• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধনতেৰছত জোৰা ৰাজযোগৰ চমক, প্ৰচুৰ অৰ্থলাভ ৫ ৰাশিৰ, তালিকাত মিথুনসহ কোন কোন আছে?

ধনতেৰছত জোৰা ৰাজযোগৰ চমক, প্ৰচুৰ অৰ্থলাভ ৫ ৰাশিৰ, তালিকাত মিথুনসহ কোন কোন আছে?

7 months ago
বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

বাঢ়িছে চাইবাৰ অপৰাধীৰ সংখ্যা! চাইবাৰ অপৰাধীৰ বিৰুদ্ধে বৰপেটাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত বৃহৎ অভিযান

11 minutes ago
বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

20 minutes ago
আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

1 hour ago
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

2 hours ago
হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

2 hours ago
৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

৮বিধ অশুভ সামগ্ৰী শিৱক অৰ্পণ কৰিলেই মহাবিপদ! বিগত জন্মৰ কুকৰ্মৰ ফল এই জন্মত ভোগ কৰিবলগীয়া হয় তেনে ভুলত

3 hours ago
চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

চন্দ্ৰনাথ ৰথক হত্যাঃ কেতিয়া, কেনেকৈ, ক’ৰ পৰা চলিল গুলি? জানি থওক সম্পূৰ্ণ ঘটনাক্ৰম

3 hours ago
পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

পৰিকল্পিতভাৱে ঠাণ্ডা মগজুৰে শেষ কৰা হৈছে চন্দ্ৰনাথক, কি কৈছে চন্দ্ৰনাথৰ পত্নীয়ে?

4 hours ago
সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

সদ্য ঘোষিত এম বি বি এছ পৰীক্ষা ২০২৬ৰ ফলাফলত উজলিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, কোনে দখল কৰিলে প্ৰথম স্থান?

15 hours ago
নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

নক্ষত্ৰ সলনি কৰিব সূৰ্যই, সুখৰ দিন আহিছে এই ৫ৰাশিৰ জাতকৰ বাবে

15 hours ago
পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

পুৰুষ নে মহিলা, কোনে বেছি প্ৰতাৰণা কৰে সংগীক? সঠিক উত্তৰ নাজানে ৯৯শতাংশ লোকেই

16 hours ago
ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

ৰাহুৰ নক্ষত্ৰত বুধৰ প্ৰৱেশ, কেৰিয়াৰত ব্যাপক উন্নতিৰ সম্ভাৱনা ৪ৰাশিৰ জাতকৰ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, May 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধনতেৰছত জোৰা ৰাজযোগৰ চমক, প্ৰচুৰ অৰ্থলাভ ৫ ৰাশিৰ, তালিকাত মিথুনসহ কোন কোন আছে?

ধনতেৰছত জোৰা ৰাজযোগৰ চমক, প্ৰচুৰ অৰ্থলাভ ৫ ৰাশিৰ, তালিকাত মিথুনসহ কোন কোন আছে?

editor by editor
October 16, 2025
in জীৱনশৈলী
0
ধনতেৰছত জোৰা ৰাজযোগৰ চমক, প্ৰচুৰ অৰ্থলাভ ৫ ৰাশিৰ, তালিকাত মিথুনসহ কোন কোন আছে?
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ১৮ অক্টোবৰ শনিবাৰে পালিত হ’ব ধনতেৰছ ২০২৫৷ দীপাৱলিৰ ২ দিন পূৰ্বে কাতিৰ কৃষ্ণা ত্ৰয়োদশী তিথিত ধনতেৰছ পালিত হ’ব৷ এই দিনটো ক্ৰয় বিক্ৰয়ৰ বাবে অত্যন্ত শুভ দিন বুলি ধাৰণা কৰা হয়৷ এই বছৰ ধনতেৰছত বিশেষ শুভ যোগ গঠিত হ’ব৷ দুটাকৈ ৰাজযোগ থাকিব ধনতেৰছত৷ ইয়াৰ মাজত এটা হৈছে হংস ৰাজযোগ আৰু অন্যটো হৈছে বুধাদিত্য ৰাজযোগ?৷ ইয়াৰোপৰি ধনতেৰছত থাকিব ব্ৰহ্ম যোগ৷ কৰ্কট ৰাশিত বৃহস্পতিৰ গোচৰৰ ফলত গঠিত হ’ব হংস ৰাজযোগ আৰু কন্যা ৰাশিত বুধ আৰু সূৰ্যৰ যুঁটিৰ ফলত গঠিত হ’ব বুধাদিত্য ৰাজযোগ৷ জ্যোতিষ গণনাই কৈছে এই দুই ৰাজযোগৰ প্ৰভাৱত দুৰ্দান্ত লাভ হ’ব পাঁচ ৰাশিৰ জাতকৰ৷ জানি থওক এই তালিকাত কোন কোন আছে?

মিথুন ৰাশি

মিথুন ৰাশিৰ দ্বিতীয় ঘৰত গঠিত হ’ব হংস ৰাজযোগ৷ ধনতেৰছত বিপুল অৰ্থলাভ হ’ব মিথুন ৰাশিৰ জাতকৰ৷ নিজৰ কামেৰে সকলোকে মুগ্ধ কৰিব পাৰিব৷ এই সময়ত আপুনি নতুন সম্পত্তি কিনিব পাৰে৷ আত্মবিশ্বাসেৰে তুংগত থাকিব এই ৰাশিৰ জাতক৷ সাংসৰিক মনোমালিন্য দূৰ হ’ব৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিতেই গঠিত হ’ব হংস ৰাজযোগ৷ ইয়াৰ প্ৰভাৱত ধনতেৰছত নতুন ঘৰ বা বাহন কিনিব পাৰে৷ অতিৰিক্ত উপাৰ্জনৰ সুযোগ কাইলৈ পাব৷ নতুন চাকৰিৰ প্ৰস্তাৱো পাব পাৰে৷ আপোনাৰ মনৰ দীৰ্ঘদিনৰ কোনো ইচ্ছা পূৰণ হ’ব পাৰে৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব৷ প্ৰচুৰ আত্মবিশ্বাস বাঢ়িব৷

কন্যা ৰাশি

কন্যা ৰাশিতেই গঠিত হ’ব বুধাদিত্য ৰাজযোগ৷ বুধ আৰু সূৰ্যৰ শুভ প্ৰভাৱৰ ওপৰিও কন্যা ৰাশিৰ একাদশ ঘৰত গোচৰ কৰিব বৃহস্পতিয়ে৷ ইয়াৰ প্ৰভাৱত সুফল পাব কন্যা ৰাশিৰ জাতকে৷ আৰ্থিক পৰিস্থিতি মজবুত হ’ব৷ নতুন সম্পত্তি কিনিব পাৰে৷ কেৰিয়াৰত বৃহৎ উন্নতি কৰাৰ সুযোগ পাব৷

বৃশ্চিক ৰাশি

বৃহস্পতিৰ পঞ্চম দশাত প্ৰভাৱ থাকিব বৃশ্চিক ৰাশিৰ জাতকৰ ওপৰত৷ গুৰুগ্ৰহৰ কৃপাত ধনতেৰছত ভাগ্যৰ পূৰ্ণ সহায় আপোনাৰ জীৱনত থাকিব৷ ব্যৱসায়ত বৃহৎ লাভ কৰিব পাৰে৷ সন্তানৰ দিশৰ পৰা বিশেষ সুখবৰ পাব পাৰে৷ অবিবাহিতসকলৰ বিবাহৰ কথা পাক্কা হ’ব পাৰে৷

মকৰ ৰাশি

মকৰ ৰাশিত থাকিব বৃহস্পতিৰ সপ্তম দশাৰ প্ৰভাৱ৷ ইয়াৰোপৰি এই সময়ত সূৰ্য থাকিব দশম ঘৰত৷ বৃহস্পতি আৰু সূৰ্যৰ জোৰা প্ৰভাৱত উন্নতি কৰাৰ সোণালী সুযোগ আহিব মকৰ ৰাশিৰ জাতকৰ সন্মুখত৷ ধনতেৰছৰ পূৰ্বে মোটা অংকৰ বোনাছ পাব পাৰে৷ পৰিয়ালৰ কাৰোবাৰ পৰা দামী উপহাৰ পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?
জীৱনশৈলী

বায়ুসেনা কৰ্মী হিচাপে দুই দশক দেশৰ সেৱা কৰা চন্দ্ৰনাথ কেনেকৈ শুভেন্দু অধিকাৰীৰ সোঁহাত হৈ উঠিছিল?

May 7, 2026
আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে
জীৱনশৈলী

আজি ভৰণী নক্ষত্ৰত বুধৰ এন্ট্ৰি, চাকৰি আৰু ব্যৱসায়ত উন্নতি কৰিব ৩ৰাশিয়ে

May 7, 2026
ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস
অসম

ৰাজনীতিত ধনেই সৰ্বচ্চ নহয়, কংগ্ৰেছৰ আটাইতকৈ ধনী প্ৰাৰ্থী ৰাহুল ৰয়ক হৰুৱাই বিধায়ক হ’ল বিজেপিৰ আটাইতকৈ দুখীয়া প্ৰাৰ্থী মিলন দাস

May 7, 2026
হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে
জীৱনশৈলী

হাতৰ আঙুলিত এই চিহ্ন আছে নেকি? আপোনাৰ ভাগ্যৰ ৰাজসুখ কোনোৱে কাঢ়িব নোৱাৰে

May 7, 2026
Next Post
৫ বছৰত ১৭ লাখ টকা, এই ছেভিংছ স্কিমত জমা কৰিলে সুদেই পাব ২.৭৪লাখ টকা

৫ বছৰত ১৭ লাখ টকা, এই ছেভিংছ স্কিমত জমা কৰিলে সুদেই পাব ২.৭৪লাখ টকা

পিতৃৰ বাবে ঔষধ আনিবলৈ গৈ কেনেকৈ বাক্সা জিলা কাৰাগাৰৰ সন্মুখত গুলিবিদ্ধ হ’ল দীপক মেধি? কি কৈছে দীপকৰ অসুখীয়া পিতৃয়ে?

পিতৃৰ বাবে ঔষধ আনিবলৈ গৈ কেনেকৈ বাক্সা জিলা কাৰাগাৰৰ সন্মুখত গুলিবিদ্ধ হ’ল দীপক মেধি? কি কৈছে দীপকৰ অসুখীয়া পিতৃয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.