• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি শুদ্ধ বগা সাজেৰে শুই আছে জুবিন, ভালপোৱাধৰণেই আজিও মূৰত বান্ধিছে গামোছা, শান্ত সমাহিত জুবিনক দেখি সকলোকে বাগৰিছে চকুলো

8 months ago
অসমৰ সাঁতোৰবিদৰ কৃতিত্ব অৰ্জন, প্ৰত্যাহ্বান নেওচি অতিক্ৰম কৰে পাল্ক ষ্ট্ৰেইট

2 hours ago
কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক

কোন বিজয় থালাপতিৰ পত্নী? ব্যৱসায়ৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

3 hours ago
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

4 hours ago
কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

বংগত ভংগ মমতাৰ সাম্ৰাজ্য! ৰাজ্যপালে কাঢ়ি ল’লে সকলো ক্ষমতা

5 hours ago
৩৭ বছৰ বয়সত মাতৃত্ব হোৱাৰ সুখ লাভ কৰিলে এইগৰাকী অভিনেত্ৰীয়ে, চৰ্চা সামাজিক মাধ্যমত!

বয়সৰ পাৰ্থক্যৰ পিছতো নোৰা ফাতেহীৰ সৈতে এয়া কি কৰিলে ৰাকেশ বেদীয়ে?

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

6 hours ago
প্ৰতিদিনে দাঁত ব্ৰাছ কৰাৰ পিছতো পোকে খাইছে নেকি? তেন্তে সাৱধান!

7 hours ago
১১ মে’ৰ পৰা আৰম্ভ কালসৰ্প দোষৰ প্ৰকোপ! সাৱধানেৰে থাকক এই ৪ ৰাশিৰ লোক!

শনি অমাৱস্যাত শনিদেৱে কৃপা কৰিব এই ৪ ৰাশিৰ লোকক, পাব ধন-সম্পত্তি!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি শুদ্ধ বগা সাজেৰে শুই আছে জুবিন, ভালপোৱাধৰণেই আজিও মূৰত বান্ধিছে গামোছা, শান্ত সমাহিত জুবিনক দেখি সকলোকে বাগৰিছে চকুলো

আজি শুদ্ধ বগা সাজেৰে শুই আছে জুবিন, ভালপোৱাধৰণেই আজিও মূৰত বান্ধিছে গামোছা, শান্ত সমাহিত জুবিনক দেখি সকলোকে বাগৰিছে চকুলো

editor by editor
September 21, 2025
in জীৱনশৈলী, ভাৰত
0
আজি শুদ্ধ বগা সাজেৰে শুই আছে জুবিন, ভালপোৱাধৰণেই আজিও মূৰত বান্ধিছে গামোছা, শান্ত সমাহিত জুবিনক দেখি সকলোকে বাগৰিছে চকুলো
0
SHARES
120
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিথৰ হৈ শুই আছে অথচ আজিও উজ্জ্বল সেই মুখ৷ সদায় ৰঙীন পোছাকেৰে উজ্বলি থকা জুবিনে আজি শুদ্ধ বগা কাপোৰ পৰিধান কৰি শুই আছে৷ জাতীয় পোছাকত থকা জুবিনৰ মূৰত কিন্তু আজিও আছে চিৰপৰিচিত গামোছাখন৷ মূৰত টুপি পিন্ধি বা গামোছা বান্ধি ভালপাইছিল জুবিনে৷ জুবিনে ভালপোৱাধৰণেই তেওঁৰ মূৰত আজিও বান্ধি দিয়া হৈছে এখন গামোছা৷

আজি খুবেই শান্ত জুবিন৷ আজি জুবিন খালি ভৰিৰে৷ কোনেও আৰু জুবিনক এতিয়া ক’ব নোৱাৰে কিয় দুই ৰঙী দুপাত জোতা পিন্ধিছে৷ আজি জুবিনে চকুত পিন্ধি থকা নাই কোনো ৰঙীন ছানগ্লাছ৷ দুচকু জপাই শুই থকা জুবিনক আজি কোনেও উৎপতীয়া লৰাটো বুলি ক’ব নোৱাৰে৷ চিৰনিদ্ৰাত শুই থকা জুবিনক এতিয়া যেন কেৱল শান্তিৰ প্ৰয়োজন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কপালত ৰাজযোগ আছে নেকি? এই সংকেতৰ পৰা বুজি লওক
জীৱনশৈলী

May 7, 2026
চুলি সৰা আৰু ওজন পৰিৱৰ্তন, হ’ব পাৰে PCOD ৰ লক্ষণ!
জীৱনশৈলী

দক্ষিণ আৰু পশ্চিম দিশত শোৱে নেকি? হ’ব পাৰে PCOD ৰ লক্ষণ!

May 7, 2026
কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?
জীৱনশৈলী

কেৰিয়াৰত বাধা আৰু সম্পৰ্কত তিক্ততা… কুণ্ডলীত আছে নেকি কোনো দোষ?

May 7, 2026
Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?
জীৱনশৈলী

Surya Grahan: দিনতে হ’ব অন্ধকাৰ! কেতিয়া মিলিব শতিকাৰ আটাইতকৈ দীঘলীয়া সূৰ্যগ্ৰহণ?

May 7, 2026
Next Post
জুবিনে মোক এনেধৰণে সজাই থৈ গ’ল যে, মই জীৱনটোক লৈ ভয় নাখাই Challenge হিচাপে ল’ব পাৰিমঃ গৰিমা শইকীয়া গাৰ্গ

জুবিনে মোক এনেধৰণে সজাই থৈ গ'ল যে, মই জীৱনটোক লৈ ভয় নাখাই Challenge হিচাপে ল'ব পাৰিমঃ গৰিমা শইকীয়া গাৰ্গ

ছিংগাপুৰত প্ৰকৃততে কি হৈছিল? A-Z তথ্য, শেখৰ গোস্বামীয়ে কি কৈছে ঘটনা সম্পৰ্কত? কেনেকৈ অসম পালেহি শেখৰ গোস্বামী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন