• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মঙলবাৰে হনুমানৰ কৃপা পাব এই ৫ৰাশিৰ জাতক জাতিকাই, কোন কোন ৰাশিৰ অৰ্থলাভৰ সম্ভাৱনা আছে?

মঙলবাৰে হনুমানৰ কৃপা পাব এই ৫ৰাশিৰ জাতক জাতিকাই, কোন কোন ৰাশিৰ অৰ্থলাভৰ সম্ভাৱনা আছে?

8 months ago
অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

41 minutes ago
NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

NPS-ত প্ৰতিমাহে ৫০০০ টকা ৰাখিলে কিমান টকা পেঞ্চন পাব?

1 hour ago
১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

১৪ মে’ত মিথুন ৰাশিত শুক্ৰ, প্ৰেম-ভোগবিলাস বাঢ়িব এই ৫ৰাশিৰ, বিপদত পৰিব কোন ২ৰাশি?

1 hour ago
মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

2 hours ago
৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

3 hours ago
২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

২০দিন ধৰি কৃত্তিকা নক্ষত্ৰত খেলা দেখুৱাব মঙ্গলে, সাহসৰ গ্ৰহৰ প্ৰভাৱত ভাগ্য খুলিব কাৰ কাৰ?

3 hours ago
দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

3 hours ago
খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

খাদ্য গ্ৰহণৰ পূৰ্বে আৰু পাছত ছুগাৰ টেষ্ট কৰে? ভুল সময়ত পৰীক্ষা কৰিলে বিপদ আপোনাৰেই

18 hours ago
শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

শুক্ৰ আৰু বৃহস্পতিৰ সংযোগত ৰাজযোগ, গুৰুবাৰে ধনলক্ষ্মীৰ কৃপা থাকিব এই ৫ৰাশিত

18 hours ago
কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

কূটনীতিত অপৰাজেয়, এই ৩ মূল্যাংকৰ জাতকক চিনি থলে লাভ আপোনাৰেই

19 hours ago
প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

প্ৰতিমাহে ১০,০০০ টকা সুদ পাবলৈ হ’লে কিমান টকাৰ FD কৰিব লাগিব?

20 hours ago
২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

২৫ মে পৰ্যন্ত থাকিব কালসৰ্প যোগ,ভয় নাই, এই সময়ৰ ভিতৰত প্ৰচুৰ অৰ্থলাভ হ’ব ৫ৰাশিৰ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

মঙলবাৰে হনুমানৰ কৃপা পাব এই ৫ৰাশিৰ জাতক জাতিকাই, কোন কোন ৰাশিৰ অৰ্থলাভৰ সম্ভাৱনা আছে?

মঙলবাৰে হনুমানৰ কৃপা পাব এই ৫ৰাশিৰ জাতক জাতিকাই, কোন কোন ৰাশিৰ অৰ্থলাভৰ সম্ভাৱনা আছে?

editor by editor
September 15, 2025
in বিবিধ
0
মঙলবাৰে হনুমানৰ কৃপা পাব এই ৫ৰাশিৰ জাতক জাতিকাই, কোন কোন ৰাশিৰ অৰ্থলাভৰ সম্ভাৱনা আছে?
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৬ ছেপ্টেম্বৰ মঙলবাৰে মঙলে কন্যা ৰাশিলৈ গমন কৰিব৷ দিনটোৰ অধিপতি হৈছে হনুমান৷ মিথুন ৰাশিৰ পাছতেই চন্দ্ৰই কৰ্কট ৰাশিত গমন কৰিব৷ এই পৰিস্থিতিত গজকেশৰী যোগৰ শুভ সংযোগো থাকিব৷ বুধে তাৰ নিজস্ব ৰাশি কন্যালৈ গমন কৰিব আৰু সূৰ্যই বুধৰ পৰা দ্বাদশ ঘৰত থকাৰ কাৰণে বিশেষ যোগ তৈয়াৰ হব৷ ইয়াৰ সৈতে শুক্ৰাদিত্য যোগৰ শুভ সংযোগো তৈয়াৰ হব৷ পুনৰ্বাসু নক্ষত্ৰৰ সংযোগত বৰিয়ান যোগ আৰু সুনফা যোগ তৈয়াৰ হব৷ ইয়াৰ সৈতে আশ্বিন সংক্ৰান্তিয় সংযোগো আছে৷ এই পৰিস্থিতিত হনুমানৰ আশীৰ্বাদ আৰু গজকেশৰী যোগৰ প্ৰভাৱত মেষ, সিংহ, কন্যা, মকৰ আৰু কুম্ভ ৰাশিৰ জাতকৰ বাবে দিনটো বিশেষ ভাগ্যবান হব৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতকে বহু ক্ষেত্ৰতেই ভাগ্যবান হব৷ আপোনাৰ ৰাশিৰ অধিপতি মঙলৰ আশীৰ্বাদত আপোনাৰ কৰ্ম চলি থাকিব৷ আপোনাৰ অমীমাংসিত আৰু দীৰ্ঘস্থায়ী কামসমূহ সম্পন্ন হব৷ আপোনাৰ কৰ্মক্ষেত্ৰৰ প্ৰভাৱ আৰু সন্মান বৃদ্ধি পাব৷ আপুনি বিদ্যুৎ ভিত্তিক কিছু সৰঞ্জাম পাব পাৰে৷ আপুনি কোনো উৎসৰ পৰা আৰ্থিক সুবিধা পাব যি আপুনি আশাও কৰা নাছিল৷ আপুনি কোনো লাভজনক ডিল কৰি সুখী হব৷ আপুনি চৰকাৰী কামতো সাফল্য পাব৷ কৰ্মকৰ্তাসকলৰ পৰাও সহায় পাব৷ দীৰ্ঘম্যাদি পৰিকল্পনাত অৰ্থ বিনিয়োগ কৰি আপুনি লাভ অৰ্জন কৰিব পাৰে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ বাবে সুখ আৰু লাভৰ দিন৷ আপোনাৰ ৰাশিৰ ওপৰত গঠিত শুক্ৰাদিত্য যোগে আপোনাক আয়ৰ ওপৰিও আৰাম দিব৷ যিসকলে বৈদ্যুতিক সৰঞ্জামক লৈ কাম কৰি আছে তেওঁলোকৰ আয় বৃদ্ধি পাব৷ কৰোবাৰ পৰা হঠাৎ লাভৰ সম্ভাৱনা থাকিব৷ আপোনাৰ পাৰিবাৰিক জীৱন আনন্দময় হৈ উঠিব আৰু আপুৰি পৈতৃক সম্পদৰ সুবিধাও পাব৷ প্ৰেম জীৱনৰ দিশৰ পৰা আপোনাৰ দিনটো শুভ হব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকৰ বাবে সৃজনশীল কামৰ মাধ্যমেৰে লাভৰ দিন হব৷ আপুনি কিছু নতুন পৰিকল্পনা কৰিব পাৰে৷ আপোনাৰ আৰ্থিক পৰিকল্পনা ফলপ্ৰসূ হব৷ অতীতত কৰা বিনিয়োগৰ পৰা সুবিধাও পাব৷ আপুনি যদি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব খুজিছে তেন্তে তাতো আপুনি সাফল্য লাভ কৰিব৷ চাকৰিত সহকৰ্মী আৰু বন্ধুৰ পৰা সহায়তা পাব৷ কন্যা ৰাশিৰ শিক্ষাৰ্থীসকলে শিক্ষাক্ষেত্ৰত ভাল ফল দেখুৱাব৷ আপুনি যদি কোনো কৰ্চত ভৰ্তিৰ বাবে পৰিকল্পনা কৰিছে তেন্তে আপুনি সাফল্য পাব৷ আপুনি প্ৰযুক্তিগত কামত সাফল্য পাব৷ কৰ্মকৰ্তাসকলৰ পৰা আপুনি উৎসাহ পাব৷

