• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

1 week ago
জানুৱাৰী মাহত মহাযোগ! ৪ৰাশিৰ বাবে আশীৰ্বাদ, টকা পইছাৰ উন্নতিৰেই বছৰ আৰম্ভ হ’ব

2 hours ago
NPSৰ নিয়মত কেইবাটাও ডাঙৰ পৰিবৰ্তন, NPSধাৰীয়ে এতিয়াৰে পৰা এবাৰতে উঠাব পাৰিব ৮০শতাংশ পৰ্যন্ত ধন, আৰু কি কি সালসলনি?

3 hours ago
শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা

বুমৰাহৰ ৮ বছৰীয়া পুৰণি ৰেকৰ্ড ভংগ, ইতিহাস ৰচিলে বৰুণ চক্ৰৱৰ্তীয়ে

5 hours ago
পোষ্ট অফিচে দিছে ভাল সুযোগ, এই স্কিমত মাহিলী ৭হাজাৰকৈ জমা কৰিলেই ৰিটাৰ্ণ পাব ২২ লাখ টকা

কাইলৈৰ ৰাশিফলঃ লক্ষ্মীবাৰে ধৃতি যোগ-অনুৰাধা নক্ষত্ৰ, মা লক্ষ্মী আহিব ৫ৰাশিৰ ঘৰলৈ

6 hours ago
iPhone পাব মাত্ৰ ৪০ হাজাৰ টকাত! বছৰৰ শেষ অফাৰত বৃহৎ ডিছকাউণ্ট

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

7 hours ago
নতুন বছৰৰ আৰম্ভণিতেই তৈয়াৰ হ’ব প্ৰতিযুতি যোগ, মুঠিয়ে মুঠিয়ে ধন আহিব ৫ৰাশিৰ হাতলৈ

8 hours ago
চিধা পথেৰে যাত্ৰা কৰিব শনিয়ে, ২০২৬ চনৰ ৭মাহ বিশেষ হ’ব এই ৪ৰাশিৰ জাতকৰ বাবে

9 hours ago
সূৰ্য-শনিৰ লাভ যোগত হ’ব অৰ্থলাভ, আজিয়েই ভাগ্য খুলিব এই ৪ৰাশিৰ জাতকৰ

সংকটত ৰাজধানী, চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয়তে কেৱল ৫০ শতাংশ কৰ্মচাৰী, অন্য়থা জৰিমণা

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, December 17, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?

editor by editor
December 7, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
গৃহঋণ লোৱাৰ পৰিকল্পনা আছে? SBIৰ পৰা ৬০ লাখৰ গৃহঋণত EMI কিমান হ’ব?
0
SHARES
486
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যেতিয়া আপুনি কোনো বেংকৰ পৰা ঋণৰ বাবে আবেদন কৰে তেতিয়া প্ৰথম ধাপ হৈছে আপোনাৰ ক্ৰেডিট স্কোৰ পৰীক্ষা কৰা৷ ই গ্ৰাহকৰ ঋণ গ্ৰহণ আৰু পৰিশোধ কৰাৰ ক্ষমতা সম্পৰ্কে তথ্য প্ৰদান কৰে৷ হোন লোনৰ বাবে ক্ৰেডিট স্কোৰ অত্যন্ত গুৰুত্বপূৰ্ণ৷ আপোনাৰ ক্ৰেডিট স্কোৰ যিমানেই ভাল হব সুদৰ হাৰ সিমানেই কম হব৷ ইয়াৰোপৰি আপুনি আৰু বেছি পৰিমাণত ঋণো পাব পাৰে৷ বিভিন্ন বেংকে গৃহ ঋণৰ ওপৰত বিভিন্ন সুদৰ হাৰ অফাৰ কৰে৷ ঋণ লোৱাৰ পূৰ্বে সেয়ে একাধিক বেংকৰ সুদৰ হাৰ আৰু প্ৰক্ৰিয়াকৰণ ফি জানি থোৱাটো প্ৰয়োজন৷

SBI ৰ গৃহঋণৰ সুদৰ হাৰ

এছ বি আই গৃহঋণৰ সুদৰ হাৰ সাধাৰণতে ৭.৫০ শতাংশৰ পৰা ৮.৭০ শতাংশৰ মাজত থাকে৷ গৃহঋণৰ সৰ্বোচ্চ লাভৰ সুদৰ হাৰ ৭.৭৫ শতাংশৰ পৰা ৮.৯৫শতাংশ পৰ্যন্ত৷ টপ আপ ঋণৰ সুদৰ হাৰ ৮ শতাংশৰ পৰা ১০.৭৫ শতাংশ পৰ্যন্ত৷ টপ আপ গৃহ ঋণৰ সুদৰ হাৰ ৮.২৫ শতাংশৰ পৰা ৯.৪৫ শতাংশ পৰ্যন্ত৷ সম্পত্তিৰ বিপৰীতে ঋণৰ সুদৰ হাৰ ৯.২০ শতাংশৰ পৰা ১০.৭৫শতাংশ পৰ্যন্ত৷ ৰিভাৰ্ছ মৰ্টগেজ ঋণৰ সুদৰ হাৰ ১০.৫৫ শতাংশ পৰ্যন্ত৷ ইয়াৰোপৰি ইন্সটাহোম টপ আপ ঋণৰ সুদৰ হাৰ ৮.৩৫শতাংশ পৰ্যন্ত৷

৬০লাখৰ গৃহঋণত মাহিলী কিস্তি কিমান হ’ব?

যদি আপুনি এছ বি আইৰ পৰা ৮শতাংশ সুদৰ হাৰত ৩০ বছৰৰ বাবে ৬০লাখ টকাৰ গৃহঋণ লয় তেতিয়া প্ৰতিমাহে ই এম আই হ’ব ৪৪,০২৬ টকা৷ ৩০ বছৰৰ বাবে ৬০ লাখ টকাৰ ঘৰৰ বাবে মুঠ মাহিলী ই এম আই হ’ব ৯৮,৪৯,৩১৫ টকা৷ যদি আপুনি ৭.৫০ শতাংশ সুদৰ হাৰত গৃহঋণ পায় তেতিয়া মাহিলী কিস্তি হ’ব ৪১,৯৫৩ টকা৷ ইয়াৰ পাছত মুঠ মাহিলী কিস্তি হ’ব ৯১,৩৩৩ টকা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জানুৱাৰী মাহত মহাযোগ! ৪ৰাশিৰ বাবে আশীৰ্বাদ, টকা পইছাৰ উন্নতিৰেই বছৰ আৰম্ভ হ’ব
জীৱনশৈলী

December 17, 2025
NPSৰ নিয়মত কেইবাটাও ডাঙৰ পৰিবৰ্তন, NPSধাৰীয়ে এতিয়াৰে পৰা এবাৰতে উঠাব পাৰিব ৮০শতাংশ পৰ্যন্ত ধন, আৰু কি কি সালসলনি?
জীৱনশৈলী

NPSৰ নিয়মত কেইবাটাও ডাঙৰ পৰিবৰ্তন, NPSধাৰীয়ে এতিয়াৰে পৰা এবাৰতে উঠাব পাৰিব ৮০শতাংশ পৰ্যন্ত ধন, আৰু কি কি সালসলনি?

December 17, 2025
শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা
জীৱনশৈলী

শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণ, ৬ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব সকলো, কেতিয়া পাব দেখা

December 17, 2025
বুমৰাহৰ ৮ বছৰীয়া পুৰণি ৰেকৰ্ড ভংগ, ইতিহাস ৰচিলে বৰুণ চক্ৰৱৰ্তীয়ে
ক্ৰীড়া

Next Post
আজিৰ পৰাই আৰম্ভ, বছৰৰ প্ৰথমেই আদিত্য মঙ্গল ৰাজযোগ, উজলি উঠিব ৪ৰাশি

নতুন বছৰত ৩ ৰাশিত ধন ৰাজযোগ তৈয়াৰ কৰিব শনিদেৱে, মালামাল হ’ব কোন কোন ৰাশি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন