দীপাৱলিৰ সময়ত তৈয়াৰ হোৱা এই ত্ৰিগ্ৰহী যোগে সমৃদ্ধি আরু অগ্ৰগতিৰ ইংগিত বহন কৰিছে৷ তুলা, মকৰ আৰু ধনু ৰাশিৰ জাতকে এই সময়ত নতুন সাফল্য আৰ্থিক উন্নতি আৰু পাৰিবাৰিক আনন্দেৰে ভৰপুৰ থাকিব৷ অন্যান্য ৰাশিৰ ব্যক্তিয়েও এই দিনত লক্ষ্মী-গণেশৰ পূজা কৰিলে আৰু প্ৰদীপ জ্বলালে নিজৰ কুণ্ডলীত শুভ প্ৰভাৱ বঢ়াব পাৰিব৷
কি কি গ্ৰহ মিলি গঠন কৰিছে ত্ৰিগ্ৰহী যোগ?
দীপাৱলিৰ দিনা সূৰ্য(ৰাহুৰ ৰজা), বুধ(ব্যৱসায় আৰু বুদ্ধিৰ কাৰক), মঙল(গ্ৰহৰ সেনাপতি) একত্ৰ হৈ তুলা ৰাশিত অৱস্থান কৰিব৷ এই বিৰল সংযোগতেই গঠিত হ’ব ত্ৰিগ্ৰহী যোগ, যিয়ে বহু ৰাশিৰ জাতকৰ জীৱনলৈ সৌভাগ্য, আৰ্থিক লাভ আৰু পদোন্নতিৰ সম্ভাৱনা বঢ়ায়৷ জানি থওক কোন কোন ৰাশিৰ জাতক বিশেষভাৱে উপকৃত হ’ব?
তুলা ৰাশি
এই দীপাৱলিত ত্ৰিগ্ৰহী যোগ আপোনাৰ ৰাশিতেই গঠিত হৈছে৷ সেয়ে এই সময় আপোনাৰ বাবে অত্যন্ত শুভ৷ এই সময়ত আপোনাৰ আত্মবিশ্বাস আৰু আকৰ্ষণীয়তা বৃদ্ধি পাব৷ কৰ্মস্থলত আপোনাৰ পৰিশ্ৰম আৰু দক্ষতাৰ প্ৰশংসা পাব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পন্ন হ’ব৷ পদোন্নতি বা সন্মান পোৱাৰ সম্ভাৱনা আছে৷ স্বাস্থ্য ভালে থাকিব আৰু মানসিক শান্তি অনুভৱ কৰিব৷ অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷ বিবাহিতসকলৰ ক্ষেত্ৰত জীৱনসংগীৰ উন্নতি বা আয় বৃদ্ধি সম্ভৱ৷
ধনু ৰাশি
মকৰ ৰাশি
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















