• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে? ৪০ পাৰ হ’লেই সতৰ্ক হওক, কৰক এইকেইটা কাম

পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে? ৪০ পাৰ হ’লেই সতৰ্ক হওক, কৰক এইকেইটা কাম

2 months ago
কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

2 weeks ago
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

2 weeks ago
ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

ফেব্ৰুৱাৰীৰ শেষদিনত বুধ আৰু শুক্ৰৰ মহাসংযোগ, মাৰ্চত ভাগ্য চমকিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

2 weeks ago
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

2 weeks ago
মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

মাজত মাত্ৰ দুদিন, কুম্ভ ৰাশিলৈ সূৰ্য আহিলেই বুধাদিত্য ৰাজযোগ, সাফল্য আহিব এই ৪ৰাশিৰ হাতলৈ

2 weeks ago
শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

শনিৰ ৰাশিত সূৰ্যগ্ৰহণ, একেলগে পঞ্চগ্ৰহী যোগ, মালামাল হ’ব ৩ৰাশিৰ জাতক

2 weeks ago
ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

ওলোটা পথেৰে যাত্ৰা কৰিব বুধে, লাভেই লাভ এই ৪ৰাশিৰ জাতকৰ

2 weeks ago
বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

বজৰংবলীৰ প্ৰিয় এই ৫ৰাশিৰ জাতক-জাতিকা, সকলো সময়তে বজৰংবলী কাষত থাকে তেওঁলোকৰ

2 weeks ago
UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

UCO বেংকৰ FD ত ১০০,০০০ টকা জমা কৰি লাভ কৰক ৩৮,৭২৩ টকা স্থিৰ সুদ, ৰিটাৰ্ণৰ সকলো তথ্য জানি থওক

2 weeks ago
ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত শুক্ৰাদিত্য ৰাজযোগ, সাফল্য নিশ্চিত ৫ৰাশিৰ ভাগ্যত

2 weeks ago
কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

কথাৰ সুৰ সলনি পাকিস্তান ক্ৰিকেট বৰ্ডৰ, এইবাৰ টি-২০ বিশ্বকাপত ভাৰতৰ সৈতে খেলিবলৈ ৰাজী পাকিস্তান, কিন্তু আছে ৩টা চৰ্ত

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে? ৪০ পাৰ হ’লেই সতৰ্ক হওক, কৰক এইকেইটা কাম

পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে? ৪০ পাৰ হ’লেই সতৰ্ক হওক, কৰক এইকেইটা কাম

editor by editor
December 18, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
পুৰুষতকৈ মহিলাসকল কিয় বেছি আৰ্থ্ৰাইটিছত ভোগে? ৪০ পাৰ হ’লেই সতৰ্ক হওক, কৰক এইকেইটা কাম
0
SHARES
561
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভৰিৰ বিষ প্ৰায়সংখ্যক মহিলাৰেই প্ৰধান সমস্যা৷ বয়সৰ গণ্ডি ৪৫ পাৰ হলেই আঁঠুৰ বিষ প্ৰায়সকলৰে প্ৰধান সমস্যা৷ কিন্তু কিয় এনেকৈ বিষ হয়? এই বিষ কমোৱাৰ উপায় কি?

বৰ্তমান মহিলাসকলৰ মাজত আঁঠু বিষৰ প্ৰৱণতা খুবেই বেছি৷ ভৰিৰ বিষত কষ্ট নোপোৱা মহিলা এতিয়া খুবেই কম৷ কাৰণ মহিলাৰ মাজত হাঁড়ক ক্ষয়ৰ প্ৰৱণতা সৰ্বাধিক৷ যাৰ ফলত আৰ্থ্ৰাইটিছত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক৷ মহিলাৰ ক্ষেত্ৰত ৪০ বছৰ বয়সৰ পাছত আৰু পুৰুষৰ ক্ষেত্ৰত ৭০ বছৰ বয়সৰ পাছত এই ক্ষয় দেখা যায়৷

কিয় এই সমস্যা হয়?

বয়স দৈৰ্ঘ্যৰ অনুপাতে শৰীৰৰ অতিৰিক্ত ওজন, ধূমপান, ব্যায়াম, বহুক্ষণ ধৰি একে স্থানতে একেধৰণে বহি থকা কিংবা থিয় হৈ থকা, অতিৰিক্ত চিৰি বগোৱা, পৰ্যাপ্ত পৰিশ্ৰমৰ অভাৱ, সকলোতেই অষ্টিওআৰ্থ্ৰাইটিছৰ প্ৰধান ৰিস্ক ফেক্টৰ৷ এইক্ষেত্ৰত শৰীৰত কি হয় জানেনে? বয়স বঢ়াৰ লগে লগে হাড়ৰ ঘনত্ব কমিবলৈ আৰম্ভ কৰে৷ মেনোপজৰ পাছত ৰক্ষাকবচ হৰমন ইষ্ট্ৰোজেন কমিবলৈ আৰম্ভ হয় তেতিয়াই অন্যান্য অসুবিধাৰ সৈতে হাড়ৰ সমস্যা বাঢ়িব ধৰে৷ ফলত হাড়ৰ ঘনত্ব কমি থাকে আৰু পেশিও দুৰ্বল হয়৷ ইয়াৰ সৈতে হাড় ক্ষয় যাবলৈ আৰম্ভ কৰে৷ আঁঠুৰ কাৰ্টিলেজ ক্ষয় আঁঠুৰ বিষৰ প্ৰধান কাৰণ৷

কেতিয়া সাৱধান হব?

প্ৰথমে আঁঠু চিধাকৈ ৰাখি তাৰপিছত আঁঠুত হাতেৰে ধৰি যদি ঘূৰাই দিয়ে তেতিয়া এটা শব্দ অনুভৱ কৰিব৷ এই শব্দ কৰা আৰম্ভ হলেই সাৱধান হোৱা জৰুৰী৷ ইয়াক চিকিৎসকৰ পৰিভাষাত কোৱা হয় পাল্পেবল ক্ৰেপিটাছ৷ ইয়াৰোপৰি আৰু কিছু সাধাৰণ লক্ষণ আছে যেনে তলত বহিলে উঠাত অসুবিধা, চিৰি বগোৱাত অসুবিধা আদি৷ যদি সমান ৰাস্তাত খোজ কাঢ়িবলৈকো সমস্যা হৈছে তেন্চে বুজিব যে এডভান্স ষ্টেজলৈ গৈছে আপোনাৰ আৰ্থ্ৰাইটিছ৷

চিকিৎসা কি?

আর্থ্ৰাইটিছ বা হাড়ৰ ক্ষয় দুই ধৰণে হয়৷ প্ৰথমে দুই পৰ্যায়ত ঔষধ কিংবা সাধাৰণ ব্যায়ামৰ মাধ্যমেৰে ঠিক কৰা হলেও গ্ৰেড থ্ৰি পৰ্যায়লৈ গলে ভৰি বেকা হৈ পৰে৷ অসহ্য বিষত অচল হৈ পৰে জীৱন৷ এইক্ষেত্ৰত যদি কোনোৱে স্বাভাৱিক জীৱন উভতাই বিচাৰে তেন্তে নি-জয়েণ্ট ৰিপ্লেছমেণ্ট একমাত্ৰ স্থায়ী আৰু নিৰাপদ সমাধান৷ আজিকালি বহুতেই আছে যে এই পৰ্যায়ত যোৱাৰ পূৰ্বেই অপাৰেছন কৰি পেলায়৷ কিন্তু এয়া সঠিক কাম নহয়৷

 সাৱধানৰ মৰণ নাই

১. সৰুৰে পৰাই নিয়মিত পৰ্যাপ্ত পৰিমাণে শৰীৰচৰ্চা কৰা দৰকাৰ৷ নিয়মিত ৩০ মিনিট খোজ কাঢ়ক৷ অতিৰিক্ত ধূমপান আৰু মদ্যপানে ক্ষতি বঢ়ায়৷ ফাষ্টফুড বা অতিৰিক্ত চৰ্বি সমৃদ্ধ খাদ্য বৰ্জন কৰা জৰুৰী৷

২. এক স্থানত বেছিসময় থিয় হৈ থকা উচিত নহয়৷ অবেচিটি নিয়ন্ত্ৰণ কৰক৷ শৰীৰৰ নিম্নাংশৰ ফেট বা পেটৰ মেদ কমাব পাৰে৷

৩. মেনোপজৰ পাছত যিহেতু শৰীৰত কেলছিয়ামৰ ঘাটি বাঢ়ি যায় তেতিয়া পৃথক কৈ চাপ্লিমেণ্ট লব পাৰে৷ অৱশ্যে চিকিৎসকৰ পৰামৰ্শ মানি চলিব৷

৪. বিশেষকৈ যিসকলৰ এই ৰোগ এবাৰ ধৰা পৰি গলে নিয়মিত ব্যায়াম কৰক৷ ভাল হৈ গৈছে ভাৱি ব্যায়াম এৰি নিদিব৷ অন্যথা পূৰ্বৰ পৰ্যায়লৈ উভতি যাব৷

৫. খাদ্যভাষত দৈ, পাচলি আৰু দুগ্ধজাতীয় খাদ্য ৰাখক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ত্ৰি-একাদশী যোগৰ প্ৰভাৱ, বুদ্ধিৰে সকলোকে পিছ-পেলাব এই ৫ৰাশিৰ জাতকে

February 10, 2026
চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?
চিনেমা

চেক বাউন্স কৰি তিহাৰ জে’লৰ সন্মুখত কান্দি কান্দি ৰাজপাল যাদৱৰ আত্মসমৰ্পণ, ৰাজপালৰ কাষত থিয় দি কি কৈছে চনু চুডে?

February 10, 2026
ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?
জীৱনশৈলী

ব্ৰেইন নে হাৰ্ট? মৃত্যুৰ পাছত কি কি অংগই আগতীয়াকৈ কাম কৰা বন্ধ কৰে?

February 10, 2026
সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য
জীৱনশৈলী

সন্মুখত মহাশিৱৰাত্ৰি, এই পবিত্ৰ ক্ষণতেই বিবাহ হৈছিল শিৱ-পাৰ্বতীৰ, পাৰ্বতীক মহাদেৱে বিবাহ কৰোৱাৰ প্ৰকৃত ৰহস্য

February 10, 2026
Next Post
আপোনাৰ এই ৩ গুণেই নৰকবাসৰ কাৰণ, জানক গীতাত কোন তিনিগুণ পৰিত্যাগৰ কথা কৈছে শ্ৰীকৃষ্ণই?

আপোনাৰ এই ৩ গুণেই নৰকবাসৰ কাৰণ, জানক গীতাত কোন তিনিগুণ পৰিত্যাগৰ কথা কৈছে শ্ৰীকৃষ্ণই?

দৈনিক ৰাশিফল, আজি পুহৰ অমাবস্যাত ৪ ৰাশিৰ সংঘৰ্ষ, মনত কষ্ট পাব কোনো ৰাশিৰ লোকে

দৈনিক ৰাশিফল, আজি পুহৰ অমাবস্যাত ৪ ৰাশিৰ সংঘৰ্ষ, মনত কষ্ট পাব কোনো ৰাশিৰ লোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.