• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুটিনলৈ ৬টাকৈ উপহাৰ, অসমৰ চাহ লৈ ৰাছিয়ালৈ উৰা মাৰিলে পুটিন, লগত নিলে কি কি উপহাৰ?

পুটিনলৈ ৬টাকৈ উপহাৰ, অসমৰ চাহ লৈ ৰাছিয়ালৈ উৰা মাৰিলে পুটিন, লগত নিলে কি কি উপহাৰ?

9 months ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

38 minutes ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

2 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

3 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

4 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

16 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

17 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

18 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

18 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

19 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

19 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

19 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুটিনলৈ ৬টাকৈ উপহাৰ, অসমৰ চাহ লৈ ৰাছিয়ালৈ উৰা মাৰিলে পুটিন, লগত নিলে কি কি উপহাৰ?

পুটিনলৈ ৬টাকৈ উপহাৰ, অসমৰ চাহ লৈ ৰাছিয়ালৈ উৰা মাৰিলে পুটিন, লগত নিলে কি কি উপহাৰ?

editor by editor
December 6, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পুটিনলৈ ৬টাকৈ উপহাৰ, অসমৰ চাহ লৈ ৰাছিয়ালৈ উৰা মাৰিলে পুটিন, লগত নিলে কি কি উপহাৰ?
0
SHARES
748
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনক মুঠ ৬টাকৈ উপহাৰ দিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ তালিকাত আছে দেশৰ বিভিন্ন প্ৰান্তৰ বিশেষ বিশেষ সামগ্ৰী আছে৷ অসমৰ চাহ আছে প্ৰথম উপহাৰত৷ ৰুছ প্ৰেছিডেণ্টক দিয়া ৬বিধ সামগ্ৰীৰ তালিকাত প্ৰথমেই আছে অসমৰ চাহ৷ তাৰপিছতেই আছে কাশ্মীৰৰ বিখ্যাত সুগন্ধী মছলা জাফৰান৷ উপহাৰৰ তালিকাত আছে ৰূপৰ ওপৰত বিশেষ কাৰুকাৰ্য থকা টি চেট বা চাহৰ পিয়লা, কেটলি আৰু কেইবাবিধো পাত্ৰ৷  ইয়াৰোপৰি পুটিনৰ এটা ৰূপৰ ঘোঁৰাও উপহাৰ দিছে প্ৰধানমন্ত্ৰী মোদীয়ে৷ এই ঘোঁৰাই মহাৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰিছে৷

ইয়াৰোপৰি উপহাৰৰ টোপোলাত আছে এখন গীতাও৷ ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলন উপলক্ষে দুদিনীয়া ভাৰত ভ্ৰমণলৈ আহিছিল পুটিন৷ বৃহস্পতিবাৰে নিশা প্ৰটকল ভাঙি বিমানবন্দৰলৈ গৈ নিজেই স্বাগত জনাইছিল মোদীয়ে৷ ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কৰ ঘনিষ্ঠতাৰ বাৰ্তা তাতেই স্পষ্ট হৈ পৰিছিল৷ পুটিনৰ হাতত মোদীয়ে তুলি দিছে গীতাৰ এখন ৰাছিয়ান সংস্কৰণ৷ মহাভাৰতৰ যুদ্ধৰ পূৰ্বে অৰ্জুন আৰু শ্ৰীকৃষ্ণৰ মাজত যি কথোপকথন হৈছিল সেয়াই এই গ্ৰন্থত লিপিবদ্ধ আছে৷ গীতা উপহাৰৰ কথা সামাজিকমাধ্যমত নিজেই জনাইছিল মোদীয়ে৷ বন্ধুৰ হাতত উপহাৰ তুলি দিয়া মুহূৰ্তৰ ছবিও তেওঁ পোষ্ট কৰিছে৷ এইসমূহৰ ওপৰিও উপহাৰ হিচাপে দিয়া হৈছে উত্তৰপ্ৰদেশৰ আগৰায়ত তৈয়াৰ কৰা মাৰ্বল পাথৰৰ দবাও৷

উল্লেখ্য যে ২০২৬ চনৰ আৰম্ভণিতেই অসম আৰু পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন আছে৷ সেয়ে পুটিনৰ উপহাৰ চিনাক্তকৰণৰ নেপথ্যত এইকেইখন ৰাজ্যক অগ্ৰাধিকাৰ দিয়াটো প্ৰধানমন্ত্ৰী মোদীৰ অত্যন্ত বুদ্ধিমানৰ কাম বুলিও বহুতে উল্লেখ কৰিছে৷

ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক বিগত কেইবাবছৰত আৰু ঘনিষ্ঠ হৈছে৷ ৰাছিয়াৰ পৰা খনিজ তেল ক্ৰয়ৰ কাৰণে ভাৰতৰ পণ্যত ৫০ শতাংশ শুল্ক আৰোপো কৰিছে আমেৰিকান প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্পে৷ কিন্তু আমেৰিকাৰ চাপ থকা স্বত্ত্বেও ভাৰত পিছুৱাই অহা নাই৷ ৰাছিয়াৰ সৈতে বাণিজ্যনীতিৰো কোনো পৰিবৰ্তন কৰা নাই৷ দিল্লীৰ পৰা আকৌ সেই বাৰ্তাই দিছে পুটিনে৷ প্ৰশ্ন তুলিছে আমেৰিকাই নিজেই যদি ৰাছিয়াৰ তেল কিনিব পাৰে ভাৰতৰ বাধা ক’ত আছে? পুটিনৰ এই যাত্ৰাই দুই দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ বুলি ধাৰণা কৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন
বাণিজ্য

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

August 26, 2026
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…
জীৱনশৈলী

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

August 26, 2026
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?
জীৱনশৈলী

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

August 26, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

August 26, 2026
Next Post
যাত্ৰীসকলৰ সুৰক্ষাৰ দিশটো নাচাই কিয় ইণ্ডিগৰ বাবে নিয়ম শিথিল কৰিলে কেন্দ্ৰই? প্ৰশ্ন তুলিছে পাইলট সংগঠনে

যাত্ৰীসকলৰ সুৰক্ষাৰ দিশটো নাচাই কিয় ইণ্ডিগৰ বাবে নিয়ম শিথিল কৰিলে কেন্দ্ৰই? প্ৰশ্ন তুলিছে পাইলট সংগঠনে

২০২৬ত বৃহস্পতি-শুক্ৰৰ ৰাজযোগ, এই ৰাশিৰ উন্নতিক কোনোৱে ৰখাব নোৱাৰে

২০২৬ত বৃহস্পতি-শুক্ৰৰ ৰাজযোগ, এই ৰাশিৰ উন্নতিক কোনোৱে ৰখাব নোৱাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.