• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দৈনন্দিন কি কি অভ্যাসে বঢ়াই তোলে কৰ্কটক আশংকা? জানি থওক সমূহ ৰিস্ক ফেক্টৰ

দৈনন্দিন কি কি অভ্যাসে বঢ়াই তোলে কৰ্কটক আশংকা? জানি থওক সমূহ ৰিস্ক ফেক্টৰ

9 months ago
বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

6 hours ago
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

6 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

7 hours ago
‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

7 hours ago
জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

জিন্স পেণ্টৰ পকেটৰ ওপৰত এখন সৰু পকেট কিয় থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

আগষ্টত জন্মগ্ৰহণ কৰা ব্যক্তিৰ পৰা সাৱধান, কেতিয়াও নল’ব সহজত!

9 hours ago
ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ,  নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

ভুলতো নাপাহৰিব ব্যক্তিগত ঋণৰ EMI পৰিশোধ কৰিবলৈ, নহ’লে ৰঙাঘৰৰ আলহী হ’ব আপুনি!

9 hours ago
GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

10 hours ago
বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

11 hours ago
জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

12 hours ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

13 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, August 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দৈনন্দিন কি কি অভ্যাসে বঢ়াই তোলে কৰ্কটক আশংকা? জানি থওক সমূহ ৰিস্ক ফেক্টৰ

দৈনন্দিন কি কি অভ্যাসে বঢ়াই তোলে কৰ্কটক আশংকা? জানি থওক সমূহ ৰিস্ক ফেক্টৰ

editor by editor
November 7, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
দৈনন্দিন কি কি অভ্যাসে বঢ়াই তোলে কৰ্কটক আশংকা? জানি থওক সমূহ ৰিস্ক ফেক্টৰ
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ্কট কিয় হয়? ইয়াৰ কোনো নিৰ্দিষ্ট উত্তৰ কাৰো হাতত নাই৷ কাৰোবাৰ ধাৰণা কৰ্কট কেৱল বংশগত ৰোগ৷ কিন্তু চিকিৎসকে কৈছে অনিয়ন্ত্ৰিত লাইফষ্টাইলেও কৰ্কটৰ আশংকা বঢ়াই তোলে৷ অৰ্থাৎ বৰ্তমান অস্বাস্থ্যকৰ জীৱনযাপন কৰ্কটৰ অন্যতম ৰিস্ক ফেক্টৰ৷ কিছু কিছু বিষয় আছে যিসমূহে কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা বঢ়াই তোলে৷ বিশ্ব স্বাস্থ্য সংস্থা WHOয়ে কৈছে যে জীৱনৰ স্বাস্থ্যকৰ অভ্যাসসমূহে ৩০-৫০ শতাংশ পৰ্যন্ত কমাব পাৰে কৰ্কটৰ আশংকা৷ জাতীয় কেন্সাৰ সচেতনতা দিৱসতেই জানি থওক কৰ্কটৰ ৰিস্ক ফেক্টৰসমূহ কি কি?

ধূমপান এৰক

আমেৰিকান কৰ্কট ছচাইটিৰ মতে তামাকজাত দ্ৰব্যত প্ৰায় ৭০ টা কাৰ্ছিনোজেনিক উপাদান আছে৷ ধূমপানে কেৱল হাওঁফাওঁৰ কৰ্কটৰ আশংকাই নবঢ়ায়৷ মুখ, ডিঙি, পাচনতন্ত্ৰসহ শৰীৰৰ বিভিন্ন অংগৰ কৰ্কটৰ কোষ বৃদ্ধি পাব পাৰে ধূমপানত৷ সেয়ে কৰ্কটৰ পৰা হাত সাৰিবলৈ এইসমূহ অভ্যাস ত্যাগ কৰিব লাগিব৷

