• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

1 month ago
শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

32 minutes ago
উজনি অসমত নাই এখনো পিছপৰা জিলা!

উজনি অসমত নাই এখনো পিছপৰা জিলা!

59 minutes ago
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

2 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

2 hours ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

4 hours ago
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

4 hours ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

5 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

6 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

6 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

7 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

7 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

গজকেশৰী সংযোগ! 

editor by editor
August 25, 2026
in জীৱনশৈলী, বিবিধ, লেখা
0
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেষ ৰাশি

আজি কৰ্মক্ষেত্ৰত আপুনি ব্যৱহাৰিক আৰু অনুশাসিতভাৱে কাম কৰিব। বাকী থকা কামবোৰ আগবাঢ়িব পাৰে। অৱশ্যে কোনো গুৰুত্বপূৰ্ণ নথি-পত্ৰ বা সিদ্ধান্ত খৰখেদাকৈ নল’ব। ভাই-ভনী বা বন্ধুৰ সৈতে কথা-বতৰা উত্তপ্ত হ’ব পাৰে, সেয়ে তৰ্ক এৰাই চলক। প্ৰেমৰ ক্ষেত্ৰতো আজি বিভ্ৰান্তি থাকিব পাৰে। ডাঙৰ বিনিয়োগ কৰাটো আজি পিছুৱাই দিয়াই ভাল। পৰিয়ালৰ বয়োজ্যেষ্ঠৰ পৰামৰ্শ লওক।
শুভ ৰং-ৰঙা, শুভ সংখ্যা-৯
প্ৰতিকাৰ-হনুমান চল্লিশা পাঠ কৰক

বৃষ ৰাশি

আজি আপোনাৰ মন শান্ত আৰু চিন্তাধাৰা ব্যৱহাৰিক হৈ থাকিব। পৰিয়ালৰ গুৰুত্বপূৰ্ণ বিষয়ত কথা কওঁতে সাৱধান হওক, কিয়নো ভুল বুজাবুজি হ’ব পাৰে। নিজৰ চেহেৰা বা ব্যক্তিত্বক লৈ অতিৰিক্ত চিন্তা নকৰিব। প্ৰেম আৰু ধনৰ বিষয়ত কিছু অনিশ্চয়তা থাকিব পাৰে, সেয়ে ডাঙৰ আৰ্থিক সিদ্ধান্ত নল’ব। কেৰিয়াৰত অগ্ৰগতি স্বাভাৱিকভাৱে হ’ব। ভাই-ভনীৰ সৈতে সম্পৰ্ক ভাল থাকিব। সন্ধিয়া ঘৰত নতুন বস্তু অহাৰ সম্ভাৱনা আছে, যাৰ ফলত আনন্দময় পৰিৱেশ সৃষ্টি হ’ব।
শুভ ৰং: বগা
শুভ সংখ্যা: ৬
প্ৰতিকাৰ: গৰুক সেউজীয়া পশুখাদ্য খুৱাওক।

মিথুন ৰাশি

আজি নিজৰ চিন্তা আৰু ধাৰণা আনৰ আগত প্ৰকাশ কৰাৰ বাবে ভাল দিন। অৱশ্যে কথা কওঁতে শব্দ বাছি ক’ব, নহ’লে ভুল বুজাবুজি হ’ব পাৰে। খং বা আৱেগৰ বশত কোনো সিদ্ধান্ত নল’ব। পুৰণি সম্পৰ্ক এটাক লৈ কিছু স্পষ্টতা লাভ কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত ধৈৰ্য ধৰক। আৰ্থিক বিষয়তো খৰখেদা নকৰিব। কামৰ মাজত জিৰণি লওক। সন্ধিয়া পৰিয়ালৰ সৈতে সময় কটালে মনটো ভাল লাগিব।
ভাগ্যৰ ৰং: সেউজীয়া
ভাগ্যৰ সংখ্যা: ৫
প্ৰতিকাৰ: ছাত্ৰ-ছাত্ৰী বা আৰ্তজনক বহী-কিতাপ দান কৰক।

কৰ্কট ৰাশি

আজি আপোনাৰ ব্যক্তিত্বত জ্ঞান আৰু ইতিবাচকতা প্ৰকাশ পাব। আনেও আপোনাৰ কথা গুৰুত্বসহকাৰে শুনিব। সম্পৰ্ক আৰু অংশীদাৰিত্বৰ ক্ষেত্ৰত ব্যৱহাৰিক হওক আৰু অতিৰিক্ত আৱেগিক নহ’ব। আৰ্থিক ক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। প্ৰেমৰ ক্ষেত্ৰত অলপ সংবেদনশীলতা থাকিব পাৰে, সেয়ে শান্তভাৱে কথা পাতক। স্বাস্থ্য ভাল থাকিব। ধৰ্মীয় কাম-কাজ আৰু আত্মচিন্তাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। ভাই-ভনীৰ সৈতে সম্পৰ্কো উন্নত হ’ব।
শুভ ৰং: হালধীয়া
শুভ সংখ্যা: ৩
প্ৰতিকাৰ: হালধীয়া কাপোৰ বা হালধীয়া মিঠাই দান কৰক।

সিংহ ৰাশি

আজি আপোনাৰ আত্মবিশ্বাস আৰু নেতৃত্বৰ গুণ স্পষ্ট হৈ উঠিব। নতুন কাম আৰম্ভ কৰাৰ বাবে দিনটো শুভ। কিন্তু গুৰুত্বপূৰ্ণ কথা-বতৰা বা নথি-পত্ৰত খৰখেদা নকৰিব। দৈনন্দিন জীৱন আৰু স্বাস্থ্যৰ ক্ষেত্ৰত নতুন ভাল অভ্যাস আৰম্ভ কৰিব পাৰে। কিছু সময় অকলে কটোৱাটো আপোনাৰ বাবে উপকাৰী হ’ব। প্ৰেমৰ ক্ষেত্ৰত সংবেদনশীলতা থাকিব পাৰে। আৰ্থিক দিশটো অনুকূল হৈ থাকিব।
ভাগ্যৰ ৰং: সোণালী
ভাগ্যৰ সংখ্যা: ১
প্ৰতিকাৰ: কপালত কেশৰ বা সেন্দূৰৰ তিলক লগাওক।

কন্যা ৰাশি

আজি আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। পুৰণি সংঘাত সমাধানৰ বাবে দিনটো ভাল, কিন্তু কথা-বতৰা কৰোঁতে সাৱধান হওক। নিজৰ চেহেৰা বা ব্যক্তিত্বক লৈ আত্মসন্দেহ নকৰিব। সৃষ্টিশীল কামত নতুন ধাৰণা আহিব পাৰে। দুপৰীয়াৰ পিছত প্ৰেম আৰু আৰ্থিক বিষয়ত কিছু চিন্তা বা বিভ্ৰান্তি থাকিব পাৰে। কেৰিয়াৰত অগ্ৰগতি স্বাভাৱিক থাকিব। স্বাস্থ্য ভাল থাকিব আৰু বন্ধুৰ পৰা সহায় লাভ কৰিব।
ভাগ্যৰ ৰং: আকাশ নীলা
ভাগ্যৰ সংখ্যা: ৬
প্ৰতিকাৰ: গৰুক ৰুটি খুৱাওক।

তুলা ৰাশি

আজি কেৰিয়াৰত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব। অৱশ্যে কোনো সিদ্ধান্ত খৰখেদাকৈ নল’ব। পৰিয়ালৰ পুৰণি সমস্যা সমাধানৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত কিছু সংবেদনশীলতা থাকিব পাৰে, সেয়ে ধৈৰ্য ধৰক। ডাঙৰ খৰচ বা বিনিয়োগ আজি পিছুৱাই দিয়ক। স্বাস্থ্য সুস্থিৰ থাকিব। সামাজিক ক্ষেত্ৰতো আত্মবিশ্বাস বৃদ্ধি পাব আৰু নতুন সুযোগ আহিব পাৰে।
ভাগ্যৰ ৰং: গোলাপী
ভাগ্যৰ সংখ্যা: ৪
প্ৰতিকাৰ: লক্ষ্মী চলিছা পাঠ কৰক।

বৃশ্চিক ৰাশি

আজি কেৰিয়াৰত আত্মবিশ্বাসী হৈ কাম কৰিব পাৰিব আৰু কঠোৰ পৰিশ্ৰমৰ ভাল ফল লাভৰ সম্ভাৱনা আছে। নিজৰ মতামত ভদ্ৰভাৱে প্ৰকাশ কৰক। খং বা উত্তেজনা নিয়ন্ত্ৰণত ৰাখক। প্ৰেমৰ ক্ষেত্ৰত আৱেগ তীব্ৰ হ’ব পাৰে, সেয়ে খৰখেদাকৈ সিদ্ধান্ত নল’ব। আৰ্থিক ক্ষেত্ৰত দীৰ্ঘম্যাদী স্থিৰতাৰ ইংগিত আছে, কিন্তু আজি ডাঙৰ সিদ্ধান্ত নোলোৱাই ভাল। স্বাস্থ্য স্বাভাৱিক থাকিব। সন্ধিয়া পৰিয়ালৰ সৈতে সময় কটালে মন শান্ত হ’ব।
ভাগ্যৰ ৰং: ৰঙা
ভাগ্যৰ সংখ্যা: ১১
প্ৰতিকাৰ: সেন্দূৰ দান কৰক।

ধনু ৰাশি

আজি আৰ্থিক বিষয়ত আপোনাৰ চিন্তাধাৰা ব্যৱহাৰিক হ’ব। পুৰণি বিনিয়োগ বা বাকী থকা সিদ্ধান্তৰ সমাধান হ’ব পাৰে। গভীৰ চিন্তাই কাম বা ব্যৱসায়ত সফলতা আনিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হওক আৰু শাৰীৰিক কামত খৰখেদা নকৰিব। প্ৰেমৰ ক্ষেত্ৰত পৰিস্থিতি স্বাভাৱিক থাকিব। ভাই-ভনীৰ সৈতে সম্পৰ্ক ভাল হ’ব আৰু ভাল খবৰ পাব পাৰে। ধৰ্মীয় কাম-কাজে মানসিক শান্তি দিব।
ভাগ্যৰ ৰং: ক্ৰীম
ভাগ্যৰ সংখ্যা: ৭
প্ৰতিকাৰ: বান্দৰক গুড় আৰু চানা খুৱাওক।

মকৰ ৰাশি

আজি আপোনাৰ ব্যৱহাৰিকতা, অনুশাসন আৰু দূৰদৰ্শিতা স্পষ্ট হৈ উঠিব। স্থিৰভাৱে সিদ্ধান্ত লোৱাৰ বাবে দিনটো ভাল। অৱশ্যে গুৰুত্বপূৰ্ণ কথা-বতৰা বা নথি-পত্ৰত খৰখেদা নকৰিব। পুৰণি কোনো বিষয় পুনৰ আলোচনালৈ আহিব পাৰে। প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত ভাল আৰু স্থিৰ কথা-বতৰা হ’ব। আৰ্থিক ক্ষেত্ৰত সাধাৰণ সাৱধানতা অৱলম্বন কৰক। স্বাস্থ্য ভাল থাকিব। আপোনজনৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী হ’ব।
ভাগ্যৰ ৰং: নীলা
ভাগ্যৰ সংখ্যা: ৮
প্ৰতিকাৰ: শনি চলিছা পাঠ কৰি ক’লা মচুৰ দাইল দান কৰক।

কুম্ভ ৰাশি

আজি সম্পৰ্ক আৰু অংশীদাৰিত্বৰ ক্ষেত্ৰত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। কিন্তু গুৰুত্বপূৰ্ণ আলোচনা বা চুক্তিত খৰখেদা নকৰিব। আৰ্থিক বিষয়ত সঞ্চয় আৰু খৰচৰ হিচাপ পুনৰীক্ষণ কৰক। কিছু সময় অকলে কটোৱাটো লাভজনক হ’ব। প্ৰেমৰ ক্ষেত্ৰত অলপ সংবেদনশীলতা থাকিব পাৰে। কেৰিয়াৰৰ অংশীদাৰিত্বত সাৱধান হওক। স্বাস্থ্য স্বাভাৱিক থাকিব। সন্তান বা প্ৰেমৰ বিষয়ত আনন্দ লাভ কৰিব পাৰে।
ভাগ্যৰ ৰং: ফিৰোজা
ভাগ্যৰ সংখ্যা: ২
প্ৰতিকাৰ: পিপল গছত পানী আগবঢ়াওক।

মীন ৰাশি

আজি সৃষ্টিশীল কাম আৰু নিজৰ প্ৰতিভা প্ৰকাশৰ বাবে দিনটো বিশেষভাৱে ভাল। নতুন ধাৰণা আহিব পাৰে আৰু নতুন সম্পৰ্ক বা সুযোগ লাভৰ সম্ভাৱনা আছে। দৈনন্দিন কাম আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো আত্মবিশ্বাসী হৈ থাকিব। গুৰুত্বপূৰ্ণ কথা-বতৰা বা ডাঙৰ সিদ্ধান্তত খৰখেদা নকৰিব। প্ৰেম আৰু সামাজিক জীৱনত ভাৰসাম্য বজাই থাকিব। আৰ্থিক অৱস্থা অনুকূল হৈ থাকিব। স্বাস্থ্যৰ বাবে নিয়ম-অনুশাসন মানি চলক আৰু টোপনি-জিৰণিক গুৰুত্ব দিয়ক। বিদেশৰ সৈতে জড়িত কাম বা অধ্যয়ন আগবাঢ়িব পাৰে।
শুভ ৰং: হালধীয়া
শুভ সংখ্যা: ১০
প্ৰতিকাৰ: ‘ওম নমঃ শিৱায়’ মন্ত্ৰ জপ কৰক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24horoscope
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা
অসম

শিক্ষাৰ্থীৰ নামভৰ্তিক লৈ শিক্ষাবিভাগৰ ৭টা বৃহৎ ঘোষণা

October 5, 2026
উজনি অসমত নাই এখনো পিছপৰা জিলা!
অসম

উজনি অসমত নাই এখনো পিছপৰা জিলা!

October 5, 2026
সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ
নিয়োগ

সাক্ষাৎকাৰৰ ভয় নেকি? এই চৰকাৰী চাকৰিত নাই ইণ্টাৰভিউ

October 5, 2026
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?
ভাৰত

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

October 5, 2026
Next Post
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.