• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈৰ ৰাশিফলঃ সিদ্ধিযোগত প্ৰদোষ ব্ৰত, লক্ষ্মীৰ সৈতে মহাদেৱৰ কৃপা ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ সিদ্ধিযোগত প্ৰদোষ ব্ৰত, লক্ষ্মীৰ সৈতে মহাদেৱৰ কৃপা ৫ৰাশিত

12 months ago
বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

19 minutes ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

3 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

4 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

5 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

6 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

7 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

21 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

22 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

22 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

23 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

23 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ সিদ্ধিযোগত প্ৰদোষ ব্ৰত, লক্ষ্মীৰ সৈতে মহাদেৱৰ কৃপা ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ সিদ্ধিযোগত প্ৰদোষ ব্ৰত, লক্ষ্মীৰ সৈতে মহাদেৱৰ কৃপা ৫ৰাশিত

editor by editor
September 18, 2025
in জীৱনশৈলী, বিশ্ব, ভাৰত, লেখা
0
কাইলৈৰ ৰাশিফলঃ সিদ্ধিযোগত প্ৰদোষ ব্ৰত, লক্ষ্মীৰ সৈতে মহাদেৱৰ কৃপা ৫ৰাশিত
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ১৯ ছেপ্টেম্বৰ ২০২৫ শুকুৰবাৰে চন্দ্ৰই কৰ্কট ৰাশি এৰি সিংহ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ আহিনৰ কৃষ্ণা ত্ৰয়োদশী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব সিদ্ধি যোগ আৰু সাধ্য যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব অশ্লেষা নক্ষত্ৰ আৰু মঘা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত শুকুৰবাৰ হৈছে মা লক্ষ্মীৰ প্ৰিয় দিন৷ ইয়াৰোপৰি কাইলৈ প্ৰদোষ ব্ৰতত থাকিব মহাদেৱৰ কৃপা৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ প্ৰচুৰ সুখ সাফল্য আহিব? জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মিথুন ৰাশি

কাইলৈ ১৯ ছেপ্টেম্বৰত দুৰ্দান্ত দিন কটাব মিথুন ৰাশিৰ জাতকে৷ কাইলৈ আপোনাৰ মনলৈ নতুন চিন্তা আহিব৷ ইয়াৰ ফলত জীৱনত উন্নতি কৰাৰ নতুন ৰাস্তা দেখা পাব আপুনি৷ কাইলৈ উপৰ্জনৰ নতুন সূত্ৰ খুলিব মিথুন ৰাশিৰ জাতকৰ সন্মুখত৷ কাইলৈ আপুনি কামৰ প্ৰতিও মনোযোগী হব৷ কাইলৈ কেৰিয়াৰত বৃহৎ উন্নতি কৰিব পাৰে৷ কাৰ্যালয়ত ঊৰ্ধতন কৰ্তৃপক্ষৰ সহায় পাব৷

সিংহ ৰাশি

কাইলৈ সিদ্ধ যোগৰ প্ৰভাৱত ভাল দিন কটাব সিংহ ৰাশিৰ জাতকে৷ কাইলৈ সকলো কামতেই আপুনি মন পৰিষ্কাৰ ৰাখি আগুৱাব পাৰিব৷ ইয়াৰ ফলত নিজৰ লক্ষ্যত সহজে উপনীত হব সিংহ ৰাশিৰ জাতক৷ কাইলৈ আপোনাৰ সন্মুখত নতুন দুৱাৰ খুলিব৷ কাইলৈ সাফল্যৰ সৈতে বেছ কিছু অতিৰিক্ত অৰ্থ আপুনি উপাৰ্জন কৰিব পাৰে৷ ঘৰলৈ অতিথিৰ আগমন হব৷

কন্যা ৰাশি

প্ৰদোষ ব্ৰতৰ শুভ প্ৰভাৱত কাইলৈ শুকুৰবাৰে শুভ ফল পাব আপুনি৷ কাইলৈ আপোনাৰ ওপৰত মা লক্ষ্মীৰ আশীৰ্বাদ থাকিব৷ নিজৰ সকলো কাম উৎসাহ আৰু উদ্দীপনাৰ সৈতে কৰিব পাৰিব৷ যিসকলে নিজৰ ব্যৱসায় চলাই আছে তেওঁলোকে কোনো বৃহৎ চুক্তি চূড়ান্ত কৰিব পাৰে৷ কাইলৈ একাধিক উপায়েৰে ধন ৰোজগাৰ কৰিব কন্যা ৰাশিৰ জাতকে৷ পৰিয়ালত কোনো সমস্যা থাকিলে দূৰ হব৷

বৃশ্চিক ৰাশি

কাইলৈ সাধ্য যোগৰ শুভ প্ৰভাৱ লক্ষ্য কৰা যাব বৃশ্চিক ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ আপোনাৰ জীৱনত যিয়েই সমস্যা আহক সেই সকলো সমস্যাৰ সমাধান পাব আপুনি৷ কাইলৈ নিজৰ ক্ষেত্ৰত আপুনি নেতৃত্ব দি সকলোকে পৰিচালনা কৰিব৷ নিজৰ প্ৰতিযোগীসকলক কাইলৈ পিছপেলাব বৃশ্চিক ৰাশিৰ জাতকে৷ অতিৰিক্ত অৰ্থ উপাৰ্জন কৰিব পাৰে৷ ইয়াৰ ফলত মনত সুখ আৰু শান্তি ভৰপুৰ থাকিব আপোনাৰ৷

মকৰ ৰাশি

কাইলৈ ১৯ ছেপ্টেম্বৰ পজিটিভ পৰিবৰ্তন আহিব মকৰ ৰাশিৰ জাতকৰ জীৱনত৷ কাইলৈ আপোনাৰ সন্মুখত অতিৰিক্ত অৰ্থ উপাৰ্জনৰ পথ খুলিব পাৰে৷ কাইলৈ পাবলগীয়া টকা উভতাই পাব৷ নিজৰ বেংক বেলেন্স কাইলৈ অশ্লেষা নক্ষত্ৰত বহু পৰিমাণে বাঢ়িব পাৰে মকৰ ৰাশিৰ জাতকৰ৷ ঘৰৰ সৈতে সুসম্পৰ্ক থাকিব, কাইলৈ প্ৰবীণসকলৰ আশীৰ্বাদ লাভ কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা,  হঠাৎ বিস্ফোৰণ  চীনা টেংক
বিশ্ব

বাংলাদেশত সামৰিক অনুশীলনত ভয়ংকৰ দুৰ্ঘটনা, হঠাৎ বিস্ফোৰণ চীনা টেংক

September 9, 2026
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?
জীৱনশৈলী

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

September 9, 2026
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?
বিনোদন

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

September 9, 2026
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?
জীৱনশৈলী

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

September 9, 2026
Next Post
আপুনি সক্ৰিয় আৰু উদ্যমী অনুভৱ কৰিব, উন্নত হ’ব যৌন জীৱন, এই পাচলি পুৰুষৰ বাবে এনাৰ্জিৰ দোকান

আপুনি সক্ৰিয় আৰু উদ্যমী অনুভৱ কৰিব, উন্নত হ’ব যৌন জীৱন, এই পাচলি পুৰুষৰ বাবে এনাৰ্জিৰ দোকান

নূপুৰক মই টকা খাবলৈ, দুৰ্নীতি কৰিবলৈ শিক্ষা দিয়া নাছিলোঁ, তাইক শাস্তি দিয়াটো বিচাঁৰো, কন্যাক লৈ কি কি মন্তব্য নূপুৰ বৰাৰ পিতৃৰ?

নূপুৰক মই টকা খাবলৈ, দুৰ্নীতি কৰিবলৈ শিক্ষা দিয়া নাছিলোঁ, তাইক শাস্তি দিয়াটো বিচাঁৰো, কন্যাক লৈ কি কি মন্তব্য নূপুৰ বৰাৰ পিতৃৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.