• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডিচেম্বৰত ভয়ংকৰ শক্তি বাঢ়িব সূৰ্যৰ, বছৰৰ শেষ ৪ ৰাশিয়ে পাব চৰকাৰী চাকৰি

ডিচেম্বৰত ভয়ংকৰ শক্তি বাঢ়িব সূৰ্যৰ, বছৰৰ শেষ ৪ ৰাশিয়ে পাব চৰকাৰী চাকৰি

7 months ago
“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

“তোমাৰো এদিন ব্ৰেক-আপ হ’ব!” সোণাক্ষী-জাহিৰকলৈ কিয় এনকৈ ক’লে চলমানে?

43 minutes ago
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

60 minutes ago
মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

মাত্ৰ ১০ মিনিটতে ঘৰতে পাব ৰন্ধন গেছ! নালাগে কোনোধৰণৰ LPG বুকিঙৰ কাৰ্ড

1 hour ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

2 hours ago
“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

“মই বাহিৰৰ পৰা দুৰ্বল হ’লেও ভিতৰৰ পৰা শক্তিশালী!” সোনম ৱাংচুক সন্দৰ্ভত কি ক’লে উচ্চ ন্যায়ালয়ে?

3 hours ago
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

3 hours ago
ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

ব্যক্তিগত দেহৰক্ষী অবিহনে কষ্ট পায় বিৰাট কোহলীয়ে! বিচিচিআইৰ কি নিয়ম?

4 hours ago
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

5 hours ago
FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

FIFA World Cup: আৰ্জেণ্টিনাই ভংগ কৰিলে ফিফাৰ নিয়ম! নিষেধাজ্ঞা আৰোপ কৰিব নেকি মেছিৰ দলটোক?

6 hours ago
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

7 hours ago
ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

ফিফা বিশ্বকাপত লিয়নেল মেছিৰ যাদু, একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰৱেশ ফাইনেলত

7 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব ভাগ্য উদয়!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ডিচেম্বৰত ভয়ংকৰ শক্তি বাঢ়িব সূৰ্যৰ, বছৰৰ শেষ ৪ ৰাশিয়ে পাব চৰকাৰী চাকৰি

ডিচেম্বৰত ভয়ংকৰ শক্তি বাঢ়িব সূৰ্যৰ, বছৰৰ শেষ ৪ ৰাশিয়ে পাব চৰকাৰী চাকৰি

editor by editor
December 7, 2025
in জীৱনশৈলী
0
ডিচেম্বৰত ভয়ংকৰ শক্তি বাঢ়িব সূৰ্যৰ, বছৰৰ শেষ ৪ ৰাশিয়ে পাব চৰকাৰী চাকৰি
0
SHARES
5.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গ্ৰহৰ ৰজা আৰু খ্যাতি আৰু পিতৃত্বৰ পূৰ্বসূৰী সূৰ্যই এই সময়ত মঙ্গল গ্ৰহৰ বৃশ্চিক ৰাশিত বিৰাজ কৰিছে৷ এই বছৰ শেষ গোচৰ কৰিব সূৰ্যই৷ ১৬ ডিচেম্বৰ ২০২৫ মঙ্গলবাৰে পুৱা ৪ বাজি ২৬ মিনিটত বৃশ্চিক ৰাশিৰ পৰা বাহিৰলৈ ওলাই গুৰু বৃহস্পতিৰ ধনু ৰাশিত প্ৰৱেশ কৰিব৷ আত্মবিশ্বাস, শক্তি, নেতৃত্বৰ ক্ষমতা বঢ়োৱা সূৰ্যৰ এই গোচৰে ৪ ৰাশিৰ জাতকক প্ৰচুৰ লাভ দিব৷ জানি থওক কোন কোন ৰাশিয়ে বছৰৰ শেষত সূৰ্যদেৱৰ কৃপা পাব?

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে সূৰ্যৰ ধনু ৰাশিত গোচৰে খুবেই শুভ পৰিণাম দিব৷ জাতকৰ আত্মবিশ্বাস বাঢ়িব আৰু কাম কৰাৰ ইচ্ছাশক্তি আৰু বাঢ়িব৷ জাতকে নিজৰ দায়িত্বক লৈ ডাঙৰ সিদ্ধান্ত ল’ব পাৰে৷ নতুন বিষয়ৰ ওপৰত কাম কৰাৰ সুযোগ পাব পাৰে৷ ৰৈ থকা অৰ্থ উভতাই পাব৷ আৰ্থিক পৰিস্থিতি সলনি হ’ব৷ ব্যৱসায় সংক্ৰান্তিয় দীৰ্ঘ কোনো যাত্ৰা কৰিব পাৰে৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ বাবে সূৰ্যৰ গোচৰে ভাল সময় কঢ়িয়াই আনিব৷ হঠাৎ কোনো কামত আপোনাৰ প্ৰতিষ্ঠা বাঢ়িব৷ কৰ্মস্থানত সকলোৱে আপোনাৰ কথাত মন দিব৷ ঘৰত কোনো ডাঙৰ দায়িত্ব আপোনাৰ কান্ধলৈ আহিব পাৰে৷ সৃজনশীলতাৰ ক্ষেত্ৰত আপুনি সফলতা পাব৷ প্ৰেম আৰু শিক্ষাৰ সৈতে যুক্ত গোচৰত ইতিবাচকতা বাঢ়িব৷ যাৰ ফলত জীৱনত বেলেন্স আৰু উৎসাহ বাঢ়িব৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতকৰ বাবে সূৰ্যৰ এই ৰাশিত গোচৰে খুবেই ভাল ফল দিব৷ আপোনাৰ ব্যক্তিত্ব আৰু সুন্দৰ হ’ব আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা বাঢ়িব৷ নতুন কাম আৰম্ভ কৰাৰ সময়কাল ভাল৷ পৰিয়াল আৰু সামাজিক ক্ষেত্ৰত জাতকৰ সন্মান বাঢ়িব৷ নতুন কাম আৰম্ভ কৰাৰ সময়কাল ভাল৷ পৰিয়াল আৰু সামাজিক ক্ষেত্ৰত জাতকৰ সন্মান বাঢ়িব৷ অৰ্থৰ অভাল দূৰ হব৷ মন শান্ত থাকিব৷

মীন ৰাশি

মীন ৰাশিৰ জাতকৰ বাবে সূৰ্যৰ এই গোচৰ ভাগ্য উজ্জ্বল কৰিব৷ জাতকৰ আৰ্থিক ৰূপ মজবুত হব৷ ৰৈ থকা সকলো কাম সম্পন্ন হব৷ চিন্তাত ইতিবাচকতা আহিব৷ জাতকে নিজৰ খৰচ নিয়ন্ত্ৰণত আনিব পাৰিব৷ মন শান্ত থাকিব আৰু পিতৃৰ স্বাস্থ্য পূৰ্বতকৈ ভাল হব৷ চাকৰি আৰু ব্যৱসায়ত অহা বাধা দূৰ হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বিবাহিত মহিলাসকলৰ কি বস্তু বুজি নাপায় পুৰুষে? ৯৯% লোকে নাজানে এই কথা

July 16, 2026
কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন
জীৱনশৈলী

কলেষ্টেৰল বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে? অভ্যাস কৰক পৰিৱৰ্তন

July 16, 2026
ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!
জীৱনশৈলী

ভাগ্যই কৰিব সহায়, বুধৰ গতিয়ে সলাব এইকেইটা ৰাশিৰ কেৰিয়াৰ!

July 16, 2026
আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য
জীৱনশৈলী

আজিৰে পৰা আৰম্ভ ৰথ যাত্ৰা, জানক এই উৎসৱৰ মহত্ব আৰু তাৎপৰ্য

July 16, 2026
Next Post
’২৬ৰ প্ৰথম মাহতেই ওচৰাওচৰিকৈ অৱস্থান কৰিব সূৰ্য-শনিয়ে, পঞ্চক যোগত বছৰৰ আৰম্ভণিতেই ধন উপাৰ্জনৰ সুযোগ পাব ৩ ৰাশিয়ে

’২৬ৰ প্ৰথম মাহতেই ওচৰাওচৰিকৈ অৱস্থান কৰিব সূৰ্য-শনিয়ে, পঞ্চক যোগত বছৰৰ আৰম্ভণিতেই ধন উপাৰ্জনৰ সুযোগ পাব ৩ ৰাশিয়ে

এই তিনি অভ্যাসৰ কাৰণে হৃদৰোগৰ আশংকা বাঢ়ে, চল্লিছ পাৰ হ’লেই সলনি কৰক এইকেইটা অভ্যাস

এই তিনি অভ্যাসৰ কাৰণে হৃদৰোগৰ আশংকা বাঢ়ে, চল্লিছ পাৰ হ’লেই সলনি কৰক এইকেইটা অভ্যাস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.