শৰীৰচৰ্চা কৰা জৰুৰী

দিনৰ ৮-৯ ঘণ্টা লেথাৰিকৈ বহি বা শুই থাকিলেও কৰ্কটৰ আশংকা বাঢ়িব পাৰে৷ শৰীৰ যিমান বেছি সক্ৰিয় ৰাখিব সিমানেই সুস্থ জীৱন কটাব পাৰিব৷ দিনত অন্তত ৩০ মিনিট ৱাকিং বা খোজকঢ়া, চাইক্লিং, যোগব্যায়ামৰ দৰে এক্টিভিটি কৰাটো দৰকাৰ৷ ইয়াৰ ফলত শৰীৰৰ হৰমনৰ ভাৰসাম্য বৰ্তি থাকে, ওজন নিয়ন্ত্ৰণত থাকে, প্ৰদাহ কমে আৰু ইমিউনিটি চিষ্টেম শক্তিশালী হয়৷ অবেচিটিৰ সৈতে কৰ্কটৰ যোগ আছে সেয়ে ওজন নিয়ন্ত্ৰণত ৰখা জৰুৰী৷

প্ৰক্ৰিয়াজাত খাদ্য এৰাই চলক

বৰ্তমান কৰ্কটত আক্ৰান্তৰ সংখ্যা বাঢ়ি যোৱাৰ অন্যতম কাৰণ হৈছে প্ৰক্ৰিয়াজাত খাদ্য৷ চেনী মিহলোৱা খাদ্য. বতলত ৰখা ছফ্ট ড্ৰিংকেও কৰ্কটৰ আশংকা বঢ়াই৷ কৰ্কটৰ সৈতে যুঁজ দিবলৈ সেয়ে তাজা ফল, পাচলি বেছিকৈ খাওক৷ ইয়াত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে কোষৰ ক্ষয় প্ৰতিৰোধ কৰে৷

এলক’হল এৰাই চলক

নেশ্ব্যনেল কেন্সাৰ ইনষ্টিটিউটৰ মতে যিমানেই নিয়ন্ত্ৰণত মদ্যপান নকৰক কিয় মদ্যপানৰ ফলত স্তন, লিভাৰ আৰু কলন কেন্সাৰৰ আশংকা বাঢ়ে৷ শৰীৰত এলক’হল ভাঙি এছিটালডিহাইডলৈ পৰিণত কৰে৷ ই এক বিষাক্ত ৰাসায়নিক যিয়ে ডি এন এৰ ক্ষতি কৰি আৰু কেন্সাৰৰ আশংকা বঢ়ায়৷ আনকি মাজে মাজে মদ্যপান কৰিলেও কৰ্কটৰ আশংকা তৈয়াৰ হয়৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক
জীৱনশৈলী

বাৰে বাৰে এলাৰ্জীয়ে অশান্তি কৰিছে নেকি? কেনেকৈ দূৰ কৰিব এই সমস্যা জানক

July 31, 2026
মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক
জীৱনশৈলী

মেকুৰী আগেৰে পাৰ হ’লে সঁচাকৈ দুৰ্ভাগ্য আহে নেকি? জ্যোতিষীয়ে কি ক’লে জানক

July 31, 2026
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ ভাগ্যই কৰিব সহায়, হ’ব ৫ ৰাশিৰ লোক মালামাল!

July 31, 2026
‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী
অসম

‘ভগৱানে মোক মাত্ৰ সহায় কৰিবলৈ পঠিয়াইছে, মই মাত্ৰ মাধ্যমহে!” বন্যাৰ্তক সহায় কৰি ক’লে হুচেইন মানচুৰী

July 31, 2026
Next Post
২০২৬ চন শুভ হ’ব এই ৩ৰাশিৰ বাবে, শনিৰ কৃপাত জীৱনত উন্নতি কৰিব এইকেইটা ৰাশিয়ে

২০২৬ চন শুভ হ’ব এই ৩ৰাশিৰ বাবে, শনিৰ কৃপাত জীৱনত উন্নতি কৰিব এইকেইটা ৰাশিয়ে

বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

বক্ৰী হ’ব বৃহস্পতি, ২৫ দিন ধৰি এই ৪ ৰাশিৰ জীৱনত অশান্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.