• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা শ্যামকানু মহন্ত, আকৌ শ্যামকানুৱে ক’লে, জুবিন গাৰ্গে জিৰণি ল’বলৈহে ছিংগাপুৰ গৈছিল

শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা শ্যামকানু মহন্ত, আকৌ শ্যামকানুৱে ক’লে, জুবিন গাৰ্গে জিৰণি ল’বলৈহে ছিংগাপুৰ গৈছিল

8 months ago
এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

25 minutes ago
দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

দল হাৰিল, হাৰিল নিজেও, সমাপ্তি মমতা অধ্যায়ৰ, বংগবাসীয়ে বিজেপিৰ হাতত তুলি দিলে পৰবৰ্তী ৫ বছৰৰ দায়িত্ব

39 minutes ago
বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

বহুত কষ্ট কৰিলা, ফলাফল ভাল হৈছে নেক্সট আৰু ভাল হ’ব, দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী পদত বহাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দৰ ঘৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

1 hour ago
অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ

অসমত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছতেই পদত্যাগ প্ৰভাৰী জীতেন্দ্ৰ সিঙৰ

1 hour ago
ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

2 hours ago
সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

2 hours ago
বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

3 hours ago
মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

মঙ্গলবাৰে হনুমানৰ বিশেষ কৃপা, ভাগ্য সদয় হ’ব ৪ৰাশিৰ জাতকৰ

3 hours ago
সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

সূৰ্যৰ ৰাজকীয় গতি, ১১ মে’ৰ পৰা কঁপাল ফুলিব এই ৪ৰাশিৰ, ভাগ্যৰ নানান ৰাস্তা খুলিব

4 hours ago
কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?

কি ষ্ট্ৰেটেজিৰে বংগ জয় কৰিলে BJPয়ে? সমীক্ষাত ৫টা কাৰণ, মামা মেজিক ফেক্টৰ হ’ল নেকি বংগৰ ৰাজনীতিত?

5 hours ago
কংগ্ৰেছৰ পৰাজয়ৰ কাৰণেই হৈছে জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰা, আমি চৰকাৰ গঠন কৰিয়েই প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিমঃ ড০ হিমন্ত বিশ্ব শৰ্মা

কংগ্ৰেছৰ পৰাজয়ৰ কাৰণেই হৈছে জুবিনক লৈ নিকৃষ্ট ৰাজনীতি কৰা, আমি চৰকাৰ গঠন কৰিয়েই প্ৰতিটো প্ৰতিশ্ৰুতি পূৰণ কৰিমঃ ড০ হিমন্ত বিশ্ব শৰ্মা

5 hours ago
কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী

কোনোবা এটাহে জিকিম৷ গৌৰৱক কৈছো কেতিয়াবা তুমিও জিকিবা, গৌৰৱৰ সৈতে ব্যক্তিগত শত্ৰুতা মোৰ নাই তেওঁ মোৰ ভাতৃতুল্য, গৌৰৱৰ লেকচাৰে মোক আপ্লুত কৰেঃ হিতেন্দ্ৰ নাথ গোস্বামী

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা শ্যামকানু মহন্ত, আকৌ শ্যামকানুৱে ক’লে, জুবিন গাৰ্গে জিৰণি ল’বলৈহে ছিংগাপুৰ গৈছিল

শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা শ্যামকানু মহন্ত, আকৌ শ্যামকানুৱে ক’লে, জুবিন গাৰ্গে জিৰণি ল’বলৈহে ছিংগাপুৰ গৈছিল

editor by editor
September 21, 2025
in জীৱনশৈলী
0
শীঘ্ৰেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা শ্যামকানু মহন্ত, আকৌ শ্যামকানুৱে ক’লে, জুবিন গাৰ্গে জিৰণি ল’বলৈহে ছিংগাপুৰ গৈছিল
0
SHARES
412
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
শীঘ্ৰেই এৰেষ্ট হ’ব পাৰে শ্যামকাণু মহন্ত৷ শেহতীয়াকৈ শ্যামকাণু মহন্তই প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াক দিয়া এক সাক্ষাৎকাৰো ভাইৰেল হৈছে৷ পিটিআইৰ আগত শ্যামকাণু মহন্তই শেহতীয়াকৈ কৈছে- জুবিন ফুৰিবলৈহে ছিংগাপুৰলৈ গৈছিল৷ থাকিবলৈ এটা হোটেল ঠিক কৰি দিবলৈ শ্যামকাণু মহন্তক অনুৰোধ কৰিছিল জুবিনে৷
https://fb.watch/Cfoa4lDnXK/
ইফালে জুবিনে ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে তেওঁৰ কেইবাজনো বন্ধু বান্ধৱক শ্যামকাণুৱে কামুৰি থকাৰ বাবেহে ছিংগাপুৰলৈ যাবলৈ ওলোৱা বুলি কৈছিল৷ কোন সঁচা, কোন মিছা এই কথাবোৰ আলোচনা হৈ থকাৰ মাজতেই এজন জ্যেষ্ট সাংবাদিকৰ এটা ফেছবুক পোষ্ট খুবেই ভাইৰেল হৈ পৰিছে৷ জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যই লিখিছে,
‘মিছা কথাৰ মায়াজাল ৰচনা কৰি লাভ নাই
আমাৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ অতি কমেও ৮-৯ ঘণ্টা লুকুৱাই ৰখা হৈছিল।
ছিংগাপুৰ জেনেৰেল হাস্পতালত জুবিনৰ নিথৰ দেহ পৰি থকাৰ সময়ত নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তই বিজনেজ ছামিট অনুষ্ঠিত কৰি আছিল।
অসমৰ সংবাদ মাধ্যমত খবৰ প্ৰকাশ পোৱাৰ পিছলৈকে চলি আছিল বিজনেছ ছামিট।
নৰ্থ ইষ্ট ফেষ্টিভেলৰ মূল আয়োজকে কমেও ৮ ঘণ্টালৈ নিচেই ওচৰতে থকা হাস্পতাললৈ যোৱাটো দায়িত্ব বুলি নাভাবিলে।
অসমৰ সংবাদ মাধ্যমক বিয়লি প্ৰায় ৩ বজালৈ “বিশেষ একো হোৱা নাই” ধৰণৰ ধাৰণা এটা দি বিভ্ৰান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিলে।
জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই ঘটনাৰ বিষয়ে গুৱাহাটীৰ দুই-এজনক অৱগত কৰিছিল যদিও সকলোকে মুখ বন্ধ কৰি ৰাখিবলৈ কৈ থৈছিল।
ছিংগাপুৰ অসম এছচিয়েচনেও প্ৰকৃত সত্য শুকুৰবাৰে বিয়লি ৩ বজালৈ লুকুৱাই ৰখাই নহয়, সকলোকে বিভ্ৰান্ত কৰিছিল।
য়টত প্ৰমোদ ভ্ৰমণৰ কাৰ্যসূচী জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ সৈতে অভিমন্যু তালুকদাৰে চূড়ান্ত কৰিছিল।
বৃহস্পতিবাৰে নিশা হোটেলত বহু দেৰিলৈকে এক সংগীত অনুষ্ঠান আৰু পাৰ্টীত অংশগ্ৰহণ কৰাৰ পিছত পুৱতি নিশা জুবিনক য়টলৈ উলিয়াই নিছিল।
য়টৰ এই ভ্ৰমণসূচী কোনো সামাজিক দায়বদ্ধতা থকা অনুষ্ঠানৰ পৰিৱৰ্তে কেইজনমান প্ৰবাসী অসমীয়াৰ প্ৰাইভেট বিচ্চ পাৰ্টীহে আছিল। ব্যক্তিগত প্ৰমোদৰ বাবে ছিংগাপুৰ অসম এছচিয়েচনৰ নাম ব্যৱহাৰ কৰিছিল।
এছচিয়েচনৰ প্ৰতিজন সদস্যই প্ৰথম CPR ব্যৰ্থ হোৱাৰ পিছৰ পৰা সঠিকভাৱে অনুধাৱন কৰিছিল যদিও দীঘলীয়া সময় বিভ্ৰান্তমূলক প্ৰচাৰ চলাই প্ৰকাৰন্তে ঘটনাক অন্য ৰূপ দিবলৈ চেষ্টা কৰিছিল।
শুকুৰবাৰে বিয়লি প্ৰায় ৩ বজালৈ নৰ্থ ইষ্ট ফেষ্টিভেললৈ যোৱা অসমৰ বেছিভাগ অতিথিকে জুবিনৰ বিষয়ে মিছা তথ্য দিয়া হৈছিল।
এই অভিযোগসমূহ যিহেতু অতি স্পৰ্শকাতৰ, সেয়েহে ইয়াৰ পূৰ্ণ পৰ্যায়ৰ তদন্ত হোৱাৰ লগতে তিনিটা পক্ষক- নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক, অসম এছচিয়েচন ছিংগাপুৰৰ নিৰ্দ্দিষ্ট লোককেইজন আৰু জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাকে ধৰি সংগীকেইজনক অধিক বিভ্ৰান্ত সৃষ্টি কৰিব নোৱৰাকে বিচাৰৰ আওতালৈ অনাৰ প্ৰয়োজনীয়তা আছে বুলি অনুভৱ কৰিছোঁ।
বিষয়টো এনেকৈ এৰি দিব নোৱাৰি।
নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু অসম এছচিয়েচন ছিংগাপুৰৰ অভিমন্যু তালুকদাৰ সহিতে কেইবাজনো এই ঘটনাৰ বাবে আন একো নহ’লেও দায়িত্বহীন আচৰণ কৰাৰ দোষতেই দোষী।
অসমীয়া মানুহৰ স্পন্দনস্বৰূপ জুবিনক নিদ্ৰা, জিৰণি, সুৰক্ষামূলক উপকৰণ-সময় নিদি এনে পৰিস্থিতিলৈ ঠেলি দিলে যেন লাগিছে। গুৱাহাটীৰ সংবাদ মাধ্যমে প্ৰথম খবৰ পাওতেই নেতিবাচক বুলিয়ে শুনিছিল। আনৰ দৰে ময়ো আয়োজক আৰু আন কেইবাজনলৈও ফোন কৰিছিলোঁ। অন্তিমবাৰ ফোন কৰাৰ আগেয়ে এই শোকাৱহ মৃত্যুৰ খবৰ নিশ্চিত হৈছিল যদিও আমাক মহন্ত আৰু অন্যান্য কেইবাজনেও “জুবিন ঠিকেই আছে” বুলিহে বুজাব চেষ্টা কৰিছিল।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?
অসম

এনেকৈ ভাঙেনে সপোন…পৰাজয়ৰ গ্লানি মুৰপাতি লৈ কি ক’লে গৌৰৱ গগৈয়ে?

May 4, 2026
ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে
জীৱনশৈলী

ৰবীন্দ্ৰনাথে যেনেকৈ ভয়মুক্ত মন আৰু পৰিবেশ বিচাৰিছিল বিজেপিয়ে পশ্চিমবংগত তেনে পৰিবেশ তৈয়াৰ কৰিব! ৰবীন্দ্ৰ জয়ন্তীৰ দিনাই শপত ল’ব পশ্চিমবংগৰ বিজেপি চৰকাৰে

May 4, 2026
সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?
জীৱনশৈলী

সামাজিক মাধ্যমৰ চেলিব্ৰিটি হ’লেই বিধানসভালৈ আহিব নোৱাৰি! চৰ্চাত থাকিও শোচনীয় পৰাজয় কোন ৫ প্ৰাৰ্থীৰ?

May 4, 2026
বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?
জীৱনশৈলী

বংগ জয় কৰি বাঙালী বাবু সাজেৰে ওলাই আহিল মোদী, ধুতি পাঞ্জাৱী পিন্ধি কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

May 4, 2026
Next Post
নিজ বাসগৃহত অন্তিম শয়নত প্ৰিয় শিল্পী জুবিন গাৰ্গ, বাসগৃহত শ্ৰদ্ধাঞ্জলি, আত্মীয় স্বজনৰ

নিজ বাসগৃহত অন্তিম শয়নত প্ৰিয় শিল্পী জুবিন গাৰ্গ, বাসগৃহত শ্ৰদ্ধাঞ্জলি, আত্মীয় স্বজনৰ

আজি শুদ্ধ বগা সাজেৰে শুই আছে জুবিন, ভালপোৱাধৰণেই আজিও মূৰত বান্ধিছে গামোছা, শান্ত সমাহিত জুবিনক দেখি সকলোকে বাগৰিছে চকুলো

আজি শুদ্ধ বগা সাজেৰে শুই আছে জুবিন, ভালপোৱাধৰণেই আজিও মূৰত বান্ধিছে গামোছা, শান্ত সমাহিত জুবিনক দেখি সকলোকে বাগৰিছে চকুলো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.