• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃদ্ধি যোগৰ সৈতে ধ্ৰুৱ যোগ, গণপতিৰ কৃপা পাব এই ৫ৰাশিয়ে

বৃদ্ধি যোগৰ সৈতে ধ্ৰুৱ যোগ, গণপতিৰ কৃপা পাব এই ৫ৰাশিয়ে

7 months ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

15 minutes ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

47 minutes ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

1 hour ago
১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

2 hours ago
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

2 hours ago
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

3 hours ago
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

4 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

5 hours ago
কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

কেৱল ৰঙেই নহয়, জেতুকাৰ আছে বহু উপকাৰী গুণ, জানি হ’ব আচৰিত!

5 hours ago
নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

নিশা এইদৰে খাওক মাখানা, দেখিব আচৰিত প্ৰভাৱ!

6 hours ago
পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

পুৰুষসকল সাৱধান! ৩০ বছৰৰ পিছত বাঢ়ে এই ৰোগসমূহৰ সম্ভাৱনা

6 hours ago
প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

প্ৰস্ৰাৱৰ অস্বাভাৱিক গোন্ধ? এয়া কি ৰোগৰ লক্ষণ জানক

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৃদ্ধি যোগৰ সৈতে ধ্ৰুৱ যোগ, গণপতিৰ কৃপা পাব এই ৫ৰাশিয়ে

বৃদ্ধি যোগৰ সৈতে ধ্ৰুৱ যোগ, গণপতিৰ কৃপা পাব এই ৫ৰাশিয়ে

editor by editor
September 9, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
বৃদ্ধি যোগৰ সৈতে ধ্ৰুৱ যোগ, গণপতিৰ কৃপা পাব এই ৫ৰাশিয়ে
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১০ ছেপ্টেম্বৰ ২০২৫ বুধবাৰে চন্দ্ৰই মীন ৰাশি এৰি মেষ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ ভাদৰ কৃষ্ণা তৃতীয়া তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব বৃদ্ধি যোগ আৰু ধ্ৰুৱ যোগৰ প্রভাৱ৷ কাইলৈ থাকিব ৰেৱতী নক্ষত্ৰ আৰু অশ্বিনী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত বুধবাৰ হৈছে সিদ্ধিদাতাৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

বৃষ ৰাশি

কাইলৈ ১০ ছেপ্টেম্বৰ ধ্ৰুৱ যোগত শুভ দিন আৰম্ভ হব বৃষ ৰাশিৰ জাতকৰ৷ কাইলৈ আপুনি সকলো কামতেই পজিটিভ ফলাফল পাব৷ ৰৈ থকা ধন লাভ কৰিব৷ কাইলৈ কোনো আত্মীয়ৰ পৰা ভাল খবৰ লাভ কৰিব৷ এই সুখবৰ শুনাৰ বাবে আপুনি দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিল৷ ব্যৱসায়ীয়েও আৰ্থিকভাৱে লাভৱান হব৷

মিথুন ৰাশি

কৃষ্ণা তৃতীয়াত কাইলৈ মানসিক শান্তি পাব মিথুন ৰাশিৰ জাতকে৷ কোনো সমস্যা আপোনাৰ সন্মুখলৈ আহিলেও উত্তেজিত নহৈ ধৈৰ্য্য ধৰি তাৰ সমাধান কৰক৷ কাইলৈ কোনো নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে৷ যি সম্পত্তি বহু দিন ধৰি বিক্ৰি কৰি দিয়াৰ চেষ্টা কৰিছিল সেই কামতো কাইলৈ সফল হব৷ প্ৰেম জীৱন ভালেই যাব৷

সিংহ ৰাশি

কাইলৈৰ দিনটো নানান দিশৰ পৰা শুভ হব সিংহ ৰাশিৰ জাতকৰ বাবে৷ গণপতিৰ কৃপাত কাইলৈ সকলো কামতে উন্নতি কৰিব পাৰিব৷ ৰৈ থকা কাম সম্পূৰ্ণ হব৷ বন্ধ হৈ যোৱা ব্যৱসায়িক প্ৰকল্প নতুনকৈ আৰম্ভ কৰিব পাৰে৷ পিতৃ মাতৃক লৈ তীৰ্থযাত্ৰালৈ যাব পাৰে৷ বিলাসিতাৰ কোনো সামগ্ৰী ক্ৰয়ো কৰিব পাৰে৷

তুলা ৰাশি

কাইলৈ সকলো দিশৰ পৰা সুখৰ দিন চলিব তুলা ৰাশিৰ জাতকৰ৷ কাইলৈ বৃদ্ধি যোগৰ প্ৰভাৱত আয় বাঢ়িব৷ ইয়াৰ ফলত কিছু ধন সঞ্চয় কৰিব পাৰিব৷ যি ব্যৱসায় বহু দিন ধৰি আৰম্ভ কৰাৰ কথা ভাৱিছিল সেয়া আৰম্ভ কৰাৰ বাবে কাইলৈ উপযুক্ত সময়৷ ভায়েক ভনীয়েকৰ মাজত সম্পৰ্ক উন্নীত হব৷ সকলো কামতেই তেওঁলোকক কাষত পাব৷

মকৰ ৰাশি

কাইলৈ গণপতিৰ কৃপা বৰ্তি থাকিব মকৰ ৰাশিৰ জাতকৰ ওপৰত৷ নিজৰ কামত কোনো নতুন পদ্ধতিৰ ব্যৱহাৰ কৰিব পাৰে৷ আপোনাৰ কামৰ খ্যাতি বিয়পি পৰিব৷ পৰিয়ালত সুখ আৰু শান্তিৰ পৰিবেশ থাকিব৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল সময় কটাব৷ বিদেশত বসবাসকাৰী আত্মীয়ৰ পৰা সুখবৰ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?
জীৱনশৈলী

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

April 13, 2026
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?
জীৱনশৈলী

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

April 13, 2026
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?
জীৱনশৈলী

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

April 13, 2026
১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি
জীৱনশৈলী

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

April 13, 2026
Next Post
ভাগ্য উজ্বলি উঠিব! ১৫ তাৰিখৰ পৰা ৬ৰাশিৰ কঁপালত লেখা আছে সোণালী ভৱিষ্যত, আপুনি আছেনে তালিকাত?

ভাগ্য উজ্বলি উঠিব! ১৫ তাৰিখৰ পৰা ৬ৰাশিৰ কঁপালত লেখা আছে সোণালী ভৱিষ্যত, আপুনি আছেনে তালিকাত?

প্ৰতীক্ষাৰ অৱসান!  iphone 17 চিৰিজৰ একাধিক মডেল প্ৰকাশ কৰিলে এপল ইভেণ্টত, ভাৰতত কিমান হ’ব দাম?

প্ৰতীক্ষাৰ অৱসান! iphone 17 চিৰিজৰ একাধিক মডেল প্ৰকাশ কৰিলে এপল ইভেণ্টত, ভাৰতত কিমান হ’ব দাম?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.