• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উজ্বলি উঠিব ভাগ্য, ২০২৬ চনত কেৰিয়াৰৰ গ্ৰাফে আকাশ চুব মকৰসহ কোন ৫ৰাশিৰ?

উজ্বলি উঠিব ভাগ্য, ২০২৬ চনত কেৰিয়াৰৰ গ্ৰাফে আকাশ চুব মকৰসহ কোন ৫ৰাশিৰ?

11 months ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

1 hour ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

2 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

2 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

3 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

3 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

4 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

4 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

5 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

6 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

6 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

8 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

উজ্বলি উঠিব ভাগ্য, ২০২৬ চনত কেৰিয়াৰৰ গ্ৰাফে আকাশ চুব মকৰসহ কোন ৫ৰাশিৰ?

উজ্বলি উঠিব ভাগ্য, ২০২৬ চনত কেৰিয়াৰৰ গ্ৰাফে আকাশ চুব মকৰসহ কোন ৫ৰাশিৰ?

editor by editor
November 22, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
উজ্বলি উঠিব ভাগ্য, ২০২৬ চনত কেৰিয়াৰৰ গ্ৰাফে আকাশ চুব মকৰসহ কোন ৫ৰাশিৰ?
0
SHARES
2.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২০২৬ আহিবলৈ বেছি দিন নাই৷ জ্যোতিষ অনুসৰি আগন্তুক বছৰ গ্ৰহ-নক্ষত্ৰৰ অৱস্থান পৰিবৰ্তন হ’ব৷ আগন্তুক ২ জুন মকৰ ৰাশিত প্ৰৱেশ কৰিব বৃহস্পতিয়ে, ইয়াৰপাছতেই অতিচাৰী হৈ অক্টোবৰত বৃহস্পতিয়ে গোচৰ কৰিব সিংহ ৰাশিত৷ ইয়াৰোপৰি ২৫ নৱেম্বৰত ৰাশি পৰিবৰ্তন কৰিব ৰাহু আৰু কেতুৱে৷ আগন্তুক বছৰ আৰম্ভ হ’ব শনিৰ বক্ৰীদশা৷ গ্ৰহৰ এই সকলো অৱস্থানৰ প্ৰভাৱত ২০২৬ত চকুত লগা উন্নতি কৰিব পাঁচ ৰাশিৰ জাতকে৷ জানি থওক তালিকাত কোন কোন আছে?

বৃষ ৰাশি

বৈদিক জ্যোতিষ অনুসৰি ২০২৬ত ভাল সময় কটাব বৃষ ৰাশিৰ জাতকে৷ এই সময়ত আপোনাৰ পাৰ্টনাৰৰ সৈতে সম্পৰ্কত মাধুৰ্য থাকিব৷ সন্তানহীন দম্পতিসকলৰ কোলালৈ সন্তান আহিব পাৰে৷ আৰ্থিকভাৱেও ২০২৬ চন লাভজনক হ’ব বৃষ ৰাশিৰ জাতকৰ বাবে৷ আগন্তুক বছৰত প্ৰচুৰ সম্পত্তি লাভ কৰাৰ সুযোগ আহিব আপোনালৈ৷

মিথুন ৰাশি

২০২৬ চনত সকলো কামত ভাগ্যৰ সহায় হ’ব মিথুন ৰাশিৰ জাতকৰ৷ ব্যৱসায়িক সম্পৰ্কসমূহ পূৰ্বতকৈ মজবুত হ’ব৷ ইয়াৰ ফলত আপুনি আৰ্থিকভাৱেও লাভৱান হব৷ যিসকলে ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাৱিছে তেওঁলোকে বিদেশত নিজৰ ব্যৱসায় বঢ়োৱাৰ সুযোগ পাব৷ আপোনাৰ কঠোৰ পৰিশ্ৰমে অফিচত সকলোৰে প্ৰশংসা পাব৷

কৰ্কট ৰাশি

জ্যোতিষশাস্ত্ৰই কৈছে ২০২৬ চনত সৌভাগ্যক নিজৰ কাষত পাব কৰ্কট ৰাশিৰ জাতকে৷ আপোনাৰ মনলৈ এনে ভাৱ আহিব যেন ভগৱানে আপোনাৰ সহায়তা কৰিছে৷ চাকৰিয়ালে আগন্তুক বছৰত কেৰিয়াৰত উন্নতি কৰাৰ বহু সুযোগ পাব৷ যিসকলে চৰকাৰী চাকৰিৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে আগন্তুক বছৰত সাফল্য পাব৷

মকৰ ৰাশি

পেছাগতভাৱে আগন্তুক বছৰত উন্নতিৰ এটাৰ পাছত আনটো সুযোগ আহিব মকৰ ৰাশিৰ জাতকৰ সন্মুখত৷ অফিচত চিনিয়ৰে আপোনাৰ কামৰ প্ৰশংসা কৰিব৷ কৰ্মক্ষেত্ৰত ক্ষমতা আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ ব্যৱসায়ীয়েও উন্নতি কৰিব পাৰে৷ সন্মুখৰ বছৰত আপোনাৰ আয় বাঢ়িব৷ ধৰ্মীয় যাত্ৰালৈ যাব পাৰে মকৰ ৰাশিৰ জাতক৷

কুম্ভ ৰাশি

জ্যোতিষ গণনা অনুসৰি ২০২৬ চন স্পেছিয়েল হ’ব কুম্ভ ৰাশিৰ জাতকৰ বাবে৷ আগন্তুক বছৰ আপোনাৰ মাজত সৃজনশীলতা বৃদ্ধি পাব৷ নিজৰ চেঞ্চ অফ হিউমাৰেৰে বহুতৰে মন জয় কৰিব পাৰিব৷ অফিচত কামত পজিটিভ পৰিবেশ বৰ্তি থাকিব৷ সন্মুখৰ বছৰত আপোনাৰ উপাৰ্জন আৰু সঞ্চয়ৰ পৰিমাণ দুয়োটাই বাঢ়িব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
জীৱনশৈলী

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

October 17, 2026
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

October 17, 2026
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ
ভাৰত

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

October 17, 2026
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই
জীৱনশৈলী

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

October 17, 2026
Next Post
কাইলৈৰ পৰা সাৱধানে থাকক ৩ৰাশি, বুধৰ বক্ৰীত দুঃসময় এইকেইটা জাতকৰ

কাইলৈৰ পৰা সাৱধানে থাকক ৩ৰাশি, বুধৰ বক্ৰীত দুঃসময় এইকেইটা জাতকৰ

শৰীৰত ভিটামিন-খনিজৰ ঘাটি? ৫ লক্ষণক গুৰুত্ব নিদিলে মাৰাত্মক ৰোগে শৰীৰত বাঁহ বান্ধিব পাৰে

শৰীৰত ভিটামিন-খনিজৰ ঘাটি? ৫ লক্ষণক গুৰুত্ব নিদিলে মাৰাত্মক ৰোগে শৰীৰত বাঁহ বান্ধিব পাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.