এই কথা প্ৰকাশ কৰিছে৷ ২০২৬ চনত প্ৰেমৰ মাহত কেইবাহাজাৰ যাত্ৰীক লৈ আমেৰিকাৰ মায়ামিৰ উপকূলৰ পৰা ভাহিব নৰৱেজীয় পাৰ্ল ক্ৰুজখন৷ ৯ৰ পৰা ২০ ফেব্ৰুৱাৰী পৰ্যন্ত বিভিন্ন দ্বীপত ঘূৰে এই বিলাসবহুল প্ৰমোদতৰীখন৷ কেৰিবিয়ান জুৰি ১১ দিনৰ যাত্ৰা এই ক্ৰুজৰ৷ জাহাজৰ বিলাসিতাত ১১ দিন কটোৱাৰ ওপৰিও মনোমুগ্ধকৰ কেৰিবিয়াল দ্বীপসমূহৰ সৌন্দৰ্যও দেখুওৱা হয়৷

মাৰ্টিনিক আৰু চেণ্ট লুছিয়াৰ দৰে দ্বীপৰ কাষে কাষে ভ্ৰমণ কৰাৰ ওপৰিও এবিছি দ্বীপপুঞ্জ, জামাইকাৰ মনোৰম প্ৰাকৃতিক সৌন্দৰ্যত নিজকে বিলীন কৰিব পাৰে নাৰী পুৰুষ সকলোৱেই৷ ইয়াৰোপৰি নৰৱেজীয় ক্ৰুজ লাইনৰ মালিকানাধীন দ্বীপ গ্ৰেট ষ্টিৰাপকত দুবাৰ ৰয় এই জাহাজখন৷ তাতেই নগ্ন হৈ সমগ্ৰ দ্বীপত নিজৰ মতে সময় উপভোগ কৰিব পাৰে যাত্ৰীয়ে৷

৯৬৮ ফুট দৈৰ্ঘ্যৰ এই পাৰ্ল ক্ৰুজখন যেন এক ভাছমান ৰিচৰ্ট৷ ইয়াত ১৬ খন ৰেষ্টুৰেণ্ট, ১৪ খন বাৰ, বোওলিং লেন, এখন কেছিনো, এখন স্পা আৰু বিলাসবহুল ভিলা আছে৷ ফৰাছি ডাইনিং, ব্ৰাজিলীয় বাৰবিকিউ, অথৱা ২৪ ঘণ্টাৰ বাবে খোলা বাৰ্গাৰ জয়েণ্ট, সকলো মজুত থাকে যাতে যাত্ৰীসকলৰ খোৱাবোৱাত কোনো সমস্যা নহয়৷

আছে পানীয়ৰ ব্যৱস্থাও৷ জাহাজত পৃথককৈ ৰখা হৈছে হুইস্কি লাউঞ্জো৷ সমুদ্ৰযাত্ৰাৰ একঘেয়ামীয়তা দূৰ কৰিবলৈ যাত্ৰীয়ে স্পাও ল’ব পাৰে৷ শুল্কমুক্ত ক্ৰয় বিক্ৰয় কৰিব খুজিলেও সেই উপায় আছে জাহাজত৷ নিশা পাৰ্টিৰ পৰা দিনত ৱাৰ্কশ্বপ, সমস্ত কিছু উপভোগ কৰাৰ উপকৰণ মজুত থাকিব প্ৰমোদতৰীত৷

নিউয়ৰ্ক পোষ্টৰ এক প্ৰতিবেদনত কোৱা হৈছে বিলাসিতা আৰু কেবিনৰ বিভিন্ন সুযোগ সুবিধাৰ ওপৰত নিৰ্ভৰ কৰি টিকটৰ দাম ৪৩ লাখ টকা পৰ্যন্ত হ’ব পাৰে৷ প্ৰতিটো কেবিনত দুজন যাত্ৰী থকাৰ ব্যৱস্থা আছে৷ কোনোৱে বিচাৰিলে অকলেই এটা কেবিন ভাড়া ল’ব পাৰে৷ আকৌ কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষেহে অপৰিচিত যাত্ৰীৰ সৈতে কেবিন ভগাই লবও পাৰে৷

নগ্নতাই এই ভ্ৰমণৰ মূল আকৰ্ষণ৷ এইক্ষেত্ৰত কিছু বিধিনিষেধ আৰোপ কৰিছে আয়োজক সংস্থাই৷ জাহাজৰ সকলো স্থানত নগ্ন হৈ ফুৰাৰ ওপৰত নিষেধাজ্ঞা জাৰি আছে৷ যাত্ৰীসকলৰ উচ্ছৃংখল আচৰণ আৰু অশ্লীলতা ৰোধ কৰাৰ বাবেও কিছু নিৰ্দিষ্ট নিয়ম আৰোপ কৰা হৈছে ক্ৰুজখনত৷

ডাইনিং হল, জাহাজৰ কেপ্টেইন অভ্যৰ্থনা অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠানৰ সময় আৰু জাহাজ যেতিয়াই লেতেৰা কৰিব তেতিয়াই যাত্ৰীসকলে পোছাক পিন্ধাটো বাধ্যতামূলক৷ জাহাজ বন্দৰৰ পৰা এৰাৰ পাছত পানীত ভাঁহি যোৱাৰ পাছত আৰু পোছাক খোলাৰ নিয়ম নাই৷ ইয়াৰোপৰি পুল আৰু নাচৰ স্থানত ছবি তোলাৰ অনুমতি নাই৷ অন্যহাতে অবাঞ্ছিত স্পৰ্শ আৰু অশালীন আচৰণ কঠোৰভাৱে নিষিদ্ধ৷ ডাইনিং টেবলত খাদ্য খোৱাৰ সময়ত বাথৰোব, অন্তৰ্বাস পিন্ধি ফুৰাৰ অনুমতি নাই৷ অৱশ্যে বুফেত খোৱাৰ সময়ত নিয়মৰ শিথিলতা আছে৷

কোনো যাত্ৰীয়ে যদি অশালীন আচৰণ কৰিবলৈ গৈ ধৰা পৰে তেতিয়া লগে লগেই তেওঁক পাছৰ বন্দৰত নমাই দিয়া হব৷ সেইক্ষেত্ৰত তেওঁ কোনো টকাও উভতাই নাপাব৷ আয়োজক সংস্থাই এই ভ্ৰমণটোক নগ্ন আড্ডা বুলিও নাম দিছে৷ তেওঁলোকৰ মতে জীৱনত এই ধৰণৰ সুযোগ এবাৰেই পোৱা যায় য’ত কি পিন্ধিব সেই বিষয়ক লৈ সিদ্ধান্ত ল’ব নালাগে৷

সমুদ্ৰযাত্ৰাৰ মূল্য বেছি হলেও প্ৰতিবছৰে হাজাৰ হাজাৰ মানুহে টিকট ক্ৰয়ৰ বাবে উদগ্ৰীৱ থাকে৷ আনকি নগ্ন হৈ ক্ৰুজ ভ্ৰমণ কৰাৰ বাবেও কোনো কোনো যাত্ৰীয়ে একাধিকবাৰ টিকট কাটিবলৈ দ্বিধা নকৰে৷ সামাজিকমাধ্যমত বহু নেটনাগৰিকেই তেওঁলোকৰ অভিজ্ঞতা ভাগ কৰিছে৷ কোনো কোনোৱে এই জীৱনৰ আটাইতকৈ ভাল ভ্ৰমণ বুলি অভিহিত কৰিছে এই ভ্ৰমণক৷ বহুতৰে বাবে ই অবিস্মৰণীয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?
বিনোদন

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

May 7, 2026
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?
জীৱনশৈলী

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

May 7, 2026
প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!
জীৱনশৈলী

প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

May 7, 2026
১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!
জীৱনশৈলী

১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

May 7, 2026
Next Post
‘প্ৰজনন দক্ষ যুৱতীৰ প্ৰয়োজন’,  হাজাৰ হাজাৰ কোটিৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ’বলৈ পাত্ৰী বিচাৰিছে ৭৯ বছৰীয়া এই ধনকুবেৰে, চৰ্ত কি কি?

‘প্ৰজনন দক্ষ যুৱতীৰ প্ৰয়োজন’, হাজাৰ হাজাৰ কোটিৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ’বলৈ পাত্ৰী বিচাৰিছে ৭৯ বছৰীয়া এই ধনকুবেৰে, চৰ্ত কি কি?

কৰ্কট ৰোধ সম্ভৱ! যুগান্তকাৰী কৰ্কটৰ ভেকছিনৰ ট্ৰায়েল আৰম্ভ ৰাছিয়াত, ৰাছিয়াত ফ্ৰি এই ভেকচিনৰ দাম ভাৰতত কিমান হ’ব?

কৰ্কট ৰোধ সম্ভৱ! যুগান্তকাৰী কৰ্কটৰ ভেকছিনৰ ট্ৰায়েল আৰম্ভ ৰাছিয়াত, ৰাছিয়াত ফ্ৰি এই ভেকচিনৰ দাম ভাৰতত কিমান হ’ব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.