• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নূপুৰক মই টকা খাবলৈ, দুৰ্নীতি কৰিবলৈ শিক্ষা দিয়া নাছিলোঁ, তাইক শাস্তি দিয়াটো বিচাঁৰো, কন্যাক লৈ কি কি মন্তব্য নূপুৰ বৰাৰ পিতৃৰ?

8 months ago
ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

23 minutes ago
সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

47 minutes ago
বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

1 hour ago
মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

2 hours ago
সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?

3 hours ago
কংগ্ৰেছৰ পৰাজয়ৰ কাৰণেই হৈছে জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰা, আমি চৰকাৰ গঠন কৰিয়েই প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিমঃ ড০ হিমন্ত বিশ্ব শৰ্মা

4 hours ago
কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী

তুমি বিষয়ৰ সকলো কথা ইতিবাচক হওঁক…সফলতাৰ আৰু সত্যৰ হওঁক! নিৰ্বাচনী ৰিজাল্টৰ মাজতে তাৎপৰ্যপূৰ্ণ পোষ্ট গৰিমা গাৰ্গৰ

ফেছবুকত ৰাজনীতি কৰি মোৰ লগত যুঁজিব চেষ্টা কৰি লাভ নাই, মৰিয়নী সমষ্টিত ৰূপজ্যোতি কূৰ্মী থকালৈকে বেলেগৰ দমন নচলিব, জয়ৰ পাছত কি মত ৰূপজ্যোতি কূৰ্মীৰ?

বিজেপিৰ ছুনামীত ধূলিস্যাৎ 3G অৰ্থাৎ তিনি গগৈ, হিমন্ত ২.০ক লৈ কিমান আশাবাদী জনতা?

বিজেপিয়ে ঘূৰাই দিলে হেৰুওৱা সন্মান!  বিহপুৰীয়াৰ বিধায়ক হৈ অহাৰ সপোন পূৰণ ভূপেন বৰাৰ

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

নূপুৰক মই টকা খাবলৈ, দুৰ্নীতি কৰিবলৈ শিক্ষা দিয়া নাছিলোঁ, তাইক শাস্তি দিয়াটো বিচাঁৰো, কন্যাক লৈ কি কি মন্তব্য নূপুৰ বৰাৰ পিতৃৰ?

নূপুৰক মই টকা খাবলৈ, দুৰ্নীতি কৰিবলৈ শিক্ষা দিয়া নাছিলোঁ, তাইক শাস্তি দিয়াটো বিচাঁৰো, কন্যাক লৈ কি কি মন্তব্য নূপুৰ বৰাৰ পিতৃৰ?

editor by editor
September 19, 2025
in অপৰাধ, অসম, জীৱনশৈলী
0
নূপুৰক মই টকা খাবলৈ, দুৰ্নীতি কৰিবলৈ শিক্ষা দিয়া নাছিলোঁ, তাইক শাস্তি দিয়াটো বিচাঁৰো, কন্যাক লৈ কি কি মন্তব্য নূপুৰ বৰাৰ পিতৃৰ?
0
SHARES
281
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘নুপূৰ বৰাক মই টকা খাবলৈ,দুৰ্নীতি কৰিবলৈ শিক্ষা দিয়া নাছিলোঁ। তাইক যি শাস্তি দিয়ে দিয়ক,তাইক শাস্তি দিয়াটো মই বিচাৰোঁ।’ অৱশেষত নুপূৰ বৰাৰ বিৰুদ্ধে মুখ খুলিলে দুৰ্ভগীয়া পিতৃয়ে। কন্যা ৰাজপত্ৰিত বিষয়া হোৱাৰ পিছতো ভাৰাঘৰত থাকিবলগীয়া হৈছিল পিতৃ৷
সেই পিতৃয়েই কৈছে কন্যাক ভাল মানুহ কৰিব নোৱৰাৰ কথা৷ তেওঁ কয়, নূপুৰক মই দুৰ্নীতি কৰি ধন ঘটিবলৈ শিক্ষা দিয়া নাছিলো৷ দুখ লাগিছে সন্তানক মই ভাল মানুহ কৰিব নোৱাৰিলোঁ৷’ কন্যা নুপূৰ বৰা ACS হোৱাৰ পিছতো ভাৰাঘৰত আছিল পিতৃ৷ এই বিস্ফোৰক ভাষ্য নুপূৰ বৰাৰ পিতৃৰ৷

পিতৃক সাংবাদিকে কন্যা সন্দৰ্ভত কৰা প্ৰশ্নত পিতৃয়ে কৈছে এটাৰ পিছত আনটো দুখৰ কথা৷ কেনেকৈ তেওঁ হেৰুৱালে পত্নীক৷ কেনেকৈ হেৰুৱালে পুত্ৰক৷ কেনেকৈ আজি আকৌ কন্যাৰ বাবে অপমানিতবোধ কৰিব লগা হৈছে পিতৃয়ে৷ তেওঁ কয়, ‘তাইক মই দুৰ্নীতি কৰিবলৈ শিক্ষা দিয়া নাছিলোঁ৷ তাইক কঠোৰ শাস্তি দিয়ক৷ তাইৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই৷
তাইক ভাল মানুহ হ’বলৈ শিকাইছিলোঁ৷ পঢ়া-শুনাত তাই ভাল আছিল৷ তাইক যি শাস্তি দিয়ে দিয়ক৷ মোৰ ক’ব লগা একো নাই৷ তাইক শাস্তি দিয়াটো মই বিচাৰোঁ৷ মই কেতিয়াও এনেকুৱা দুৰ্নীতিক সমৰ্থন নকৰোঁ৷’

উল্লেখ কৰা প্ৰয়োজন যে আজি নূপুৰ বৰাৰ গোলাঘাটৰ ঘৰত চলিছে  CM ভিজিলেঞ্চৰ অভিযান৷ নুপূৰ বৰাৰ পিতৃৰ গৃহত চলিছে অভিযান৷ পিতৃৰ বাসগৃহৰ পৰা জব্দ কৰা হৈছে দুখনকৈ পাছবুক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে
জীৱনশৈলী

May 4, 2026
সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?
জীৱনশৈলী

সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

May 4, 2026
বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?
জীৱনশৈলী

বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

May 4, 2026
মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

May 4, 2026
Next Post
পেটৰ চৰ্বি কমাব খোজে? জানি থওক ১০ টা সহজ উপায়

ছিংগাপুৰত দুৰ্ঘটনাগ্ৰস্ত জুবিন গাৰ্গ, স্কুভাড্ৰাইভিং কৰি থকা অৱস্থাত অসুস্থ হৈ পৰে জুবিন গাৰ্গ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন