• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কলষ্টেৰল বাঢ়িছে? শিৰাসমূহত জমা হৈ থকা বেয়া কলষ্টেৰল দূৰ কৰিবলৈ প্ৰতিদিনে খাদ্যভাষত ৰাখক এইকেইবিধ পাচলি

22 hours ago
শনিদেৱৰ কৃপাত ৫ৰাশিৰ অৰ্থসুখ বাঢ়িব, বছৰৰ প্ৰথম শনিবাৰৰ পৰাই সুখৰ মুখ দেখিব কোন কোন ৰাশিৰ জাতকে?

4 minutes ago
বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

1 hour ago
বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?

2 hours ago
এবাৰ বিনিয়োগ কৰক, সুদ হিচাপেই লাভ কৰিব ৪.৫ লাখ টকা! ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

20 hours ago
জুবিন গাৰ্গে জীৱিত কালত তেওঁৰ সৃষ্টিক মনত ৰাখিলে ভালপাম কৈছিল, সেইবাবেই পৰিয়ালে ল’লে আন এক মহান সিদ্ধান্ত

21 hours ago
জুবিন গাৰ্গৰ খাৰঘূলিৰ ঘৰ ৰাইজৰ বাবে উৎসৰ্গা গৰিমা শইকীয়া গাৰ্গৰ, এতিয়া থকা ফ্লেটতেই জীৱনটো কটোৱাৰ সিদ্ধান্ত গৰিমা গাৰ্গৰ

শনি-বৃহস্পতিৰ বিৰল সন্ধি, বছৰজুৰি ধনসুখ, ভৰপুৰ ৰোমান্সেৰে পৰিপূৰ্ণ হৈ থাকিব এই ৪ৰাশিৰ জাতক

শনি-বৃহস্পতিৰ বিৰল সন্ধি, বছৰজুৰি ধনসুখ, ভৰপুৰ ৰোমান্সেৰে পৰিপূৰ্ণ হৈ থাকিব এই ৪ৰাশিৰ জাতক

22 hours ago
গুৰু-মঙ্গলৰ ৰাজযোগ! ১০ জানুৱাৰীৰ পৰা এই ৫ৰাশিৰ চকুত লগা উন্নতি দেখা পাব

23 hours ago
মোল্লাতন্ত্ৰ নিপাতৰ দাবীত ইৰান জ্ব***লিছে! খামেনেই চৰকাৰৰ প্ৰতিৰক্ষাবাহিনীৰ হাতত নিহ**ত ৭গৰাকীকৈ লোক

1 day ago
পূৰ্বাষাঢ়া নক্ষত্ৰত গোচৰ কৰিছে শুক্ৰই, এই ৪ৰাশিৰ জীৱনত আৰম্ভ হ’ল ৰাজসুখ

ঔষধৰ দোকান খুলিবলৈ আগ্ৰহী নেকি? কি ডিগ্ৰী থাকিব লাগিব? খৰচ কিমান হ’ব?

মকৰ সংক্ৰান্তিতেই মঙ্গলে সলনি কৰিব স্থান, এই ৪ ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কলষ্টেৰল বাঢ়িছে? শিৰাসমূহত জমা হৈ থকা বেয়া কলষ্টেৰল দূৰ কৰিবলৈ প্ৰতিদিনে খাদ্যভাষত ৰাখক এইকেইবিধ পাচলি

কলষ্টেৰল বাঢ়িছে? শিৰাসমূহত জমা হৈ থকা বেয়া কলষ্টেৰল দূৰ কৰিবলৈ প্ৰতিদিনে খাদ্যভাষত ৰাখক এইকেইবিধ পাচলি

editor by editor
January 2, 2026
in জীৱনশৈলী
0
কলষ্টেৰল বাঢ়িছে? শিৰাসমূহত জমা হৈ থকা বেয়া কলষ্টেৰল দূৰ কৰিবলৈ প্ৰতিদিনে খাদ্যভাষত ৰাখক এইকেইবিধ পাচলি
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কলষ্টেৰল এক ধৰণৰ চৰ্বিজাতীয়, তৈলাক্ত ষ্টেৰয়েড যি কোষৰ চেল মেমব্ৰেনত পোৱা যায় আৰু ই সকলো প্ৰাণীত তেজতেই পৰিবাহিত হৈ থাকে৷ এক সুস্থ শৰীৰৰ বাবে প্ৰচুৰ কলষ্টেৰলৰ প্ৰয়োজন৷ কলষ্টেৰলে কোষ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ ই স্নায়ু কোষক ৰক্ষা কৰিবলৈ ভিটামিন আৰু হৰমন তৈয়াৰৰ বাবে কাম কৰে৷

শীতকালত খাদ্যভাষ আৰু জীৱনযাত্ৰাৰ পৰিবৰ্তনৰ কাৰণে এল ডি এল দ্ৰুততৰভাৱে বাঢ়িব পাৰে৷ ঠাণ্ডাত মানুহে কম পানী পান কৰে, শাৰীৰিক কাৰ্যকলাপ কমি যায় আৰু ঘীঁ মাখনৰ দৰে উচ্চচৰ্বিযুক্ত খাদ্য বেছিকৈ খাবলৈ আৰম্ভ কৰে৷ ই হাৰ্টৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়৷ যি হাৰ্ট ফেইলাৰ, হাৰ্ট এটেক আৰু ব্লকেজৰ আশংকা বঢ়ায়৷ স্বাস্থ্যকৰ খাদ্যভাষৰ সহায়ত কলষ্টেৰল নিয়ন্ত্ৰণ কৰা সম্ভৱ৷ কিছু নিৰ্দিষ্ট পাচলিয়ে প্ৰাকৃতিকভাৱে এল ডি এল কমায় আৰু এইচডিএল বঢ়োৱাত সহায় কৰিব পাৰে৷ জানি থওক কি কি পাচলি খালে কলষ্টেৰল কমে?

মেথি শাক

মেথি শাকক শীতকালৰ অন্যতম শক্তিশালী সেউজীয়া পাচলি হিচাপে বিবেচনা কৰা হয়৷ ই দ্ৰৱণীয় ফাইবাৰেৰে সমৃদ্ধ, যিয়ে অন্ত্ৰত এলডিএল কলষ্টেৰল শোষণ কৰে আৰু শৰীৰৰ পৰা বাহিৰ কৰি দিয়াত সহায় কৰে৷ মেথি শাকে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে আৰু ট্ৰাইগ্লিছাৰাইডৰ মাত্ৰা কমায়৷ আপুনি ছালাদ, পৰঠাৰ সৈতে পাচলি হিচাপেও ইয়াক খাব পাৰে৷

নহৰু

নহৰুৱে এণ্টিঅক্সিডেণ্ট আৰু ছালফাৰেৰে সমৃদ্ধ হৈ থাকে৷ ই এলিছিন ধমনীত জমা হৈ থকা চৰ্বি ভঙাত সহায় কৰে আৰু ৰক্ত সঞ্চালন উন্নত কৰে৷ নিয়মিত কেঁচা নহৰু খালে বেয়া কলষ্টেৰল কমে আৰু হাৰ্ট এটেকৰ আশংকাও কমি যায়৷ ইয়াক পাচলিৰ সৈতে, ছালাদ বা দাইলতো দি খাব পাৰে৷

আমলখি

আমলখি এবিধ ফল হলেও ই কলষ্টেৰল নিয়ন্ত্ৰণৰ আববে এক ছুপাৰফুড হিচাপে বিবেচিত হয়৷ ইয়াত ভিটামিন চি আৰু পলিফেনল থাকে৷ যিয়ে এল ডি এলক অক্সিডাইজ হোৱাত বাধা দিয়ে৷ আমলখিয়ে এইচডিএল বঢ়োৱাত সহায় কৰে৷ শীতকালত আমলখিৰ ৰস, গুৰৰ সৈতে মোৰব্বা খোৱাও হাৰ্টৰ স্বাস্থ্যৰ বাবে উপকাৰী৷

হৃদৰোগ প্ৰতিৰোধৰ গুৰুত্বপূৰ্ণ টিপছ

কেৱল তিনিবিধ পাচলিয়ে আপোনাৰ হাৰ্টক সুস্থ ৰখাৰ বাবে যথেষ্ট নহয়৷ আপুনি কিছু স্বাস্থ্যকৰ জীৱনযাত্ৰাৰ পৰিবৰ্তনো আনিব লাগিব৷ যদি হাৰ্টৰ যিকোনো সমস্যাৰ পৰা নিজকে ৰক্ষা কৰিব খোজে তেন্তে এই গুৰুত্বপূৰ্ণ টিপছসমূহ আপোনাৰ জীৱনৰ অংশ কৰি লওক৷

প্ৰতিদিনে অন্তত ৩০ মিনিট খোজ কাঢ়ক৷

ঠাণ্ডাতো পানী কমাই নাখাব৷ প্ৰচুৰ পৰিমাণে পানী খাওক৷

ভজা-পুৰা খাদ্য আৰু প্ৰক্ৰিয়াজাত খাদ্যৰ পৰা দূৰৈত থাকক৷

ধূমপান আৰু মদ্যপান ত্যাগ কৰক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিদেৱৰ কৃপাত ৫ৰাশিৰ অৰ্থসুখ বাঢ়িব, বছৰৰ প্ৰথম শনিবাৰৰ পৰাই সুখৰ মুখ দেখিব কোন কোন ৰাশিৰ জাতকে?
জীৱনশৈলী

January 3, 2026
বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ
ক্ৰীড়া

বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

January 3, 2026
বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?
জীৱনশৈলী

বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?

January 3, 2026
এবাৰ বিনিয়োগ কৰক, সুদ হিচাপেই লাভ কৰিব ৪.৫ লাখ টকা! ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

এবাৰ বিনিয়োগ কৰক, সুদ হিচাপেই লাভ কৰিব ৪.৫ লাখ টকা! ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

January 2, 2026
Next Post
শনি-বৃহস্পতিৰ বিৰল সন্ধি, বছৰজুৰি ধনসুখ, ভৰপুৰ ৰোমান্সেৰে পৰিপূৰ্ণ হৈ থাকিব এই ৪ৰাশিৰ জাতক

শনি-বৃহস্পতিৰ বিৰল সন্ধি, বছৰজুৰি ধনসুখ, ভৰপুৰ ৰোমান্সেৰে পৰিপূৰ্ণ হৈ থাকিব এই ৪ৰাশিৰ জাতক

জুবিন গাৰ্গৰ খাৰঘূলিৰ ঘৰ ৰাইজৰ বাবে উৎসৰ্গা গৰিমা শইকীয়া গাৰ্গৰ, এতিয়া থকা ফ্লেটতেই জীৱনটো কটোৱাৰ সিদ্ধান্ত গৰিমা গাৰ্গৰ

জুবিন গাৰ্গৰ খাৰঘূলিৰ ঘৰ ৰাইজৰ বাবে উৎসৰ্গা গৰিমা শইকীয়া গাৰ্গৰ, এতিয়া থকা ফ্লেটতেই জীৱনটো কটোৱাৰ সিদ্ধান্ত গৰিমা গাৰ্গৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন