• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাহিলী ৪০০০ টকা বিনিয়োগ কৰিলেই পাব ৮০ লাখ টকা, কেনেকৈ সম্ভৱ, পঢ়ক সবিশেষ

মাহিলী ৪০০০ টকা বিনিয়োগ কৰিলেই পাব ৮০ লাখ টকা, কেনেকৈ সম্ভৱ, পঢ়ক সবিশেষ

11 months ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

26 minutes ago
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

1 hour ago
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

1 hour ago
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

2 hours ago
আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

আপোনাৰ নামত একাধিক চিম কাৰ্ড আছে নেকি? তেন্তে আজিয়েই সাৱধান!

3 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

২২ আগষ্ট ২০২৬ৰ দিনটো কেনে যাব আপোনাৰ? জানক শুভ ৰং, শুভ সংখ্যা

4 hours ago
খোৱাৰ সময়ত এই ভুলবোৰ কেতিয়াও নকৰিব

ভুলতো মাহেকীয়াত নাখাব এইবোৰ বস্তু, বাঢ়িব পেটৰ বিষ!

5 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

কাইলৈৰ পৰা বুধে সলাব গতি, সলনি হ’ব ৬ ৰাশিৰ ভাগ্য!

5 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰিলে নকৰিব ভুল, হ’ব স্বাস্থ্যৰ ক্ষতি !

মাহেকীয়া পলম হোৱাৰ সমস্যা, সহজে নল’ব এইবোৰ লক্ষণ!

6 hours ago
ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

7 hours ago
পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

8 hours ago
শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাহিলী ৪০০০ টকা বিনিয়োগ কৰিলেই পাব ৮০ লাখ টকা, কেনেকৈ সম্ভৱ, পঢ়ক সবিশেষ

মাহিলী ৪০০০ টকা বিনিয়োগ কৰিলেই পাব ৮০ লাখ টকা, কেনেকৈ সম্ভৱ, পঢ়ক সবিশেষ

editor by editor
September 11, 2025
in জীৱনশৈলী, বাণিজ্য, ভাৰত
0
মাহিলী ৪০০০ টকা বিনিয়োগ কৰিলেই পাব ৮০ লাখ টকা, কেনেকৈ সম্ভৱ, পঢ়ক সবিশেষ
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোণ সকলো সময়তে এক নিৰ্ভৰযোগ্য বিনিয়োগ বিকল্প হিচাপে বিবেচিত৷ বিশেষকৈ অৰ্থনৈতিক অনিশ্চয়তাৰ সময়ত সোণত বিনিয়োগ খুবেই লাভজনক৷ ২০২৫ চনত SBIয়ে গল্ড SIPৰ সুবিধা দিছে৷ এই মিউচুৱেল ফাণ্ডে আপোনাক সোণত বিনিয়োগ কৰাৰ এক সহজ আৰু শৃংখলাবদ্ধ উপায় দিছে যি দীৰ্ঘম্যাদত আপোনাৰ সম্পদ বঢ়োৱাত সহায় কৰিব৷ মাত্ৰ মাহিলী ৪০০০ বিনিয়োগ কৰিলেই আপুনি ৮০ লাখ টকাৰ এক ডাঙৰ সঞ্চয় গঢ়ি তুলিব পাৰিব৷

SBI গল্ড SIP হৈছে এনে এক বিনিয়োগ ব্যৱস্থা য’ত আপুনি প্ৰতিমাহে এক নিৰ্দিষ্ট পৰিমাণৰ অৰ্থ বিনিয়োগ কৰিব পাৰে এছ বি আইৰ গল্ড এক্সচেঞ্জ ট্ৰেডেড ফাণ্ড অথৱা গোল্ড মিউচুৱেল ফাণ্ডত৷ আপোনাৰ অৰ্থ দি ডিমেট ফৰ্মত সোণ ক্ৰয় কৰা হয় যি সময়ৰ লগে লগে সোণৰ দাম বৃদ্ধিৰ ফলত মূল্যবান হৈ উঠে৷

প্ৰকৃততে সোণৰ দৰে ইয়াত সংৰক্ষণ, বিশুদ্ধতা বা নিৰাপত্তাক লৈ কোনো দুশ্চিন্তা নাই৷ ইয়াৰ সৈতে আপুনি বজাৰত সংশ্লিষ্ট ৰিটাৰ্ণো পায়, যি দীৰ্ঘ সময়ত প্ৰায়েই ফিজিকেল সোণৰ তুলনাত বেছিকৈ আয় দিয়ে৷

এছ আই পিৰ সকলোতকৈ ডাঙৰ শক্তি হৈছে চক্ৰবৃদ্ধি৷ যদি আপুনি প্ৰতিমাহে ৪০০০ টকাকৈ ২০-২৫ বছৰ বিনিয়োগ কৰে আৰু গড়ে বাৰ্ষিক ১০-১২ শতাংশ ৰিটাৰ্ণো পায় তেতিয়া আপোনাৰ মুঠ বিনিয়োগ প্ৰায় ৮০ লাখ টকা হব পাৰে৷ ই দীৰ্ঘম্যাদি লক্ষ্যৰ বাবে এক অসাধাৰণ বিকল্প৷ যেনে অৱসৰকালীন সঞ্চয়, সন্তানৰ উচ্চশিক্ষাৰ খৰচ, অথৱা সাধাৰণ সম্পদ সঞ্চয়৷

SBI গল্ড মিউচুৱেল ফাণ্ড পেছাদাৰ ফাণ্ড মেনেজাৰসকলৰ দ্বাৰা পৰিচালিত হয়৷ ইয়াৰ ফলত আপুনি পায় স্বচ্ছতা৷ বিচাৰিলে আপুনি সহজেই আপোনাৰ এছ আই পি আৰম্ভ, বন্ধ বা কিছুদিনৰ বাবে বিৰতিও দিব পাৰে৷ ইয়াৰোপৰি সোণে মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে এক প্ৰাকৃতিক ঢাল হিচাপেও কাম কৰে, যিয়ে আপোনাৰ টকাৰ ক্ৰয়ক্ষমতা বজায় ৰখাত সহায় কৰে৷

সোণৰ বিনিয়োগৰ আৰু এক গুৰুত্বপূৰ্ণ সুবিধা হৈছে বৈচিত্ৰ৷ প্ৰায়েই দেখা যায় শ্বেয়াৰ বজাৰ যেতিয়া পৰিবলৈ ধৰে তেতিয়াও কিন্তু সোণৰ দাম বাঢ়িয়েই থাকে৷ অৰ্থাৎ সোণৰ এছ আই পিয়ে আপোনাৰ বিনিয়োগ পৰ্টফলিঅক ভাৰসাম্য ধৰি ৰখাত সহায় কৰে আৰু বজাৰৰ মন্দাৰ সময়ত আপোনাৰ সম্পদক সুৰক্ষিত ৰাখে৷

যিসকলে নিৰাপদ অথচ বৃদ্ধিভিত্তিক বিনিয়োগ কৰিব খুজিছে তেওঁলোকৰ বাবে ২০২৫ চনত এছ বি আই গোল্ড এছ আই পি মিউচুৱেল ফাণ্ড এক চমৎকাৰ পছন্দ৷ মাত্ৰ মাহত ৪০০০ বিনিয়োগ কৰি আপুনি দীৰ্ঘম্যাদি ৮০ লাখ টকাৰ লক্ষ্য স্থিৰ কৰিব পাৰে৷ ইয়াৰ আঁৰত কাম কৰে সোণৰ দামৰ ধাৰাবাহিক বৃদ্ধি আৰু চক্ৰবৃদ্ধিৰ যৌথ শক্তিয়ে৷ অৰ্থনৈতিক অনিশ্চয়তাৰ সময়ত স্থিতিশীলতা বিচাৰি পাবলৈ আৰু ভৱিষ্যতে ডাঙৰ লক্ষ্য পূৰণত এছ বি আই গোল্ড এছ আই পি হব পাৰে আপোনাৰ সকলোতকৈ কাৰ্যকৰ সংগী৷ যেতিয়াই বিনিয়োগ কৰিব তেতিয়া তাৰ সমস্ত তথ্য পূৰ্বে ভালদৰে বুজি লব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক
বাণিজ্য

সোণে দেখুৱাইছে যাদু, এমাহত ইমান পৰিৱৰ্তন হোৱাৰ কাৰণ কি?

August 21, 2026
SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!
বাণিজ্য

SBI ৰ নিয়ম সলনি, ১ অক্টোবৰৰ পৰা বৃদ্ধি পাব এই চাৰ্জ!

August 21, 2026
PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?
বাণিজ্য

PNB: ১৩ ছেপ্টেম্বৰ পৰা বন্ধ হ’ব সকলো একাউন্ট, কিন্তু কিয়?

August 21, 2026
কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক
জীৱনশৈলী

কম বয়সতে গাঁঠিৰ বিষ? ইয়াৰ আঁৰৰ কাৰণ জানক

August 21, 2026
Next Post
ভাৰতৰ পৰা নেপাল যাবলৈ নালাগে কোনো ভিছা, পাছপৰ্ট কিয় নালাগে? নেপালে কিয় অন্য দেশৰ সৈতে যুদ্ধ কৰিবলৈকো ভাৰতৰ অনুমতি ল’ব লাগে?

ভাৰতৰ পৰা নেপাল যাবলৈ নালাগে কোনো ভিছা, পাছপৰ্ট কিয় নালাগে? নেপালে কিয় অন্য দেশৰ সৈতে যুদ্ধ কৰিবলৈকো ভাৰতৰ অনুমতি ল’ব লাগে?

১৫০০ পৰিয়ালৰ মূৰৰ ওপৰত এখন ছাদ, এমুঠি অন্নকে ধৰি সকলো দায়িত্ব ল’লে কিং খানে, নিঃশব্দেই মানৱসেৱা বাদশ্বাহ শ্বাহৰুখৰ

১৫০০ পৰিয়ালৰ মূৰৰ ওপৰত এখন ছাদ, এমুঠি অন্নকে ধৰি সকলো দায়িত্ব ল’লে কিং খানে, নিঃশব্দেই মানৱসেৱা বাদশ্বাহ শ্বাহৰুখৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.