• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একেলগে অৱস্থান সলনি কৰিছে ২ গ্ৰহই, ৩ ৰাশিৰ সম্পদ বৃদ্ধি, ১৫ ছেপ্টেম্বৰৰ পৰা কোনেও ৰখাব নোৱাৰে উন্নতি

একেলগে অৱস্থান সলনি কৰিছে ২ গ্ৰহই, ৩ ৰাশিৰ সম্পদ বৃদ্ধি, ১৫ ছেপ্টেম্বৰৰ পৰা কোনেও ৰখাব নোৱাৰে উন্নতি

12 months ago
বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

24 minutes ago
কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

কেৰিয়াৰত কেতিয়াও কৰিব নোৱাৰা কাম কৰিলে চাইনামেনে

2 hours ago
iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

iPhone18 মুকলিৰ পিছতে Appleক কটাক্ষ SAMSUNGৰ

2 hours ago
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

3 hours ago
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

3 hours ago
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

4 hours ago
আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

আহি আছে বুধৰ গোচাৰ, এই ৪ ৰাশিৰ লোকৰ ‘ৰাজযোগ’ হ’ব আৰম্ভ

4 hours ago
বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

বিৱাহ মানে স্বাধীনতাৰ অন্ত নেকি? পত্নীৰ সন্মতি অবিহনে শাৰীৰিক সম্পৰ্ক ধ*ৰ্ষণৰ সমতুল্য নেকি?

5 hours ago
ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

ছচিয়েল মিডিয়া ইনফ্লুৱেন্সাৰক ধ*ৰ্ষণ SSBৰ ASIৰ!

5 hours ago
আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

আৰ্চাৰীত বিশ্ব চেম্পিয়ন ভাৰতৰ ১৯ বছৰীয়া শীতলৰ

6 hours ago
AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

AIৰ বাবে বিপদত মানৱ জাতিৰ ভৱিষ্যৎ!

6 hours ago
ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

ভাৰতৰ MasterStroke! ডলাৰৰ বিপৰীতে টকাত হ’ব বাণিজ্য!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

একেলগে অৱস্থান সলনি কৰিছে ২ গ্ৰহই, ৩ ৰাশিৰ সম্পদ বৃদ্ধি, ১৫ ছেপ্টেম্বৰৰ পৰা কোনেও ৰখাব নোৱাৰে উন্নতি

একেলগে অৱস্থান সলনি কৰিছে ২ গ্ৰহই, ৩ ৰাশিৰ সম্পদ বৃদ্ধি, ১৫ ছেপ্টেম্বৰৰ পৰা কোনেও ৰখাব নোৱাৰে উন্নতি

editor by editor
September 15, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
একেলগে অৱস্থান সলনি কৰিছে ২ গ্ৰহই, ৩ ৰাশিৰ সম্পদ বৃদ্ধি, ১৫ ছেপ্টেম্বৰৰ পৰা কোনেও ৰখাব নোৱাৰে উন্নতি
0
SHARES
4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি, প্ৰায় প্ৰতিমাহত একাধিক গ্ৰহই ৰাশিচক্ৰ পৰিবৰ্তন কৰে, যিয়ে মানুহৰ জীৱনক প্ৰভাৱিত কৰে৷ জ্যোতিষশাস্ত্ৰ অনুসৰি আজি অৰ্থাৎ ১৫ ছেপ্টেম্বৰৰ দিনটো খুবেই বিশেষ৷ আজি দুটাকৈ বৃহৎ গ্ৰহই একেলগে গতিপথ সলনি কৰিব৷ গ্ৰহৰ ৰাজপুত্ৰ বুধে আজি নিজস্ব ৰাশি কন্যা ৰাশিত প্ৰৱেশ কৰিব৷ বুধক বুদ্ধি, বাক, যুক্তি, শিক্ষা আৰু ব্যৱসায়ক কাৰক হিচাপে বিবেচনা কৰা হয়৷

ইয়াৰোপৰি বস্তুগত আৰাম, বৈবাহিক জীৱন, প্ৰেম, শিল্প, সৌন্দৰ্য আৰু জাকজমকতাৰ কাৰক হিচাপে বিবেচিত শুক্ৰই আজি তাৰ ৰাশি পৰিবৰ্তন কৰিব৷ শুক্ৰই কৰ্কট ৰাশি এৰি সিংহ ৰাশিত প্ৰৱেশ কৰিব৷ সিংহ ৰাশি এটা অগ্নিময় ৰাশি আৰু ইয়াত শুক্ৰৰ প্ৰৱেশে জীৱনলৈ নতুন দীপ্তি আৰু আত্মবিশ্বাস কঢ়িয়াই আনিব৷ এই দুই ৰাশিৰ ৰাশিচক্ৰ পৰিবৰ্তন কিছু ৰাশিৰ বাবে অশুভ৷ আকৌ কিছু ৰাশিৰ জাতকৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব৷ জানি থওক কোন কোন ৰাশিৰ জাতক এই দুটা গ্ৰহৰ ৰাশি পৰিবৰ্তনৰ ফলত উপকৃত হ’ব৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে এই দিনটো খুবেই শুভ হব৷ কৰ্মক্ষেত্ৰত নতুন শক্তি আহিব৷ এই সময়ত শিক্ষাৰ্থীসকলৰ পঢ়াশুনাত একাগ্ৰতা বৃদ্ধি পাব৷ আপোনাৰ সম্পৰ্কত মাধুৰ্য থাকিব৷ বিবাহিত জীৱনত প্ৰেম বৃদ্ধি পাব৷ এই সময়ত শিল্প আৰু সৃজনশীল ক্ষেত্ৰৰ সৈতে যুক্ত ব্যক্তিৰ বাবে সুযোগৰ ঝৰ্ণা হৈ আহিব৷ ব্যৱসায়ত প্ৰচুৰ লাভ হব পাৰে৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো খুবেই ফলপ্ৰসূ হব৷ নতুন যোগাযোগ তৈয়াৰ কৰিব৷ এই সময়ত ব্যৱসায়ী আৰু কৰ্মজীৱী পেছাদাৰসকললৈ নতুন কিছু সুযোগ আহিব পাৰে৷ আপুনি আপোনাৰ কৰ্মজীৱনৰ উচ্চতালৈ গতি কৰিব৷ আপুনি কোনো উচ্চপদ অৰ্জন কৰিব৷ সন্মান বৃদ্ধিৰ সম্ভাৱনা৷ ঘৰ আৰু পৰিয়ালত শান্তি আৰু সুখৰ পৰিবেশ থাকিব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে এই ৰাশি পৰিবৰ্তনে জীৱনলৈ ইতিবাচকতা আনিব পাৰে৷ কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম ফলপ্ৰসূ হব৷ চিনিয়ৰে আপোনাৰ কামত মুগ্ধ হব৷ আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হব৷ বিনিয়োগৰ পৰা লাভ পোৱাৰো সম্ভাৱনা আছে৷ প্ৰেমৰ সম্পৰ্ক আৰু গভীৰ হব আৰু বিবাহিত জীৱন সুখকৰ হৈ উঠিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন
অসম

বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ ন ন তথ্য উদঘাটন

September 10, 2026
ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ
ভাৰত

ভাড়া ঘৰত থকাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ

September 10, 2026
ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?
জীৱনশৈলী

ঘৰৰ দুৱাৰ, বাহনত কিয় ওলোমাই ৰখা হয় নেমু-জলকীয়া?

September 10, 2026
জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু
ভাৰত

জন্মদিনৰ পাৰ্টিৰ বাবে টনা বিদ্যুতৰ তাঁৰত লাগি মহিলাৰ মৃ*ত্যু

September 10, 2026
Next Post
মঙলবাৰে হনুমানৰ কৃপা পাব এই ৫ৰাশিৰ জাতক জাতিকাই, কোন কোন ৰাশিৰ অৰ্থলাভৰ সম্ভাৱনা আছে?

মঙলবাৰে হনুমানৰ কৃপা পাব এই ৫ৰাশিৰ জাতক জাতিকাই, কোন কোন ৰাশিৰ অৰ্থলাভৰ সম্ভাৱনা আছে?

বিশ্বকৰ্মা পূজা ২০২৫ৰ পৰা কঁপাল খুলিব বহু ৰাশিৰ, কোন কোন ৰাশিৰ জাতকৰ খুলিব ভাগ্য?

বিশ্বকৰ্মা পূজা ২০২৫ৰ পৰা কঁপাল খুলিব বহু ৰাশিৰ, কোন কোন ৰাশিৰ জাতকৰ খুলিব ভাগ্য?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.