• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিকলি চিঙি তুমি যাবা কেনেকৈ? জনসমুদ্ৰই কৈছে, কেনেকুৱা হ’ব পাৰে প্ৰিয় শিল্পী নোহোৱাৰ দুখ

শিকলি চিঙি তুমি যাবা কেনেকৈ? জনসমুদ্ৰই কৈছে, কেনেকুৱা হ’ব পাৰে প্ৰিয় শিল্পী নোহোৱাৰ দুখ

11 months ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

9 minutes ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

39 minutes ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

1 hour ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

2 hours ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

3 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

6 hours ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

7 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

7 hours ago
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

7 hours ago
৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

৭ম দৰমহা আয়োগতকৈ কিমান পৃথক অষ্টম দৰমহা আয়োগ?

8 hours ago
উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

উভৈনদী হ’ব পিঁয়াজ! মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা

8 hours ago
বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

বেংগালুৰু টানেল ৰোডৰ বিতৰ্ক, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ সৈতে সাক্ষাৎ গৌতম আদানীৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শিকলি চিঙি তুমি যাবা কেনেকৈ? জনসমুদ্ৰই কৈছে, কেনেকুৱা হ’ব পাৰে প্ৰিয় শিল্পী নোহোৱাৰ দুখ

শিকলি চিঙি তুমি যাবা কেনেকৈ? জনসমুদ্ৰই কৈছে, কেনেকুৱা হ’ব পাৰে প্ৰিয় শিল্পী নোহোৱাৰ দুখ

editor by editor
September 21, 2025
in জীৱনশৈলী
0
শিকলি চিঙি তুমি যাবা কেনেকৈ? জনসমুদ্ৰই কৈছে, কেনেকুৱা হ’ব পাৰে প্ৰিয় শিল্পী নোহোৱাৰ দুখ
0
SHARES
78
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানুহ, ইমান মানুহ…ঠিকেই শিকলি ছিঙি তুমি যাব নোৱৰা জুবিন৷ কাৰ চকুত আজি চকুপানী নাই৷ মুখ্যমন্ত্ৰীৰ পৰা পথত খুজি মাগি জীৱন কটোৱাজনলৈ, সকলো আজি ব্যস্ত৷ ব্যস্ততাৰ কাৰণেই জুবিন৷ জীয়াই থাকোতে জুবিনে কৈছিল, ঘেণ্টা কাকো খাতিৰ নকৰো, খাতিৰ নকৰাকৈয়ে জুবিন গুচি গ’ল, মানুহ ভালপোৱা জুবিনে খাতিৰ নকৰো বুলিওতো মানুহ এৰাই চলিব পৰা নাছিল৷ সেয়ে তেওঁৰ এই যাত্ৰাত আজি অগণন মানুহ৷

জুবিন নোহোৱা পৃথিৱীখনত কেনেকৈ জীয়াই থাকিব পাৰি সেই প্ৰশ্ন প্ৰায় প্ৰতিজনৰ মনত৷ কাৰণ ভূপেন হাজৰিকা গুচি যোৱাৰ পাছত জাতিটোক জীয়াই থাকিবলৈ জুবিনেই শিকাইছিল৷ দুখৰ সময়ত দুখৰ গান এটি, সুখৰ সময়ত সুখৰ গান এটি, অসমক প্ৰাণেৰে ভালপোৱা জুবিনে অসমীয়াক শিকাইছিল ভাষাটোক কেনেকৈ ভালপাব লাগে৷

জাতিপ্ৰেম কি জুবিনে অসমীয়াক শিকাইছিল, জাতিটোৰ সংকটকালত সেয়ে জুবিনৰ এটা আহ্বানতেই ওলাই আহিছিল হাজাৰ হাজাৰ জনতা৷ জুবিনে অসমীয়াক শিকাইছিল অসমীয়া গীতত কেনেকৈ ৱেষ্টাৰ্ণ মিউজিক এড কৰিব পাৰি৷ নিজকে ছচিয়লেফ্টিষ্ট বুলি দাবী কৰা জুবিনে শিকাইছিল জাতি, ধৰ্ম বৰ্ণ সকলোৰে উৰ্ধত মানুহ৷ মানুহক ভালপাব লাগে৷ প্ৰকৃতিক ভালপাব লাগে৷ সেই জুবিন আজি কফিনত উভতিছে৷ ছিংগাপুৰৰ অচিনাকি সাগৰে নুবুজিলে আমাৰ প্ৰাণতকৈয়ো আপোনৰ জুবিনৰ গভীৰতা৷ সেয়ে হয়তো ছিংগাপুৰৰ অচিনাকী সাগৰতেই জুবিনে ল’লে জীৱনৰ শেষ উশাহ৷

জুবিন নিৰৱে উভতি আহিছে, জুবিনে আজি কাকো আহ্বান জনোৱা নাই, আহক আমি একেলগে খোজ দিও বুলি জুবিনে কাকোৱেই মতা নাই, কিন্তু মানুহ আহিছে৷ জুবিন উভতি অহাৰ খবৰ শুনি সকলো আহিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’
অসম

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

August 24, 2026
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ
জীৱনশৈলী

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

August 24, 2026
নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?
জীৱনশৈলী

নৰসিংহ পাত খোৱাৰ ফলত আপোনাৰ শৰীৰত কি হৈছে জানেনে?

August 24, 2026
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, জীৱনে ল’ব নতুন গতি!

August 24, 2026
Next Post
শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা শ্যামকানু মহন্ত, আকৌ শ্যামকানুৱে ক’লে, জুবিন গাৰ্গে জিৰণি ল’বলৈহে ছিংগাপুৰ গৈছিল

শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা শ্যামকানু মহন্ত, আকৌ শ্যামকানুৱে ক’লে, জুবিন গাৰ্গে জিৰণি ল’বলৈহে ছিংগাপুৰ গৈছিল

নিজ বাসগৃহত অন্তিম শয়নত প্ৰিয় শিল্পী জুবিন গাৰ্গ, বাসগৃহত শ্ৰদ্ধাঞ্জলি, আত্মীয় স্বজনৰ

নিজ বাসগৃহত অন্তিম শয়নত প্ৰিয় শিল্পী জুবিন গাৰ্গ, বাসগৃহত শ্ৰদ্ধাঞ্জলি, আত্মীয় স্বজনৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.