• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাত্ৰ ৫০০০ ৰ SIP কৰিলে ৰিটাৰ্ণ পাব ২০লাখ, ক’ত, কেনেকৈ বিনিয়োগ কৰিব?

মাত্ৰ ৫০০০ ৰ SIP কৰিলে ৰিটাৰ্ণ পাব ২০লাখ, ক’ত, কেনেকৈ বিনিয়োগ কৰিব?

7 months ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

10 minutes ago
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

11 hours ago
তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

তিৰুপতী বালাজীৰ চৰণত অনন্ত আম্বানীয়ে দান কৰিলে চুলি, লগতে কৰিলে ডাঙৰ ঘোষণা!

11 hours ago
অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

12 hours ago
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

13 hours ago
‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

14 hours ago
দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

দুঃখবৰ! দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতাৰ দেহাৱসান

15 hours ago
জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

16 hours ago
পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

পাছপ’ৰ্ট, ক্ৰেডিট কাৰ্ড আৰু ITR ৰ নিয়ম সলনি, ১ জুলাইৰ পৰা আপোনাৰ পকেটত পৰিব প্ৰভাৱ

17 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

8th Pay Commission: ফিটমেণ্ট ফেক্টৰ পৰিৱৰ্তনৰ ফলত আপোনাৰ দৰমহা কিমান বৃদ্ধি পাব?

18 hours ago
বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

বন্ধ হ’ব নেকি পুৰণি ১০, ২০, ৫০ আৰু ১০০ টকীয়া নোট? বেংকে স্পষ্ট কৰিলে এই কথা

19 hours ago
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, June 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাত্ৰ ৫০০০ ৰ SIP কৰিলে ৰিটাৰ্ণ পাব ২০লাখ, ক’ত, কেনেকৈ বিনিয়োগ কৰিব?

মাত্ৰ ৫০০০ ৰ SIP কৰিলে ৰিটাৰ্ণ পাব ২০লাখ, ক’ত, কেনেকৈ বিনিয়োগ কৰিব?

editor by editor
December 11, 2025
in জীৱনশৈলী
0
মাত্ৰ ৫০০০ ৰ SIP কৰিলে ৰিটাৰ্ণ পাব ২০লাখ, ক’ত, কেনেকৈ বিনিয়োগ কৰিব?
0
SHARES
497
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
মিউচুৱেল ফাণ্ড এই সময়ত বিনিয়োগকাৰীৰ আববে এক প্ৰিয় বিনিয়োগ বিকল্প হৈ উঠিছে৷ বেছিভাগ মানুহেই বিনিয়োগৰ বাবে SIP বাচি লয়৷ SIPত প্ৰকৃততে কিস্তিত বিনিয়োগ কৰাৰ সুযোগ দিয়ে৷ যিয়ে বিনিয়োগৰ পৰিমাণ কমাই দিয়ে আৰু কম পৰিমাণে বিনিয়োগ কৰা হলেও এতিয়া এক উল্লেখযোগ্য তহবিল তৈয়াৰ কৰাত সহায় কৰিব পাৰে৷ SIP-ৰ মাধ্যমত বিনিয়োগৰ বাবে ধৈৰ্য্যৰ প্ৰয়োজন৷  SIP কেলকুলেটৰ ব্যৱহাৰ কৰি জানি থওক ৫০০০ টকাৰ মাহিলী SIP বিনিয়োগৰ পৰা ২০ লাখ টকাৰ কৰ্পাছ জমা কৰিবলৈ কিমান সময় লাগিব?

প্ৰতিমাহত ৫০০০ টকাৰ বিনিয়োগৰ ৰিটাৰ্ণ কিমান?

ধৰি লোৱা হ’ল ১২ শতাংশ সুদত যদি কোনো ব্যক্তিয়ে প্ৰতিমাহে ৫০০০ টকা জমা কৰে তেতিয়া ২০ লাখ টকাৰ তহবিল তৈয়াৰ কৰিবলৈ ১৪ বছৰ ধৰি বিনিয়োগ কৰিব লাগিব৷ এই ১৪ বছৰত মূলধন হ’ব ৮৪০,০০০ টকালৈ বৃদ্ধি পাব৷ অন্যহাতে তেওঁ কেৱল সুদ হিচাপেই পাব ১৩৪২,০০০ টকা৷ ১৪ বছৰত ১২ শতাংশ সুদ মিলাই জমা হব মুঠ ২১৮২,০০০ টকা৷

কোন ফাণ্ডে সৰ্বোচ্চ ৰিটাৰ্ণ দিয়ে?

নিপ্পন ইণ্ডিয়া টাইৱান ইক্যুইটি ফাণ্ডে এই বছৰ দেশত সৰ্বোচ্চ ৰিটাৰ্নিং ফাণ্ড হিচাপে ৰেকৰ্ড গঢ়িছে৷ এই এবছৰত ৰিটাৰ্ণ ৪১ শতাংশ প্ৰদান কৰিছে৷ ইয়াত ব্যয় অনুপাত ১.০৪ শতাংশ আৰু AUM ₹৪২১.৫০৮৫  কোটি৷
আনহাতে আদিত্য বিৰলা এছ এল ইণ্টাৰনেশ্ব্যনেল ইক্যুইটি ফাণ্ডে এবছৰত ২৮.৭০শতাংশ ৰিটাৰ্ণ দিছে৷ ইয়াৰ ব্যয় অনুপাত ২.০৮ শতাংশ৷ যি নিপ্পন ইণ্ডিয়া টাইৱান ইক্যুইটি ফাণ্ডৰ ব্যয় অনুপাতৰ দ্বিগুণ৷ এটা কথা জানি থোৱা প্ৰয়োজন যে কেৱল ৰিটাৰ্ণ চাইয়েই বিনিয়োগ কৰা উচিত নহয়৷ সকলো বিষয় ভালধৰণে চালিজাৰি চাইহে বিনিয়োগ কৰা উচিত৷ এই বিষয়ে এজন আৰ্থিক উপদেষ্টাৰ পৰামৰ্শও লব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!
জীৱনশৈলী

আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

June 29, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

June 28, 2026
জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?
জীৱনশৈলী

জুলাইত গ্ৰহই সলাব গতি, কোনবোৰ ৰাশিৰ হ’ব লাভ আৰু কাৰ হ’ব লোকচান?

June 28, 2026
দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
বাণিজ্য

দেশৰ কোন স্থানত সৰ্বাধিক ডালিম পোৱা যায়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

June 27, 2026
Next Post
মাহত ৭০০০ হাজাৰ টকা বিনিয়োগত হাতলৈ আহিব প্ৰায় ৫৮ লাখ, এই চৰকাৰী প্ৰকল্পত টকা ৰাখিলে আপোনাৰ লাভেই লাভ

মাহত ৭০০০ হাজাৰ টকা বিনিয়োগত হাতলৈ আহিব প্ৰায় ৫৮ লাখ, এই চৰকাৰী প্ৰকল্পত টকা ৰাখিলে আপোনাৰ লাভেই লাভ

শোকস্তব্ধ অসমবাসীৰ প্ৰত্যাশিত ন্যায়ৰ বাতৰি লৈ আদালত অভিমুখে SIT দল! ৭০০০ পৃষ্ঠাৰ চাৰ্জশ্বীটতেই আছে জুবিন গাৰ্গৰ মৃত্যুৰ সবিশেষ কাৰণ

শোকস্তব্ধ অসমবাসীৰ প্ৰত্যাশিত ন্যায়ৰ বাতৰি লৈ আদালত অভিমুখে SIT দল! ৭০০০ পৃষ্ঠাৰ চাৰ্জশ্বীটতেই আছে জুবিন গাৰ্গৰ মৃত্যুৰ সবিশেষ কাৰণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.