• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপুনি সক্ৰিয় আৰু উদ্যমী অনুভৱ কৰিব, উন্নত হ’ব যৌন জীৱন, এই পাচলি পুৰুষৰ বাবে এনাৰ্জিৰ দোকান

আপুনি সক্ৰিয় আৰু উদ্যমী অনুভৱ কৰিব, উন্নত হ’ব যৌন জীৱন, এই পাচলি পুৰুষৰ বাবে এনাৰ্জিৰ দোকান

12 months ago
সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

3 hours ago
Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

Neena Gupta: ‘আপুনি এইবোৰ পিন্ধে? তাতকৈ নিপিন্ধাই ভাল!’, কি কথাত খং উঠিল নীনা গুপ্তাৰ?

4 hours ago
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

5 hours ago
বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

বেংকত চাকৰি কৰাৰ মন? এছ বি আইয়ে ২০২৬-২৭ বিত্তীয় বৰ্ষত দিছে বৃহৎ সুযোগ!

5 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

6 hours ago
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

21 hours ago
দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

দিল্লীত মণিপুৰৰ প্ৰখ্যাত সংগীত শিল্পীক মৰিয়াই মৰিয়াই হত্যা

21 hours ago
স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

স্বাতী নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ, লাভৱান হ’ব এই ৩ ৰাশি

22 hours ago
সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

সুন্দৰী যুৱতীৰ অবৈধ সুৰাৰ ৰমৰমীয়া বেহা

22 hours ago
যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

যাত্ৰীক ‘NO’ ক’লেই বিপদত পৰিব অ’টো-টেক্সি চালক

23 hours ago
‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

‘HANUMAN ANSH”মিৰ্জাপুৰ’ৰ সন্মুখত বিগ বাজেটৰ ছবি নিশ্চিহ্ন হোৱাৰ কাৰণ কি?

24 hours ago
প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

প্ৰধানমন্ত্ৰী মোদীৰ নিৰাপত্তাক লৈ ভাবুকি!

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আপুনি সক্ৰিয় আৰু উদ্যমী অনুভৱ কৰিব, উন্নত হ’ব যৌন জীৱন, এই পাচলি পুৰুষৰ বাবে এনাৰ্জিৰ দোকান

আপুনি সক্ৰিয় আৰু উদ্যমী অনুভৱ কৰিব, উন্নত হ’ব যৌন জীৱন, এই পাচলি পুৰুষৰ বাবে এনাৰ্জিৰ দোকান

editor by editor
September 18, 2025
in জীৱনশৈলী, স্বাস্থ্য
0
আপুনি সক্ৰিয় আৰু উদ্যমী অনুভৱ কৰিব, উন্নত হ’ব যৌন জীৱন, এই পাচলি পুৰুষৰ বাবে এনাৰ্জিৰ দোকান
0
SHARES
547
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
পিঁয়াজে কেৱল খাদ্যৰ স্বাদেই বঢ়াই তেনে নহয়, ই পুৰুষৰ স্বাস্থ্যৰ বাবেও অত্যন্ত উপকাৰী৷ কিছু গৱেষণাত দেখা গৈছে যে পিঁয়াজে পুৰুষৰ যৌন ক্ষমতা বৃদ্ধিত সহায় কৰে৷ আয়ুৰ্বেদ আৰু আধুনিক চিকিৎসা উভয়েই পিঁয়াজক এক শক্তিশালী ছুপাৰফুড হিচাপে স্বীকৃতি দিয়ে৷ যিয়ে শৰীৰৰ বহু অংগৰ স্বাস্থ্য বজায় ৰখাত সহায় কৰে৷ পিঁয়াজ খোৱাৰ উপকাৰিতা জানি আপুনি অবাক হৈ পৰিব?
স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, পিঁয়াজত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট আৰু ফ্লাভোনয়েড থাকে যিয়ে ৰক্তপ্ৰবাহ উন্নত কৰে৷ উন্নত ৰক্ত সঞ্চালনে পুৰুষৰ যৌন ক্ষমতা উন্নত কৰে যিয়ে তেওঁলোকক দীৰ্ঘ সময় ধৰি সক্ৰিয় থকাতো সহায় কৰে৷ কাৰণ যৌন স্বাস্থ্যৰ বাবে ভাল ৰক্তপ্ৰবাহ অপৰিহাৰ্য৷ ই হৃদৰোগৰ বাবেও উপকাৰী৷
পিঁয়াজত ছালফাৰ আৰু কোয়াৰছেটিনৰ দৰে উপাদান থাকে যিয়ে টেষ্টোষ্টেৰণৰ মাত্ৰা বৃদ্ধিত সহায় কৰে৷ পুৰুষৰ যৌন আকাঙ্ক্ষাৰ বাবে টেষ্টোষ্টেৰণ প্ৰয়োজনীয়৷ প্ৰতিদিনে পিঁয়াজ খালে এই হৰমনৰ ভাৰসাম্য বৰ্তি থাকে৷ যিয়ে যৌন কৰ্মক্ষমতা উন্নত কৰে৷ বিশেষজ্ঞই কি কয়?
পিঁয়াজ খালে ক্লান্তি কমে আৰু শক্তিৰ মাত্ৰা বৃদ্ধি পায় যাৰ ফলত আপুনি নিজকে সক্ৰিয় আৰু উদ্যমী অনুভৱ কৰে৷ পিঁয়াজে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে, অসুস্থতা প্ৰতিৰোধ কৰাত আৰু সুস্বাস্থ্য বৰ্তি থকাত সহায় কৰে পিঁয়াজে৷
আপুনি যদি আপোনাৰ প্ৰতিদিনৰ খাদ্যতালিকাত পিঁয়াজ অন্তৰ্ভুক্ত কৰিব খোজে তেন্তে আপুনি ছালাদ, চুপ, ৰষ্টেড পিঁয়াজো খাব পাৰে৷ পিঁয়াজৰ ৰসো আপুনি পান কৰিব পাৰে৷ পিঁয়াজৰ ৰসে কেৱল যৌন স্বাস্থ্যৰ উন্নতিয়েই নহয় বৰং শৰীৰকো বিষমুক্ত কৰে৷
পিঁয়াজ পুৰুষৰ বাবে এক প্ৰাকৃতিক ঔষধ৷ নিয়মিত সেৱন কৰিলে যৌনজীৱনেই নহয় আপোনাৰ সামগ্ৰিক স্বাস্থ্যৰো উন্নতি হব৷ আপুনি যদি আপোনাৰ যৌন শক্তি বৃদ্ধি কৰিব খোজে তেন্তে খাদ্যতালিকাত পিঁয়াজ অন্তৰ্ভুক্ত কৰিবলৈ নাপাহৰিব৷ পিঁয়াজৰ যৌগসমূহে পুৰুষৰ যৌন ক্ষমতা আৰু টেষ্টোষ্টেৰণৰ মাত্ৰা বৃদ্ধি কৰে৷ ই ৰক্ত সঞ্চালন উন্নত কৰে, যৌন কাৰ্যক্ষমতা উন্নত কৰে৷ নিয়মিত পিঁয়াজ খালে পুৰুষৰ স্বাস্থ্য আৰু যৌন স্বাস্থ্য উভয়ৰেই উন্নতি হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?
জীৱনশৈলী

সামাজিক মাধ্যমত ৮০ৰ দশকৰ ফটোৰ ট্ৰেণ্ড, আপুনি কেনেকৈ বনাব এই ফটো?

September 9, 2026
কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?
জীৱনশৈলী

কেঁচা কল খালে শৰীৰত আইৰণ বৃদ্ধি পায় নেকি?

September 9, 2026
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ
জীৱনশৈলী

ভাগ্যই দেখুৱাব যাদু, আজি কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

September 9, 2026
মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি
ভাৰত

মন্দিৰ ভাঙিল, কিন্তু আঁতৰাব নোৱাৰিলে ১৭০ বছৰ পুৰণি হনুমানৰ মূৰ্তি

September 8, 2026
Next Post
নূপুৰক মই টকা খাবলৈ, দুৰ্নীতি কৰিবলৈ শিক্ষা দিয়া নাছিলোঁ, তাইক শাস্তি দিয়াটো বিচাঁৰো, কন্যাক লৈ কি কি মন্তব্য নূপুৰ বৰাৰ পিতৃৰ?

নূপুৰক মই টকা খাবলৈ, দুৰ্নীতি কৰিবলৈ শিক্ষা দিয়া নাছিলোঁ, তাইক শাস্তি দিয়াটো বিচাঁৰো, কন্যাক লৈ কি কি মন্তব্য নূপুৰ বৰাৰ পিতৃৰ?

পেটৰ চৰ্বি কমাব খোজে? জানি থওক ১০ টা সহজ উপায়

পেটৰ চৰ্বি কমাব খোজে? জানি থওক ১০ টা সহজ উপায়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.