• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ!  লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ

5 months ago
জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?

2 minutes ago
দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

31 minutes ago
TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

58 minutes ago
১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

1 hour ago
লিভাৰৰ সমস্যা জনাই দিয়ে ভৰিয়েই! ভৰিৰ কি কি লক্ষণ দেখিলে বুজিব আপোনাৰ লিভাৰে অসুস্থতাৰ সংকেত দিছে?

17 hours ago
ইতিহাসে মনত ৰাখিব বংগৰ এই ৩নাৰীক, বিধায়ক হোৱা ৰত্না দেৱনাথ, ৰেখা পাত্ৰ, কলিতা মাঞ্জীৰ সৈতে কি ভয়ংকৰ ঘটনা কৰিছিল মমতাৰ দলে?

ইমান খং কিয় উঠিল প্ৰিয়ংকাৰ? মঞ্চৰ সন্মুখৰ ঘটনা সকলোৱে দেখিছে, আঁৰত কি কাৰণ?

18 hours ago
মঙ্গলৰ ৰুচক যোগত মে মাহজুৰি উন্নতিৰ জোৱাৰ, কোন ৪ৰাশিৰ ওপৰত অৰ্থবৃষ্টি হ’ব?

হাৰ্টত অক্সিজেনৰ ঘাটি? ৫ লক্ষণ দেখিলেই বুজিব হাৰ্ট এটেকৰ বিপদ আহি আছে আপোনাৰ

19 hours ago
সংখ্যাগৰিষ্ঠতা থাকিও মুখ্যমন্ত্ৰী হোৱাৰ পথত বাধা আহিছে থালাপতি বিজয়ৰ, কংগ্ৰেছৰ সমৰ্থনেহে পূৰ্ণ কৰিব নেকি বিজয়ৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন?

20 hours ago
মঙ্গল-শনিৰ দ্বিদ্বাদশ দৃষ্টি যোগ, ব্যাপক আৰ্থিক লাভৰ সম্ভাৱনা, ফুলিব ৪ৰাশিৰ কঁপাল

সাংবিধানিক শিষ্টাচাৰ নামানিলে মমতা বেনাৰ্জীয়ে! মমতা বেনাৰ্জীয়ে শেষপৰ্যন্ত পদত্যাগ নকৰিলে কেনেকৈ শপত ল’ব নতুন চৰকাৰে?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, May 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ! লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ

২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ! লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ

editor by editor
December 5, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ!  লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ
0
SHARES
612
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুজন প্ৰাপ্তবয়স্কই একেলগে বিচাৰিলে একত্ৰবাস কৰিব পাৰে৷ বিবাহৰ আইনী বয়স নহলেও একেলগে থাকিব পাৰে তেওঁলোক৷ তেওঁলোকৰ সাংবিধানিক অধিকাৰক বয়সৰ সীমা দেখুৱাই খৰ্ব কৰিব নোৱাৰিব৷ এই কথা জনাইছে ৰাজস্থান হাইকৰ্টে৷ দেশত ১৮ বছৰ বয়স হলেও ২১ বছৰৰ পূৰ্বে পুৰুষৰ বিবাহ বৈধ নহয়৷ বিবাহৰ বয়স হোৱাৰ পূৰ্বে তেওঁলোকে এতিয়াৰে পৰা লিভ ইনত থাকিব পাৰিব৷ এই পৰ্যবেক্ষণ ৰাজস্থান হাইকৰ্টৰ৷

১৮ বছৰৰ এগৰাকী তৰুণী আৰু ১৯ বছৰৰ এজন তৰুণে সুৰক্ষা বিচাৰি ৰাজস্থান হাইকৰ্টত আবেদন কৰিছিল৷ তেওঁলোক দুজনেই কোটাৰ বাসিন্দা৷ আবেদনকাৰীয়ে কৰ্টত জনাই, স্বেচ্ছাই একত্ৰবাস কৰিব খুজিলে তেওঁলোক একেলগে থাকিব পাৰিব৷ একেলগে থাকিব বুলি ২০২৫ চনৰ ২৭ অক্টোবৰত তেওঁলোক চুক্তিবদ্ধ হৈছে৷ অভিযোগ যে তাৰপিছৰে পৰাই তৰুণীৰ পৰিয়ালে এই প্ৰেমিক যুগলক প্ৰাণে মাৰি পেলোৱাৰ ভাবুকিও দিছিল৷ তেওঁলোকৰ এই সম্পৰ্কৰ বিৰোধীতা কৰিছিল৷ এই বিষয়ক লৈ কোটা আৰক্ষীৰ কাষ চাপিও লাভ হোৱা নাছিল বুলি অভিযোগকাৰীয়ে কৰ্টত জনাইছে৷