মকৰ ৰাশি

মকৰ ৰাশিৰ জাতকৰ চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতিৰ দিন৷ কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা আপুনি সহায় পাব৷ আপুনি যদি নতুন কাম আৰম্ভ কৰিব খুজিছে তেন্তে আপুনি সাফল্য পাব৷ প্ৰপাৰ্টিৰ কামত নিযুক্ত ব্যক্তিয়ে ভাল ডিল পাব পাৰে৷  বাহনৰ আনন্দ লাভৰ সম্ভাৱনা আছে৷ আপোনাৰ শত্ৰুৱে আপোনাৰ অগ্ৰগতিত ঈৰ্ষান্বিত হব কিন্তু আপোনাৰ ক্ষতি কৰিব নোৱাৰিব৷ যদি বেংক সম্পৰ্কিত কোনো কাম থাকে তাত প্ৰচেষ্টা কৰা উচিত৷ আপোনাৰ পাৰিবাৰিক জীৱনত ভালপোৱা আৰু সম্প্ৰীতি থাকিব৷ আপুনি আপোনাৰ পছন্দৰ খাদ্য গ্ৰহণ কৰিব পাৰে৷

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ জাতক জাতিকাই এনে কিছু ক্ষেত্ৰত সাফল্য পাব যি তেওঁ আশাও কৰা নাই৷ মনলৈ ধাৰণা আহিব যে ঐশ্বৰিক কৃপা বৰ্ষিত হৈছে৷ আপুনি আৰ্থিক সুবিধাও পাব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা যিকোনো কাম সম্পন্ন হব পাৰে৷ চাকৰি বিচাৰি থকা লোকে ডাঙৰ সুযোগ পাব পাৰে৷ আপুনি ব্যৱসায় সম্প্ৰসাৰণ কৰিলে সাফল্য পাব৷ কিছু বিভ্ৰান্তি দূৰ হোৱাৰ পাছত আপুনি স্বস্তিৰ নিশ্বাস পেলাব৷ কৰ্মক্ষেত্ৰত ছিনিয়ৰ ব্যক্তিৰ সহায় আৰু নিৰ্দেশত আপুনি উপকৃত হব৷ চাকৰিত আপোনাৰ প্ৰভাৱ আৰু সন্মান বৃদ্ধি পাব৷ অসুস্থ ব্যক্তিৰ স্বাস্থ্যৰ উন্নতি হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?
জীৱনশৈলী

অভিনেতাৰ পৰা মুখ্যমন্ত্ৰী, থালাপতি বিজয়ৰ ৬২৮ কোটিৰ সম্পত্তিৰ তালিকাত কি কি আছে?

May 14, 2026
মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব
জীৱনশৈলী

মে মাহতেই বকৰি ঈদ, জানি থওক বকৰি ঈদৰ দিনক্ষণ আৰু এই ঈদৰ গুৰুত্ব

May 14, 2026
৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?
জীৱনশৈলী

৯লাখ বিনিয়োগ কৰি প্ৰতিমাহে পাব ৫৫০০ টকা! জানি থওক কিমানদিনৰ বাবে বিনিয়োগ কৰিব?

May 14, 2026
দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?
জীৱনশৈলী

দেশৰ ৰাজধানীতেই সুৰক্ষা নাই দেশৰ নাৰীৰ! দিল্লীৰ বাছৰ ভিতৰত গণধ**ৰ্ষণ, চালক আৰু কণ্ডাক্টৰক গ্ৰেপ্তাৰ, বাছৰ ভিতৰত কেনেকৈ কৰিলে এই ভয়ংকৰ কাণ্ড?

May 14, 2026
Next Post
বিশ্বকৰ্মা পূজা ২০২৫ৰ পৰা কঁপাল খুলিব বহু ৰাশিৰ, কোন কোন ৰাশিৰ জাতকৰ খুলিব ভাগ্য?

বিশ্বকৰ্মা পূজা ২০২৫ৰ পৰা কঁপাল খুলিব বহু ৰাশিৰ, কোন কোন ৰাশিৰ জাতকৰ খুলিব ভাগ্য?

সূৰ্যৰ ঘৰলৈ শুক্ৰ, পূজাৰ পূৰ্বেই অৰ্থলাভ কৰিব ৫ৰাশিৰ জাতকে, তালিকাত আছেনে আপুনি?

সূৰ্যৰ ঘৰলৈ শুক্ৰ, পূজাৰ পূৰ্বেই অৰ্থলাভ কৰিব ৫ৰাশিৰ জাতকে, তালিকাত আছেনে আপুনি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.