• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘প্ৰজনন দক্ষ যুৱতীৰ প্ৰয়োজন’,  হাজাৰ হাজাৰ কোটিৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ’বলৈ পাত্ৰী বিচাৰিছে ৭৯ বছৰীয়া এই ধনকুবেৰে, চৰ্ত কি কি?

‘প্ৰজনন দক্ষ যুৱতীৰ প্ৰয়োজন’, হাজাৰ হাজাৰ কোটিৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ’বলৈ পাত্ৰী বিচাৰিছে ৭৯ বছৰীয়া এই ধনকুবেৰে, চৰ্ত কি কি?

12 months ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

22 minutes ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

45 minutes ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

1 hour ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

2 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

3 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

4 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

5 hours ago
আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

আমীৰ খানৰ কি সিদ্ধান্তত ক্ষুব্ধ ছানী দেউল?

17 hours ago
‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

‘কাশ্মীৰ ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংশ’-ছাৰ্জিঅ’ গোৰ

18 hours ago
কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

কম ৰিস্কতে সুন্দৰ লাভ! ৩১ আগষ্টৰ ভিতৰত এই স্থানত বিনিয়োগৰ সুৱৰ্ণ সুযোগ

18 hours ago
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

18 hours ago
শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

শ্বিলঙলৈ যোৱাৰ পৰিকল্পনা কৰিছে যদি সাৱধান!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘প্ৰজনন দক্ষ যুৱতীৰ প্ৰয়োজন’, হাজাৰ হাজাৰ কোটিৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ’বলৈ পাত্ৰী বিচাৰিছে ৭৯ বছৰীয়া এই ধনকুবেৰে, চৰ্ত কি কি?

‘প্ৰজনন দক্ষ যুৱতীৰ প্ৰয়োজন’, হাজাৰ হাজাৰ কোটিৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ’বলৈ পাত্ৰী বিচাৰিছে ৭৯ বছৰীয়া এই ধনকুবেৰে, চৰ্ত কি কি?

editor by editor
September 8, 2025
in জীৱনশৈলী
0
‘প্ৰজনন দক্ষ যুৱতীৰ প্ৰয়োজন’,  হাজাৰ হাজাৰ কোটিৰ সম্পত্তিৰ উত্তৰাধিকাৰী হ’বলৈ পাত্ৰী বিচাৰিছে ৭৯ বছৰীয়া এই ধনকুবেৰে, চৰ্ত কি কি?
0
SHARES
1.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বাম্বেল, টিণ্ডাৰৰ দৰে ডেটিং এপ কেৱলমাত্ৰ নতুন প্ৰজন্মৰ তৰুণ তৰুণীৰ বাবে? মুঠেও নহয়, জীৱনৰ বিয়লীবেলাতো আপুনি সন্ধান কৰিব পাৰে সংগীৰ৷ বৃদ্ধ বয়সতো কাষত সংগীৰ প্ৰত্যাশা থাকে বহু ব্যক্তিৰেই৷ মহিলাই হওক বা পুৰুষ এই কামনা থকাটোক ভুল বুলিও আপুনি ক’ব নোৱাৰে৷ তেনে এক নজিৰ গঢ়িয়েই ব্ৰিটেইনৰ এগৰাকী ৭৯ বছৰ বয়সীয়া ব্যক্তিয়ে দিছে বিশেষ বিজ্ঞাপন৷ নাইটহুড উপাধিধাৰী এই ধনকুবেৰৰ নাম চাৰ বেঞ্জামিন শ্লেড৷

ব্ৰিটেইন এক সংবাদমাধ্যমৰ খবৰ অনুসৰি ৭৯ বছৰৰ শ্লেডে ডেটিং এপ টিণ্ডাৰত জীৱনসংগী বিচাৰি বিজ্ঞাপন দিছে৷ তেওঁৰ বিজ্ঞাপনত স্পষ্টকৈ উল্লেখ আছে যে তেওঁৰ সংগী প্ৰজননত দক্ষ হ’ব লাগিব৷ বেঞ্জামিনে এনে এগৰাকী তৰুণীৰ সৈতে এক পুত্ৰ সন্তানৰ জন্ম দিব খোজে৷ সেই সন্তানকেই তেওঁ নিজৰ বিশাল সম্পত্তি দি যাব৷ উল্লেখ্য যে এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও পত্নী বিচাৰি বিশেষ বিজ্ঞাপন দিছিল বেঞ্জামিনে৷ তেতিয়াও জনাইছিল যে তেওঁৰ দুই পুত্ৰসন্তানৰ জন্ম দিব খোজে৷

ছাৰ বেঞ্জামিন শ্লেডৰ জন্ম ১৯৪৬ চনত৷ ইয়াৰ পূৰ্বে তেওঁৰ বিবাহ হলেও কোনো সন্তান জন্ম হোৱা নাই৷ সেইবাবেই তেওঁ নতুনকৈ আকৌ বিবাহ কৰোৱাৰ কথা ভাৱিছে৷ সম্প্ৰতি এটা টিভি চেনেলত এই বিষয়ে তেওঁ মুখো খুলিছে৷ বেঞ্জামিনে কয়, ‘মই জানো সন্তান জন্ম দিয়াবলৈ মোৰ এতিয়া বয়স বহু বাঢ়িছে৷ কিন্তু মই আগতীয়াকৈয়ে মোৰ শুক্ৰাণু এটা স্পাৰ্মবেংকত জমা দি থৈছো৷ প্ৰয়োজন হলে সেই শুক্ৰাণু ব্যৱহাৰ কৰিব পৰা যাব৷’

কিছুদিন পূৰ্বে বেঞ্জামিনৰ এগৰাকী কৰ্মচাৰীয়ে তেওঁক ডেটিং এপ টিণ্ডাৰৰ কথা জনায়৷ বিষয়টি সম্পৰ্কে জনা মাত্ৰই আগ্ৰহী হৈ উঠে ধনকুবেৰ৷ লগে লগেই তেওঁ এটা একাউণ্টো খোলে৷ তাতেই তেওঁ নিজৰ বয়স সম্পৰ্কে মিছা তথ্য দি পাত্ৰী বিচাৰিছে৷ প্ৰাথমিকভাৱে তেওঁ নিজৰ বয়স লিখিছে ৫৬ বছৰ আৰু তেওঁ ৪০ বছৰৰ ভিতৰত তৰুণী বিচাৰিছে৷ বহুকেইগৰাকী পাত্ৰী অহাত শেহতীয়াকৈ তেওঁৰ পছন্দ হৈছিল মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নাগৰিক, কবি আৰু গীতিকাৰ ছাহাৰা ছানডে স্পেনক৷ ছাহাৰা তেওঁতকৈ প্ৰায় ৪৬ বছৰ সৰু৷ ছাহাৰা যেতিয়া অন্তঃসত্বা হ’ব তেতিয়াহে দুয়োৱে সামাজিক বিবাহ কৰাব বুলি প্ৰতিশ্ৰুতি দিয়ে বেঞ্জামিনে৷ কথামতেই সকলোবোৰ আগবাঢ়িল৷ বেঞ্জামিনৰ সন্তানো ছাহাৰাৰ গৰ্ভলৈ আহিল৷ কিন্তু গৰ্ভাৱস্থাত কৰা পৰীক্ষাত গম পোৱা যায় যে তেওঁৰ সন্তানটো লৰা নহয় ছোৱালীয়ে৷ শেষত সেই বিবাহো ভাঙি দিয়ে বেঞ্জামিনে৷

নিজৰ উত্তৰসূয়ী বিচাৰি হাবাথুৰি খোৱা বেঞ্জামিনে পুত্ৰসন্তানৰ বাবে এতিয়া কোনোএগৰাকী প্ৰজননক্ষম মহিলাৰ সন্ধান কৰিছে৷ কিন্তু ছাহাৰাৰ সৈতে ঘটা ঘটনাৰ পাছতেই দুৰ্ভাগ্যৰ ছায়া নামি আহিছে বেঞ্জামিনৰ জীৱনত৷ ভৱিষ্যৎ অনিশ্চিত হৈ পৰাৰ পাছতেই তেওঁৰ বিশাল সম্পত্তিক লৈ চিন্তাতো পৰিছে৷ শুনা গৈছে এখন ডাঙৰ হোটেলে তেওঁৰ সম্পত্তি অধিগ্ৰহণ কৰিব খুজিছে বুলিও খবৰ ভাইৰেল হৈ পৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?
জীৱনশৈলী

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

August 20, 2026
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

August 20, 2026
বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?
জীৱনশৈলী

বুধ গোচাৰ, জানক কোন ৰাশিৰ লোকৰ হ’ব লাভ, কোনে হ’ব লাগিব সাৱধান?

August 19, 2026
Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!
বাণিজ্য

Surf Excel আৰু Vimত ক্ষতিকাৰক ৰাসায়নিক উপাদান!

August 19, 2026
Next Post
কৰ্কট ৰোধ সম্ভৱ! যুগান্তকাৰী কৰ্কটৰ ভেকছিনৰ ট্ৰায়েল আৰম্ভ ৰাছিয়াত, ৰাছিয়াত ফ্ৰি এই ভেকচিনৰ দাম ভাৰতত কিমান হ’ব?

কৰ্কট ৰোধ সম্ভৱ! যুগান্তকাৰী কৰ্কটৰ ভেকছিনৰ ট্ৰায়েল আৰম্ভ ৰাছিয়াত, ৰাছিয়াত ফ্ৰি এই ভেকচিনৰ দাম ভাৰতত কিমান হ’ব?

আধাৰক নথি হিচাপে মান্যতা দিলেও ই নাগৰিকত্বৰ প্ৰমাণ নহয়ঃ উচ্চতম ন্যায়ালয়

আধাৰক নথি হিচাপে মান্যতা দিলেও ই নাগৰিকত্বৰ প্ৰমাণ নহয়ঃ উচ্চতম ন্যায়ালয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.