যুগলক এই পিটিছনৰ কোৰ্টত বিৰোধিতা কৰিছে আইনজীৱী বিবেক চৌধুৰীয়ে৷ তেওঁ জনাই যে তৰুণৰ বয়স এতিয়াও ২১ বছৰ হোৱা নাই৷ সেয়ে তেওঁলোকক একেলগে থকাৰ অনুমতি দিব নালাগে৷ উল্লেখ্য যে আমাৰ দেশৰ পুৰুষৰ বিবাহৰ আইনী বয়স হৈছে ২১ বছৰ৷ মহিলাৰ ১৮ বছৰ৷ কিন্তু লিভ ইনৰ ক্ষেত্ৰত এই কথা মানি লোৱা নাই ৰাজস্থান হাইকৰ্টে৷ তেওঁলোকৰ পৰ্যবেক্ষণ যে সংবিধানৰ ২১ ধাৰা অনুসৰি জীয়াই থকা আৰু ব্যক্তিস্বাধীনতাৰ অধিকাৰ সকলোৰে আছে৷

আবেদনকাৰীৰ বিবাহৰ আইনী বয়স হোৱা নাই বুলি সেই অধিকাৰৰ পৰা তেওঁলোকৰ বঞ্চিত কৰিব নোৱাৰিব৷ ন্যায়াধীশ অনুপ ধান্দেৰ পৰ্যবেক্ষণ যে, ‘প্ৰত্যেক মানুহৰ জীৱন আৰু স্বাধীনতা ৰক্ষা কৰাৰ দায়িত্ব আছে ৰাষ্ট্ৰৰ৷’ ভাৰতৰ আইনত লিভ ইন টুগেদাৰ নিষিদ্ধ নহয়৷ এয়া কোনো অপৰাধো নহয়৷ যোধপুৰ আৰু ভিলোৱাৰা আৰক্ষীৰ ছুপাৰক যুগলৰ অভিযোগ গ্ৰহণ কৰি তেওঁলোকক সুৰক্ষা দিবলৈকো উপদেশ দিছে ন্যায়াধীশ ধান্দে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জোঁট বান্ধিব সূৰ্য-বুধে, তিনি ৰাজযোগত পাঁচ ৰাশিৰ ভাগ্য সলনি হ’ব, হাতলৈ ধন আহিব কোন ৫ৰাশিৰ?
জীৱনশৈলী

May 6, 2026
দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?
জীৱনশৈলী

দৰ্পচূৰ্ণ হ’ল গৌৰৱ গগৈৰ! জ্ঞানশ্ৰীয়েই পালে গৌৰৱতকৈ অধিক ভোট, কিয় এই লজ্জাজনক পৰাজয়ৰ সন্মুখীন হ’ল গৌৰৱ?

May 6, 2026
TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?
জীৱনশৈলী

TN07 CM 2026’ নম্বৰপ্লেটক লৈ সামাজিক মাধ্যমত চৰ্চা, ভৱিষ্যতৰ ইংগিত আগতেই দিছিল নেকি থালাপতি বিজয়ে?

May 6, 2026
১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ
জীৱনশৈলী

১৫ মে’ৰ পৰা বৃষ ৰাশিত সূৰ্য, কেৰিয়াৰত উন্নতি, আৰ্থিক লাভ, প্ৰতিপত্তি বাঢ়িব এই ৫ৰাশিৰ

May 6, 2026
Next Post
Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?

বছৰৰ শেষত ৩ ৰাশিত শুভ সূচনা, মঙ্গল-আদিত্য যোগত ৪৫ দিন সুখেই সুখ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন