• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

7 months ago
‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

34 minutes ago
‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

1 hour ago
অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

2 hours ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

4 hours ago
উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

উদ্বেগজনক খবৰ! চাইবাৰ অপৰাধীয়ে কেনেকৈ লুটিলে ৩,৫৮৮ কোটি টকা?

16 hours ago
এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

এই বিশেষ ক্ষেত্ৰটোত বিশ্বক নেতৃত্ব দিয়াৰ লক্ষ্য ভাৰতৰ! দ্ৰুতগতিত চলিছে কাম

17 hours ago
কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

17 hours ago
ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

18 hours ago
অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

অভিভাৱকৰ এটা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

18 hours ago
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

19 hours ago
স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

20 hours ago
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

editor by editor
January 3, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
0
SHARES
3.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ৪ জানুৱাৰী ২০২৬ দেওবাৰে চন্দ্ৰই মিথুন ৰাশি এৰি কৰ্কট ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে কাইলৈ পুহৰ কৃষ্ণা প্ৰতিপদ তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব বৈধৃতি যোগ আৰু বিষকুম্ভ যোগৰ প্রভাৱ৷ ইয়াৰ সৈতে কাইলৈ থাকিব ২০২৬চনৰ প্ৰথম ৰবিপুষ্য আৰু তাৰপিছত থাকিব পুনৰ্বাসু নক্ষত্ৰ আৰু পুষ্য নক্ষত্ৰৰ প্রবাৱ৷ এই সকলো যোগৰ প্রভাৱত আকইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত দেওবাৰ হৈছে সূৰ্যদেৱৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মিথুন ৰাশি

কাইলৈ আপোনাৰ বাবে শুভ দিন হ’ব৷ জীৱনসংগীৰ সৈতে কাইলৈ খুবেই ভাল সময় কটাব৷ পৰিয়ালৰ সৈতেও কোৱালিটি টাইম কটাব পাৰিব মিথুন ৰাশিৰ জাতকে৷ যিসকল ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে কাইলৈ বিশেষ সাফল্য লাভ কৰিব৷ পিতৃ আৰু শিক্ষকৰ পৰা সহায় পাব৷ নতুন চাকৰি লাভ কৰিব পাৰে৷

সিংহ ৰাশি

কাইলৈ দিনটো আপোনাৰ বাবে দুৰ্দান্ত হব৷ নিজৰ মনৰ কথা খুলি প্ৰকাশ কৰিব পাৰিব৷ পৰিয়ালত দীৰ্ঘদিন ধৰি কোনো অশান্তি চলিলে তাৰ অৱসান হব পাৰে৷ ঘৰৰ প্ৰবীণসকলৰ আশীৰ্বাদ থাকিব আপোনাৰ ওপৰত৷ ভাতৃৰ সহায় লৈ কোনো দৰকাৰী কাম সম্পূৰ্ণ কৰিব পাৰিব৷

কন্যা ৰাশি

কাইলৈ সূৰ্যদেৱৰ আশীৰ্বাদ থাকিব কন্যা ৰাশিৰ জাতকৰ ওপৰত৷ কাইলৈ সমাজত আপোনাৰ প্রভাৱ প্ৰতিপত্তি বৃদ্ধি পাব৷ কৰোবাত ধন বিনিয়োগ কৰিলে তাৰ পৰা আপোনাৰ লাভ হব৷ মনৰ কোনো দীৰ্ঘদিনৰ ইচ্ছা পূৰণ হব পাৰে৷ ধৰ্মীয় স্থানলৈ যাত্ৰা কৰিব পাৰে৷ হঠাৎ কিছু অৰ্থলাভ কৰিব পাৰে৷

ধনু ৰাশি

কাইলৈ ৪ জানুৱাৰীত পজিটিভ পৰিবৰ্তন আহিব ধনু ৰাশিৰ জাতকৰ জীৱনত৷ কাইলৈ আপুনি অতিৰিক্ত অৰ্থ উপাৰ্জনৰ সুযোগ পাব৷ ইয়াৰোপৰি কাইলৈ ৰৈ থকা ধন উভতাই পাব৷ ইয়াৰ ফলত কাইলৈ নিজৰ বেংক বেলেন্স বহু পৰিমানে বাঢ়িব৷

মীন ৰাশি

কাইলৈ বৈধৃতি যোগৰ প্রভাৱত নিজৰ কেৰিয়াৰৰ পথত বহু উন্নতি কৰিব মীন ৰাশিৰ জাতকে৷ কাইলৈ সূৰ্যদেৱৰ আশীৰ্বাদত আপুনি বেছ কিছু অতিৰিক্ত ধন উপাৰ্জন কৰিব৷ ব্যৱসায়ৰ কোনো সমস্যা থাকিলে কাইলৈ সেয়া সমাধান হ’ব৷ বন্ধুৰ সৈতে নতুন কোনো পৰিকল্পনাৰ ওপৰত আপুনি কাম আৰম্ভ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’
অসম

‘এই সংহাৰী বান প্ৰকৃতিসৃষ্ট নহয়, এয়া মাফিয়াৰ সৈতে চৰকাৰৰ মিতিৰালিৰ কুফল’

July 30, 2026
‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?
বিনোদন

‘বিদেশী পিটচৰ সম্ৰাট’ৰ বিদায়, বিদেশৰ মাটিত কিয় আনতকৈ পৃথক আছিল অজিংক্য ৰাহানে?

July 30, 2026
অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা
জীৱনশৈলী

অসমৰ এইগৰাকী জীয়ৰীয়ে অসমৰ বন্যাৰ্তলৈ আগবঢ়ালে ৫ কোটি টকা

July 30, 2026
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?
জীৱনশৈলী

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

July 30, 2026
Next Post
এখন দেশত সোমাই ৰাষ্ট্ৰপ্ৰধানক উঠাই নিলে এখন দেশৰ সেনাই! আন্তৰ্জাতিক আইনে ইয়াক অনুমোদন দিয়েনে?

এখন দেশত সোমাই ৰাষ্ট্ৰপ্ৰধানক উঠাই নিলে এখন দেশৰ সেনাই! আন্তৰ্জাতিক আইনে ইয়াক অনুমোদন দিয়েনে?

ভাগ্য সলনি হ’ব ৭দিন পাছতেই, শুক্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনত ধন আৰু প্ৰেমৰ জোৱাৰ

ভাগ্য সলনি হ’ব ৭দিন পাছতেই, শুক্ৰৰ গোচৰত ৪ৰাশিৰ জীৱনত ধন আৰু প্ৰেমৰ জোৱাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.