• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কভিড-১৯ য়ে শুক্ৰাণুৰ ওপৰতো মাৰাত্মক প্ৰভাৱ পেলাইছে, ইয়াৰ প্ৰভাৱ পৰিছে সন্তানৰ ওপৰতো, কিন্তু কেনেকৈ?

কভিড-১৯ য়ে শুক্ৰাণুৰ ওপৰতো মাৰাত্মক প্ৰভাৱ পেলাইছে, ইয়াৰ প্ৰভাৱ পৰিছে সন্তানৰ ওপৰতো, কিন্তু কেনেকৈ?

9 months ago
FIFA World Cup 2026: নেইমাৰৰ পিছত এইগৰাকী খেলুৱৈয়ে ল’লে অৱসৰ, ক্রিষ্টিয়ানো ৰোনাল্ডোৰো এয়া শেষ বিশ্বকাপ

FIFA World Cup 2026: নেইমাৰৰ পিছত এইগৰাকী খেলুৱৈয়ে ল’লে অৱসৰ, ক্রিষ্টিয়ানো ৰোনাল্ডোৰো এয়া শেষ বিশ্বকাপ

34 minutes ago
মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!

মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!

1 hour ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

দুখ-দৰিদ্ৰতা আঁতৰিব, মাত্ৰ সোমবাৰে এইদৰে কৰক শিৱৰ পূজা!

2 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

14 hours ago
পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

15 hours ago
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

15 hours ago
মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

16 hours ago
১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

17 hours ago
চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

17 hours ago
WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

18 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

19 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কভিড-১৯ য়ে শুক্ৰাণুৰ ওপৰতো মাৰাত্মক প্ৰভাৱ পেলাইছে, ইয়াৰ প্ৰভাৱ পৰিছে সন্তানৰ ওপৰতো, কিন্তু কেনেকৈ?

কভিড-১৯ য়ে শুক্ৰাণুৰ মাৰাত্মক প্ৰভাৱ পেলাইছে, ইয়াৰ প্ৰভাৱ পৰিছে সন্তানৰ ওপৰতো, কিন্তু কেনেকৈ?

editor by editor
October 13, 2025
in জীৱনশৈলী
0
কভিড-১৯ য়ে শুক্ৰাণুৰ ওপৰতো মাৰাত্মক প্ৰভাৱ পেলাইছে, ইয়াৰ প্ৰভাৱ পৰিছে সন্তানৰ ওপৰতো, কিন্তু কেনেকৈ?
0
SHARES
740
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা সময়ত সমগ্ৰ পৃথিৱীত ধ্বংসলীলা চলাইছিল কভিড ১৯য়ে৷ এই সংক্ৰমণত আক্ৰান্ত হৈ বহুতেই প্ৰাণ হেৰুৱাইছে৷ ইয়াৰোপৰি বহুতৰেই বেয়া হৈছে হাওঁফাও, হাৰ্ট আৰু কিডনিৰ দৰে অংগ৷ এইসমূহৰ ওপৰিও নতুন এক গৱেষণাত প্ৰকাশ পাইছে আন এক তথ্য৷ এই গৱেষণাত দেখা গৈছে কভিড ১৯ৰ ইনফেকশ্ব্যনৰ ফলত এন্দুৰৰ শুক্ৰাণুত পৰিবৰ্তন আহিছে৷ যাৰ ফলত পৰবৰ্তী প্ৰজন্মৰ মাজত এনজাইটি আৰু উৎকণ্ঠা বৃদ্ধি পাইছে৷ আৰু ইয়াৰ ফলাফল দেখি অবাক লৈ ফ্লোৰ ইনষ্টিটিউট অৱ নিউৰোছায়েন্স এণ্ড মেণ্টেল হেলথ ইন মেলবৰ্ণৰ বিজ্ঞানীও৷

কেনেকৈ কৰা হয় গৱেষণা?

১২ অক্টোবৰত নেচাৰ জাৰ্নেলত প্ৰকাশিত এক গৱেষণাক লৈ উৎসাহিত গৱেষকসকল৷ এই ক্ষেত্ৰত প্ৰথমে পুৰুষ এন্দুৰক কভিড ১৯ত সংক্ৰমিত কৰোৱা হৈছে৷ তাৰপিছত সেই এন্দুৰক সংগম কৰোৱা হৈছে মহিলা এন্দুৰৰ সৈতে৷ ইয়াৰ ফলত যি সন্তানৰ জন্ম হৈছে সেই সন্তানৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে৷ আৰু আচৰণো পৰ্যবেক্ষণ কৰা হৈছে শিশু এন্দুৰটোৰ৷ এই প্ৰসংগত গৱেষণাৰ প্ৰথম লেখক এলিজাবেথ ক্লেইমেনে জনাইছে যে ইনফেকটেড এন্দুৰৰ শিশুটোৰ এনজাইটি বা উৎকণ্ঠাৰ সমস্যা আছে৷ সুস্থ এন্দুৰৰ সন্তানৰ এই সমস্যা নাই৷

ইয়াত তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে সংক্ৰমিত পিতৃৰ সকলো সন্তানৰেই একেই সমস্যা৷ বিশেষকৈ ফিমেইল শিশুসমূহৰ মস্তিষ্কৰ হিপোকেম্পাছ অঞ্চলত কিছু জিনৰ গতিবিধি সলনি হয়৷ বিজ্ঞানীসকলৰ মতে এই সলনি হৈছে এপিজেনেটিক ইনহেৰিটেন্স৷ যাৰ ফলত ব্ৰেইনৰ কাৰ্যকাৰিতা কিছু সলনি হয়৷ সেই কাৰণেই শিশুৰ মাজত বাঢ়ে এনজাইটি৷

লং টাৰ্ম এফেক্টক লৈ এই প্ৰথম গৱেষণা

সন্তানৰ মাজত কভিডৰ এফেক্টক লৈ এই প্ৰথম গৱেষণা৷ প্ৰকৃততে এই ভাইৰাছে পিতৃৰ শুক্ৰাণুত এনে RNA ত সলনি আনে যিয়ে শিশুৰ ব্ৰেইন ডেভেলপমেণ্ট কৰি সেয়া নিয়ন্ত্ৰণ কৰে৷ তাৰ ফলত এনে হয়৷  এই গৱেষণা এন্দুৰৰ ওপৰত কৰা হৈছে সেয়ে গৱেষণা মানুহৰ ক্ষেত্ৰত সঁচা হ’বনে সেয়া জানিব পৰা হোৱা নাই৷ কিন্তু এটা কথা স্পষ্ট যে কভিড ১৯ য়ে সকলোৰে শৰীৰৰ ওপৰত প্ৰভাৱ পেলাইছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!
জীৱনশৈলী

মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰাৰ পূৰ্বে সাৱধান, পৰিব পাৰে বিপদত!

July 6, 2026
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!
জীৱনশৈলী

দুখ-দৰিদ্ৰতা আঁতৰিব, মাত্ৰ সোমবাৰে এইদৰে কৰক শিৱৰ পূজা!

July 6, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

July 5, 2026
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?
জীৱনশৈলী

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

July 5, 2026
Next Post
সিংহাসনত নবহা ৰজা…মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ এটা বিশেষ কবিতাৰে কণ্ঠশিল্পী জুবলীয়ে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায়

সিংহাসনত নবহা ৰজা...মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তৰ এটা বিশেষ কবিতাৰে কণ্ঠশিল্পী জুবলীয়ে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায়

দীপাৱলিত বিৰল ত্ৰিগ্ৰহী যোগ, ঘূৰিব কোন কোন ৰাশিৰ ভাগ্যৰ চকা,  কোন কোন ৰাশিৰ হাতলৈ আহিব টকা?

দীপাৱলিত বিৰল ত্ৰিগ্ৰহী যোগ, ঘূৰিব কোন কোন ৰাশিৰ ভাগ্যৰ চকা, কোন কোন ৰাশিৰ হাতলৈ আহিব টকা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.