অৱশেষত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শর্মাক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে।

ইতিমধ্য জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ দুই মূল অভিযুক্তক ১৪ দিনৰ CIDৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

হেণ্ডকাফ লগাই অসম আৰক্ষীয়ে CID কাৰ্যালয়লৈ লৈ আহে অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শর্মাক।

সিদ্ধাৰ্থ শর্মাৰ পৰা জুবিন গাৰ্গে ব্যৱহাৰ কৰা ম’বাইলটো উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

জুবিন গাৰ্গৰ মৃত্যুৰ পিছৰে পৰাই বিগত ১২ দিনে সিদ্ধাৰ্থ শৰ্মাৰ হাতত আছিল জুবিনৰ ম’বাইল।

ম’বাইলৰ উপৰিও জুবিন গাৰ্গৰ অন্যান্য কিছু সামগ্ৰী উদ্ধাৰ কৰিছে সিদ্ধাৰ্থৰ পৰা।

শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ১৮/২৫ নম্বৰত গোচৰ ৰুজু কৰা হৈছে।

BNSৰ ১২টা ধাৰা সন্নিবিষ্ট কৰা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে।