• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনতেৰাছত এই ৫ সামগ্ৰী ক্ৰয় কৰিলেই ঘোৰ অমঙ্গল! অভাৱ দূৰ নহ’ব আপোনাৰ

3 months ago
কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

19 minutes ago
উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

2 hours ago
মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

3 hours ago
ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

5 hours ago
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

6 hours ago
অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

1 day ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধনতেৰাছত এই ৫ সামগ্ৰী ক্ৰয় কৰিলেই ঘোৰ অমঙ্গল! অভাৱ দূৰ নহ’ব আপোনাৰ

ধনতেৰাছত এই ৫ সামগ্ৰী ক্ৰয় কৰিলেই ঘোৰ অমঙ্গল! অভাৱ দূৰ নহ’ব আপোনাৰ

editor by editor
October 11, 2025
in জীৱনশৈলী
0
ধনতেৰাছত এই ৫ সামগ্ৰী ক্ৰয় কৰিলেই ঘোৰ অমঙ্গল! অভাৱ দূৰ নহ’ব আপোনাৰ
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ধনতেৰাছ সুখ, সমৃদ্ধিৰ দিন৷ কাতি মাহৰ ত্ৰয়োদশীত ধনতেৰাছ পালিত হয়৷ দীপাৱলিৰ পাঁচ দিনৰ প্ৰথম দিন হৈছে ধনতেৰাছ৷ ধন সম্পদৰ দেৱতা কুবেৰ আৰু আয়ুৰ্বেদৰ দেৱতা ভগৱান ধন্বন্তৰিক এইদিনটোত পূজা কৰা হয়৷ ধনতেৰাছক ধন্বন্তৰী ত্ৰয়োদশীও কোৱা হয়৷

ধনতেৰাছত কিছু সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থকা উচিত৷ অন্যথা ঘৰত দৰিদ্ৰ আহিব৷ জানি থওক কি কি সামগ্ৰী ধনতেৰাছত ক্ৰয় নকৰিব?

ধৰাল বস্তু

ধনতেৰাছৰ দিনা ক্ৰয় বিক্ৰয় কৰাৰ সময়ত ধৰাল সামগ্ৰী কিনাটো অশুভ৷ ছুৰি, কেঁচি ইত্যাদি ক্ৰয় কৰা খুবেই অশুভ বুলি কোৱা হয়৷ ঘৰত এইসমূহ সামগ্ৰীয়ে বাস্তুদোষৰ সৃষ্টি কৰে৷

ক’লা সামগ্ৰী

ধনতেৰাছৰ দিনা ক’লা সামগ্ৰী ক্ৰয় কৰাৰ পৰা বিৰত থকা উচিত৷ ধনতেৰাছ এক খুবেই শুভ দিন, যেতিয়া ক’লা ৰং সকলো সময়তে অশুভ প্ৰতীক হিচাপে বিবেচিত হয়৷ সেয়ে ধনতেৰাছৰ দিনা ক’লা ৰঙৰ সামগ্ৰী এৰাই চলা উচিত৷ ইয়াৰোপৰি এই দিনটোত ক’লা ৰঙৰ পোছাক পিন্ধাও উচিত নহয়৷

প্লাষ্টিকৰ পণ্য

ধনতেৰাছৰ দিনা প্লাষ্টিকেৰে তৈয়াৰী সামগ্ৰী ক্ৰয় কৰা উচিত নহয়৷ ঘৰত প্লাষ্টিকৰ সামগ্ৰী আনিলে বাস্তুৰ দিশৰ পৰা সেয়া সঠিক নহয়৷ সেয়ে ধনতেৰাছৰ দিনা প্লাষ্টিকৰ সামগ্ৰী ক্ৰয় কৰা উচিত নহয়৷

লোহাৰ সামগ্ৰী ক্ৰয় নকৰিব

ধনতেৰাছৰ দিনা লোহাৰে তৈয়াৰী সামগ্ৰী ক্ৰয় কৰা উচিত নহয়৷ আপুনি যদি লোহাৰ পাত্ৰ কিনিব খুজিছে তেন্তে ধনতেৰছৰ আগতে বা পিছত ক্ৰয় কৰিব৷

খালী পাত্ৰ নিকিনিব

ধনতেৰাছৰ দিনা কেতিয়াও খালী পাত্ৰ ক্ৰয় কৰা উচিত নহয়৷ বিশ্বাস কৰা হয় যে, এক খালি পাত্ৰই ঘৰৰ অৰ্থনৈতিক অৱস্থাৰ ওপৰত ভাল প্ৰভাৱ নেপেলায়৷ সেয়ে ঘৰত বাচন অনাৰ পূৰ্বে পানী বা অন্য কোনো সামগ্ৰী ভৰাইহে আনিব৷

ধনতেৰাছ ২০২৫ কেতিয়া?

এইবছৰ ১৮ অক্টোবৰ শনিবাৰে ধনতেৰাছ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?
জীৱনশৈলী

January 15, 2026
মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ
জীৱনশৈলী

মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

January 15, 2026
ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়
জীৱনশৈলী

ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

January 15, 2026
প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
জীৱনশৈলী

প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

January 15, 2026
Next Post
কমিব ঋণৰ বোজা, এনিশাতে সলনি হ’ব ভাগ্য! দীপাৱলিত এই কাম কৰিলে সমগ্ৰ বছৰ লক্ষ্মীৰ আশীৰ্বাদ পাবই

কেনেকৈ ভিছেৰা পৰীক্ষা কৰা হয়? জুবিনৰ ভিচেৰা ৰিপৰ্টে সলনি কৰিব নেকি তদন্তৰ গতি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন