গ্ৰেপ্তাৰ শেখৰজ্যোতি গোস্বামী
SIT দলে বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছে শেখৰজ্যোতিক
ছিংগাপুৰলৈ জুবিন গাৰ্গৰ সৈতে গৈছিল শেখৰজ্যোতি
জুবিন গাৰ্গৰ বাদ্য সহযোগী আছিল শেখৰজ্যোতি
ছিংগাপুৰৰ দুৰ্ঘটনাৰ সময়তো জুবিনৰ কাষত আছিল শেখৰজ্যোতি
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















