• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সমগ্ৰ জীৱনেই সাৰে থাকে, টোপনি যোৱা মানেই মৃ*ত্যু নিশ্চিত! তিমিয়ে কিয় আজীৱন টোপনি নাযায়?

সমগ্ৰ জীৱনেই সাৰে থাকে, টোপনি যোৱা মানেই মৃ*ত্যু নিশ্চিত! তিমিয়ে কিয় আজীৱন টোপনি নাযায়?

5 months ago
১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১৩ কোটি টকাতকৈও অধিক

১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১৩ কোটি টকাতকৈও অধিক

1 minute ago
অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

অনুৰাগীৰ প্ৰশ্ন, ‘আৰু কি কৰিলে সন্তুষ্ট হ’ব টীম ইণ্ডিয়াৰ নিৰ্বাচক অজিত আগাৰকাৰ’

33 minutes ago
দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

দেশত আৰম্ভ নতুন ইন্ধন ব্যৱস্থা, ১০৫ টকা নহয়, ২০ টকা কম দৰত বাহন ভৰাব পাৰিব তেল

18 hours ago
ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

18 hours ago
অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

অভিনেত্ৰীৰ মুখৰ দুৰ্গন্ধ, চুম্বন কৰিবলৈ গৈ নাক কোঁচালে ববি দেওলে!

19 hours ago
ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

ৰেচনৰ চিন্তা শেষ! কোনো কাৰণতে বন্ধ নহয় ৰেচনৰ সামগ্ৰী, জনালে মুখ্যমন্ত্ৰী

20 hours ago
কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

কামনা জাগৃত দুই হৃদয়! হাতত কাপোৰ লৈ পলাই পত্ৰং, দৰ্জা খুলি যি দেখিলে…

20 hours ago
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

21 hours ago
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

22 hours ago
নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

নিৰাপদ আৰু অধিক ৰিটাৰ্ণ! বেংক FD নে ডাকঘৰত কৰা বিনিয়োগ উত্তম?

23 hours ago
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

24 hours ago
বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

বিপদত খান ছাৰ! অস্ত্ৰ আইনৰ অধীনত গোচৰ ৰুজু

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সমগ্ৰ জীৱনেই সাৰে থাকে, টোপনি যোৱা মানেই মৃ*ত্যু নিশ্চিত! তিমিয়ে কিয় আজীৱন টোপনি নাযায়?

সমগ্ৰ জীৱনেই সাৰে থাকে, টোপনি যোৱা মানেই মৃ*ত্যু নিশ্চিত! তিমিয়ে কিয় আজীৱন টোপনি নাযায়?

editor by editor
January 5, 2026
in জীৱনশৈলী
0
সমগ্ৰ জীৱনেই সাৰে থাকে, টোপনি যোৱা মানেই মৃ*ত্যু নিশ্চিত! তিমিয়ে কিয় আজীৱন টোপনি নাযায়?
0
SHARES
917
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কথাতেই কোৱা হয় শান্তিৰ টোপনি৷ নিশ্চিন্ত নিদ্ৰা সকলোৰে দৈনন্দিন জীৱনৰ পৰম কাঙ্খিত এক পৰ্বই টোপনি৷ দিনৰ এক নিৰ্দিষ্ট সময়ত শুব পাৰিলেই এনে লাগে যেন আমি পৃথিৱীৰ অন্যতম সুখী মানুহ৷ কাৰণ নিদ্ৰাহীনতাত ভূগি থকা মানুহৰ সংখ্যাও এতিয়া বাঢ়িব ধৰিছে৷ অৱশ্যে এই প্ৰতিবেদন মানুহৰ টোপনিক লৈ নহয়৷ আজি আমি এই প্ৰতিবেদনত আলোচনা কৰিব খুজিছো পৃথিৱীৰ বৃহত্তম স্তন্যপায়ী প্ৰাণী তিমিৰ কথা৷ তেওঁলোকৰ জীৱনৰ টোপনিৰ বিষয়টো একেবাৰে ভিন্ন৷ নিশ্চিত টোপনি মানেই তিমিৰ জীৱনৰ শেষ দিন৷ ঠিকেই ভাৱিছে৷ তিমিয়ে জীৱনকালত কেতিয়াও টোপনি নাযায়৷ কাৰণ টোপনি যোৱা মানেই মৃত্যু৷ কিন্তু কিয় তিমিৰ জীৱনত এনে বিপাক?

বিজ্ঞানীয়ে তিমিৰ এই বিপাকক বৈ বিস্তৃত বাখ্যা কৰিছে৷ তিমিয়ে টোপনি গলেই মস্তিষ্কৰ সম্পূৰ্ণ অংশই কেতিয়াও বিশ্ৰাম নলয়৷ জাগ্ৰত থাকে মস্তিষ্কৰ আধা অংশ৷ সেই অৰ্থজাগৰিত অৱস্থাই তিমিক চৌপাশৰ পৰিবেশ আৰু আসন্ন বিপদ সম্পৰ্কে সজাগ কৰি ৰাখে৷ এই পদ্ধতিক কোৱা হয় ইউনিহেমিস্ফেৰিক শ্লিপ৷ ইয়াৰ নিয়ম হৈছে যেতিয়া মস্তিষ্কৰ এটা অংশই বিশ্ৰামত যায় তেতিয়া আনটো অংশ সক্ৰিয় হৈ পৰে৷ সাধাৰণতে দিনৰ বেলা ঘূমন্ত অৱস্থাতেই তিমি ভাহি ফুৰে৷ গৱেষণাই কৈছে শিশু তিমিৰ এই বিশ্ৰামচক্ৰ মাতৃৰ ওপৰত নিৰ্ভৰ কৰে৷ সাধাৰণতে মাতৃৰ সময়মতেহে শিশু তিমি একোটাই টোপনি মাৰে৷ পৰবৰ্তী সময়ত যেতিয়া ডাঙৰ হৈ যায় তেতিয়া নিজৰ এক ৰুটিন তৈয়াৰ কৰি লয়৷

কেৱল তিমিয়েই নহয় আৰু এক সামুদ্ৰিক প্ৰাণী ডলফিনৰো বিশ্ৰাম এই ইউনিহেমিস্ফেৰিক শ্লিপ পদ্ধতিৰেই হয়৷ বটলনোছ ডলফিনে সাঁতুৰি ফুৰা বা পানীত ভাহি ফুৰাৰ সময়ত বিশ্ৰামতেই থাকে৷ সমগ্ৰ জীৱন পানীত কটোৱাৰ বাবে তেওঁলোকে টোপনিতো নিজৰ ভাৰসাম্য ধৰি ৰাখে৷ কোৱা হয় তিমি আৰু ডলফিনৰ এই টোপনিৰ পদ্ধতি পানীত বাচি থকাৰ এক গুৰুত্বপূৰ্ণ কঠিন পদ্ধতি৷ কাৰণ তেওঁলোকৰ মস্তিষ্ক সম্পূৰ্ণৰূপে বিশ্ৰামত যোৱাৰ অৰ্থই এই প্ৰাণীৰ মৃত্যু৷ ইয়াৰপৰাই প্ৰমাণ হয় কি বিচিত্ৰ প্ৰকৃতিৰ সৃষ্টি৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে
জীৱনশৈলী

ঘৰত পিঁপৰাৰ উপদ্ৰৱ? আজিয়েই আঁতৰাওক এই সহজ পদ্ধতিৰে

June 5, 2026
দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?
জীৱনশৈলী

দুৰ্বল লোকৰ ফেটি লিভাৰ হোৱাৰ আশংকা বেছি নেকি?

June 5, 2026
পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক
জীৱনশৈলী

পেট ফুলা আৰু শৌচ লগাৰ অনুভৱ… এই সমস্যাৰ আঁৰৰ কাৰণ বিশেষজ্ঞৰ পৰা জানক

June 5, 2026
আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?
জীৱনশৈলী

আৰম্ভ শুক্ৰৰ মহাদশা, কোনে কোনে লাভ কৰিব ধন-সম্পত্তি?

June 5, 2026
Next Post
সুস্থ থাকিবলৈ নিমখ কমাই খাইছে? ছডিয়ামৰ মাত্ৰা একেবাৰে কমি গ’লে কি বিপদ? কি সমস্যাত পৰিব পাৰে আপুনি?

সুস্থ থাকিবলৈ নিমখ কমাই খাইছে? ছডিয়ামৰ মাত্ৰা একেবাৰে কমি গ’লে কি বিপদ? কি সমস্যাত পৰিব পাৰে আপুনি?

ৰাহুৰ কৃপাত গল্ডেন টাইম আৰম্ভ ৩ৰাশিৰ, চাকৰি-ব্যৱসায়ত সাফল্য নিশ্চিত

ৰাহুৰ কৃপাত গল্ডেন টাইম আৰম্ভ ৩ৰাশিৰ, চাকৰি-ব্যৱসায়ত সাফল্য নিশ্চিত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.