• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুবিনে কৈছিল, গৰিমাই দেখিছে, জুবিন কি আছিল অসমবাসীৰ বাবে? জুবিনৰ কফিনৰ কাষত বহি অশ্ৰুসিক্ত নয়নেৰে গৰিমাই চাই ৰৈছে জনস্ৰোত

6 months ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

7 minutes ago
কণীৰ বাবে বিপদত পৰিব আপুনি! ভুলতো নকৰিব এনে কাম

1 hour ago
Tax Alert: ১ এপ্ৰিলৰ পৰা সলনি হ’ব আয়কৰৰ নিয়ম

2 hours ago
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

3 hours ago
Dhurandhar 2 চাবলৈ সাজু নে? অগ্ৰিম বুকিঙে গঢ়িছে ৰেকৰ্ড

ৰমজানৰ মাজতে পাকিস্তানৰ এয়াৰ ষ্ট্ৰাইকত কঁপিল আফগানিস্তান

4 hours ago
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

8th Pay Commissionৰ ডাঙৰ আপডেট, পূৰণ হ’ব দাবী!

5 hours ago
পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ

6 hours ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

ভাৰতত কেতিয়া দেখা যাব ঈদৰ জোন? কোন তাৰিখে পালন হ’ব ঈদ-উল-ফিতৰ?

17 hours ago
ৰাজপথত নাথাকিব দুচকীয়া বাহন!  ২০২৮ৰ পাছত কিনিব নোৱাৰিব পেট্ৰল বাইক, নতুন নিয়মত বিপাকত পৰিব লাখ লাখ জনতা, ক’ত এই নিয়ম?

  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুবিনে কৈছিল, গৰিমাই দেখিছে, জুবিন কি আছিল অসমবাসীৰ বাবে? জুবিনৰ কফিনৰ কাষত বহি অশ্ৰুসিক্ত নয়নেৰে গৰিমাই চাই ৰৈছে জনস্ৰোত

জুবিনে কৈছিল, গৰিমাই দেখিছে, জুবিন কি আছিল অসমবাসীৰ বাবে? জুবিনৰ কফিনৰ কাষত বহি অশ্ৰুসিক্ত নয়নেৰে গৰিমাই চাই ৰৈছে জনস্ৰোত

editor by editor
September 21, 2025
in জীৱনশৈলী
0
জুবিনে কৈছিল, গৰিমাই দেখিছে, জুবিন কি আছিল অসমবাসীৰ বাবে? জুবিনৰ কফিনৰ কাষত বহি অশ্ৰুসিক্ত নয়নেৰে গৰিমাই চাই ৰৈছে জনস্ৰোত
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এয়াই শিল্পী৷ শিল্পীয়ে জীৱনত কি ঘটে? নিজেই কোনো শিল্পী হ’ব নোৱাৰে৷ শিল্পীক পৰিচয় জনতাই দিয়ে৷ জুবিন শিল্পী আছিল৷ জুবিন কেৱল এজন গায়ক নাছিল, জুবিন আছিল অসমীয়া স্পন্দন৷ সেই জুবিন আজি কফিনত উভতি আহি আছে৷ জনতা স্বতস্ফুতভাৱে ৰাজপথলৈ ওলাই আহিছে৷ সমগ্ৰ অসমৰ জনতাই আহি ভিৰ কৰিছে মহানগৰীত৷ উদ্দেশ্য এটাই প্ৰিয় শিল্পীক এবাৰ কাষৰ পৰা চাই শেষ বিদায় জনাব৷

জুবিনে এদিন গৰিমাক কৈছিল-চাবা মই মৰিলে জনতাই মোক কেনেকৈ বিদাই দিবলৈ ওলাই আহিব৷ সেই কথাই সঁচা প্ৰতিফলিত হৈছে৷ জুবিনে কোৱাৰ দৰেই লাখ লাখ জনতা পথত ৰৈ আছে৷ কোনোবাই হিয়াধাকুৰি কান্দিছে যদি কোনোবাই ফুল দলিয়াই জয় জুবিন দা বুলি চিঞৰিছে৷ গৰিমাই জুবিনৰ কাষত বহি চাই ৰৈছে জনতালৈ৷ এয়াই জুবিন৷ কি আছিল জুবিন অসমীয়াৰ বাবে সেই কথাকেই যেন গৰিমাইয়ো অনুধাৱন কৰিছে৷ জুবিন ৰাইজৰ মানুহ, মঞ্চই জুবিনৰ ঘৰ বুলি কৈ অহা মানুহজনৰ বিদায় বেলাত সেয়েতো এই জনশ্ৰোত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ
জীৱনশৈলী

March 17, 2026
কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত
জীৱনশৈলী

কান্দিলে চকুলো কিয় নিগৰে? কাৰণ জানি হ’ব আচৰিত

March 17, 2026
হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!
জীৱনশৈলী

হনুমান চালিছা পাঠ কৰোতে নকৰিব ভুল, সৰ্বনাশ হ’ব আপোনাৰ!

March 17, 2026
পুৰুষৰ কোনটো বস্তুই সুখী কৰে নাৰীক? ৯৯% লোকে নাজানে শুদ্ধ উত্তৰ
বিবিধ

Next Post
সৰুসজাইত অনুৰাগীক শেষ দেখা দিব জুবিনে, সোণাপূৰৰ হাতীমূৰাতেই হ’ব হাৰ্টথ্ৰ’বৰ অন্ত্যেষ্টিক্ৰিয়া

শিকলি চিঙি তুমি যাবা কেনেকৈ? জনসমুদ্ৰই কৈছে, কেনেকুৱা হ’ব পাৰে প্ৰিয় শিল্পী নোহোৱাৰ দুখ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন